• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বলিউদৰ মহীৰূহ অমিতাভ বচ্চন কোভিড-১৯ প’জিটিভ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , July 11, 2020 11:33 pm

1 min read

Amitabh Bachchan selected for Dadasaheb Phalke award

অমিতাভ বচ্চন। ছবি সৌজন্য-- টুইটাৰ।

1k
VIEWS
Share on FacebookShare on Twitter

কোভিড-১৯ প’জিটিভ হৈছে বলিউদৰ মহীৰূহ অমিতাভ বচ্চন।

কোভিড আক্ৰান্ত হোৱা অমিতাভ বচ্চনক মুম্বাইৰ নানাৱতী হস্পাতালত ভৰ্তি কৰোৱা হৈছে।

৭৭ বছৰীয়া অভিনেতা গৰাকীয়ে নিজে ক’ৰ’নাত আক্ৰান্ত হোৱা বুলি টুইট কৰি জানিবলৈ দিয়ে।

”মই কোভিড-১৯ প’জিটিভ হৈছো…….চিকিৎসালয়ত ভৰ্তি হৈছো….মোৰ পৰিয়ালৰ সকলো লোক আৰু সকলো ষ্টাফৰে ক’ৰ’নাৰ পৰীক্ষা কৰা হৈছে আৰু ফলাফল আহিবলৈ বাকী আছে,” বলিউদৰ যশস্বী অভিনেতা গৰাকীয়ে এইদৰে টুইট কৰে।

অভিনেতা গৰাকীয়ে যিসকল লোকে বিগত ১০ দিনৰ ভিতৰত তেওঁৰ সংস্পৰ্শলৈ আহিছিল সকলোকে ঘৰত আৱদ্ধ থকাৰ উপৰিও ক’ৰ’নাৰ পৰীক্ষা কৰাৰ বাবে আহ্বান জনায়।

বলিউদৰ পিতৃস্বৰূপ অভিনেতা গৰাকী ক’ৰ’নাত আক্ৰান্ত হোৱাৰ খবৰ প্ৰকাশ পোৱাৰ পাছতে তেওঁৰ অনুগামী সকলৰ মনত তীব্ৰ উৎকন্ঠাৰ সৃষ্টি হৈছে।

অমিতাভ বচ্চনৰ অনুগামী সকলে বৰ্ষীয়ান অভিনেতা গৰাকী শীৰ্ঘে সুস্থ হৈ উভতি অহাৰ বাবে প্ৰাৰ্থনা জনাইছে।

জানিবপৰা মতে, ক’ৰ’নাত আক্ৰান্ত অভিনেতা গৰাকীয়ে কোনোধৰণৰ বিশেষ শাৰীৰীক অসুস্থতা অনুভৱ কৰা নায়।

Recent News

WhatsApp Image 2021-01-24 at 7.46.49 AM

অষ্ট্ৰেলিয়া ভ্ৰমণত অভিষক ঘটা ৫ ক্ৰিকেটাৰৰ লগতে শাৰ্দুলকো THAR-SUV উপহাৰ দিলে মহিন্দ্ৰাই

WhatsApp Image 2021-01-24 at 6.59.34 AM

নৃশংস! কাণত জুঁই লগাই দিয়াৰ পাছত হাতীৰ মৃত্যু; দুজনক গ্ৰেপ্তাৰ

IMG_20210123_191432~2

অন্ত পৰিল বোকাখাতত অনুষ্ঠিত ৰাষ্ট্ৰীয় কৃষি আৰু উদ্যান শস্য প্ৰদৰ্শনীৰ; শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰীলৈ বঁটা

Deadbody

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd