• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিভিন্ন ৰাজ্যৰ লোকে ইংৰাজীৰ সলনি হিন্দী কোৱা উচিত; পুনৰ ‘এক দেশ-এক ভাষা’ৰ পক্ষত অমিত শ্বাহ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 8, 2022 10:40 am
Amit Shah File
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতবৰ্ষ বিভিন্ন ভাষাভাষীৰে পৰিপূৰ্ণ এখন দেশ। একাধিক চৰকাৰী ভাষাও আছে। বৈচিত্ৰৰ মাজত একতাই হৈছে ভাৰতৰ পৰিচয়। কিন্তু কেন্দ্ৰত শাসনত থকা শাসকবৰ্গ ‘এক দেশ-এক ভাষা’ৰ পক্ষত। পূৰ্বৰে পৰাই হিন্দীক ৰাষ্ট্ৰীয় ভাষা কৰাৰ বাবে সৰৱ হৈ আহিছে বিজেপি।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দাবী কৰিছিল যে দেশত এনে এটা সাৰ্বজনীন ভাষাৰ প্ৰয়োজন যিয়ে আন্তৰ্জাতিক পৰ্যায়ত ভাৰত পৰিচয় দাঙি ধৰে। দেশক ঐক্যবদ্ধ কৰাৰ বাবে হিন্দীৰ ক্ষমতা আছে। কিন্তু দেশৰ বিভিন্ন প্ৰান্তত ইয়াৰ প্ৰতিবাদ হৈছিল।

অমিত শ্বাহ তেওঁৰ সেই পূৰ্বৰ দাবীৰ পৰা এতিয়াও আঁতৰি অহা নাই। বৃহস্পতিবাৰে পুনৰ হিন্দীৰ সপক্ষে বক্তৱ্য ৰাখে শ্বাহে। তেওঁ কয়,’’দেশৰ বিভিন্ন ৰাজ্যৰ ভিন্ন ভাষাভাষী লোকসকলে ইংৰাজীত নহয়, হিন্দীত কথা কোৱা উচিত।‘’

Apply Now

লগতে পঢ়ক: পুনৰ পৃথক বড়োলেণ্ডৰ দাবী; এই দাবীলৈ ওলাই আহিছে বড়ো নেশ্যনেল ষ্টুডেণ্টছ ইউনিয়ন

সংসদীয় চৰকাৰী ভাষা কমিটিৰ ৩৭সংখ্যক বৈঠকত শ্বাহে কয়,’’ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সিদ্ধান্ত লৈছে যে চৰকাৰ পৰিচালনা চৰকাৰী ভাষাতেই হ’ব যিয়ে অৱশ্যে হিন্দীৰ গুৰুত্ব বৃদ্ধি কৰি তুলিব। এতিয়া চৰকাৰী ভাষাক দেশৰ একতাৰ এটি গুৰুত্বপূৰ্ণ অংশ হিচাপে পৰিণত কৰি তোলাৰ সময় আহি পৰিছে। যেতিয়া বিভিন্ন ৰাজ্যৰ ভিন্ন ভাষাভাষীৰ লোকে ইজনে-সিজনৰ সৈতে ভাৱ বিনিময় কৰে সেইটো ভাৰতৰে ভাষা হোৱা উচিত।‘’

কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কোনো আঞ্চলিক ভাষা নহয়, ইংৰাজীৰ বিকল্প হিন্দী হোৱা উচিত বুলি দাবী কৰে। তেওঁ আন আন আঞ্চলিক ভাষাৰ শব্দ গ্ৰহণেৰে হিন্দীক আৰু সাৱলীল কৰি তোলাৰ পৰামৰ্শ দিয়ে।

উল্লেখ্য যে অমিত শ্বাহ চৰকাৰী ভাষা কমিটিৰ অধ্যক্ষ আৰু এই কমিটিৰ উপাধ্যক্ষ হৈছে বিজেডিৰ বি মাহতাব।

কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে নৱম শ্ৰেণীলৈকে শিক্ষাৰ্থীসকলক হিন্দীৰ প্ৰাথমিক জ্ঞান দিয়াৰ তথা হিন্দী শিক্ষাৰ পৰীক্ষাত আৰু গুৰুত্ব দিয়াৰ পোষকতা কৰে।

লগতে পঢ়ক: বিহুৰ সময়তে শিৱসাগৰত ১৪৪ ধাৰা জাৰি; ৰাজহুৱা স্থানত সমবেত হব নোৱাৰিব পাঁচ জনতকৈ অধিক লোক

গৃহমন্ত্ৰ্যালয়ৰ অনুসৰি অমিত শ্বাহে কম ইটিৰ সদস্যসকলক জানিবলৈ দিছে যে মন্ত্ৰীসভাৰ ৭০ শতাংশ কাম এতিয়া হিন্দীতে প্ৰস্তুত কৰা হৈছে। উত্তৰ-পূৰ্বাঞ্চলৰ আঠখন ৰাজ্যত ২২ হাজাৰ হিন্দী শিক্ষক নিয়োগ কৰা হৈছে। তদুপৰি, এই অঞ্চলৰ ৯টা জনজাতিয়ে তেওঁলোকৰ উপভাষা লিপসমূহ দেৱনাগৰীলৈ ৰূপান্তৰিত কৰিছে। এই সকলো ৰাজ্যই দশম শ্ৰেণীলৈকে হিন্দী বাধ্যতামূলক কৰিবলৈ মান্তি হৈছে বুলিও তেওঁ দাবী কৰিছে।   

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধন দাবী আৰু হত্যাৰ ভাবুকি দি হাজোত গ্ৰেপ্তাৰ বিজেপি নেতা

ধন দাবী আৰু হত্যাৰ ভাবুকি দি হাজোত গ্ৰেপ্তাৰ বিজেপি নেতা

June 17, 2026 9:00 pm
টেলিগ্ৰাম নিষিদ্ধকৰণৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ত আৱেদন, প্ৰতিবন্ধকতাৰ আঁৰত ৰিলায়েন্সৰ চক্ৰান্ত থকাৰ অভিযোগ

টেলিগ্ৰাম নিষিদ্ধকৰণৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ত আৱেদন, প্ৰতিবন্ধকতাৰ আঁৰত ৰিলায়েন্সৰ চক্ৰান্ত থকাৰ অভিযোগ

June 17, 2026 8:34 pm
দেশীয় প্ৰজাতিৰ কুকুৰ আলোকৰ ভাৰতলৈ প্ৰত্যাৱৰ্তন, দেখা কৰিবলৈ হেতা-ওপৰা লগালে সহস্ৰাধিক লোকে

দেশীয় প্ৰজাতিৰ কুকুৰ আলোকৰ ভাৰতলৈ প্ৰত্যাৱৰ্তন, দেখা কৰিবলৈ হেতা-ওপৰা লগালে সহস্ৰাধিক লোকে

June 17, 2026 7:21 pm
৩ ভাৰতীয়ৰ মৃত্যু, যুৱচামৰ প্ৰতিবাদ! ইফালে মেলোনীৰ সৈতে ইনষ্টাগ্ৰাম ৰীলৰ কথাত ব্যস্ত মোদী, তীব্ৰ সমালোচনা কংগ্ৰেছৰ

৩ ভাৰতীয়ৰ মৃত্যু, যুৱচামৰ প্ৰতিবাদ! ইফালে মেলোনীৰ সৈতে ইনষ্টাগ্ৰাম ৰীলৰ কথাত ব্যস্ত মোদী, তীব্ৰ সমালোচনা কংগ্ৰেছৰ

June 17, 2026 6:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধন দাবী আৰু হত্যাৰ ভাবুকি দি হাজোত গ্ৰেপ্তাৰ বিজেপি নেতা

ধন দাবী আৰু হত্যাৰ ভাবুকি দি হাজোত গ্ৰেপ্তাৰ বিজেপি নেতা

June 17, 2026 9:00 pm
টেলিগ্ৰাম নিষিদ্ধকৰণৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ত আৱেদন, প্ৰতিবন্ধকতাৰ আঁৰত ৰিলায়েন্সৰ চক্ৰান্ত থকাৰ অভিযোগ

টেলিগ্ৰাম নিষিদ্ধকৰণৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ত আৱেদন, প্ৰতিবন্ধকতাৰ আঁৰত ৰিলায়েন্সৰ চক্ৰান্ত থকাৰ অভিযোগ

June 17, 2026 8:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd