• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, April 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শীঘ্ৰে কেবিচিৰ শ্বুটিং আৰম্ভ কৰিব কোভিডৰ পৰা আৰোগ্য হৈ উঠা অমিতাভ বচ্চনে

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , August 20, 2020 11:17 pm

1 min read

৭৫ শতাংশ বেয়া হৈছে মেগাষ্টাৰ অমিতাভ বচ্চনৰ লিভাৰ
968
VIEWS
Share on FacebookShare on Twitter

অলপতে ক’ৰ’না ভাইৰাছৰ পৰা আৰোগ্য হৈ উঠা বলিউদৰ পিতামহ স্বৰূপ অমিতাভ বচ্চনে পুনৰ কাম আৰম্ভ কৰিব।

নিজৰ ব্লগত জেষ্ঠ অভিনেতা গৰাকীয়ে কৌন বনেগা কড়োৰ পতি ১২ সংস্কৰণৰ শ্বুটিঙৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে বুলি জানিবলৈ দিয়ে।

অভিনেতা গৰাকীয়ে কেবিচিৰ প্ৰম’ শ্বুটৰ বাবে পূৰ্ণ গতিত প্ৰস্তুতি আৰম্ভ কৰিছে।

কেবিচিৰ শ্বুটিঙৰ সময়ত কোভিড প্ৰতিৰোধী নীতি সমূহ কঠোৰভাৱে পালন কৰা হ’ব বুলিও অভিনেতা গৰাকীয়ে উল্লেখ কৰে।

বিগত ১১ জুলাইত ক’ৰ’না আক্ৰান্ত হোৱাৰ পাছত অমিতাভ বচ্চন নানাৱতী হস্পিটেলত ভৰ্তি হৈ আছিল।

অমিতাভৰ লগতে পুত্ৰ অভিষেক বচ্চন, বোৱাৰী ঐশ্বৰ্য্য ৰায় বচ্চন আৰু নাতি আৰাধ্যা বচ্চনো ক’ৰ’না প’জিটিভ হৈ চিকিৎসাধীন হ’বলগীয়া হৈছিল।

নানাৱতী হস্পিটেলত চিকিৎসাৰ অন্তত অমিতাভ বচ্চন সম্পুৰ্ণৰূপে সুস্থ হৈ নিজ গৃহলৈ উভতি আহিছিল।

 

Recent News

দাদা চাহেব ফাল্কে চলচ্চিত্ৰ মহোৎসৱলৈ অসমীয়া চুটি ছবি ‘মঙহ দহাৰ গোন্ধ’ৰ মনোনয়ন লাভ

দাদা চাহেব ফাল্কে চলচ্চিত্ৰ মহোৎসৱলৈ অসমীয়া চুটি ছবি ‘মঙহ দহাৰ গোন্ধ’ৰ মনোনয়ন লাভ

index.jpgaa

ৰঙালীৰ উছাহৰ মাজতে বজালীত কোভিডৰ আগ্ৰাসন : শনিবাৰে জিলাখনত আৰু ৫ গৰাকী আক্ৰান্ত

টি২০ বিশ্বকাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তান ক্ৰিকেট টীম, নিশ্চয়তা প্ৰদান বিচিচিআইৰ

টি২০ বিশ্বকাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তান ক্ৰিকেট টীম, নিশ্চয়তা প্ৰদান বিচিচিআইৰ

ক’ভিড নিয়ন্ত্ৰণৰ বাবে সকলো জীৱনদায়িনী ঔষধৰ জিএছটি বাতিলৰ বাবে কেন্দ্ৰক কংগ্ৰেছৰ দাবী

ক’ভিড নিয়ন্ত্ৰণৰ বাবে সকলো জীৱনদায়িনী ঔষধৰ জিএছটি বাতিলৰ বাবে কেন্দ্ৰক কংগ্ৰেছৰ দাবী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd