DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, August 10, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অৰুণাচলৰ লংটনত সেনাৰ অভিযানত এনএছচিএনৰ (আৰ) কেডাৰ আটক

অভিক চক্ৰবৰ্তী by অভিক চক্ৰবৰ্তী
January 25, 2019 8:26 pm
IMG-20190125-WA0009
476
VIEWS
Share on FacebookShare on Twitter

আজি ২৫ জানুৱাৰি শুকুৰবাৰে অৰুণাচলৰ খৰছাং আৰক্ষী থানাৰ অন্তৰ্গত লংটনৰ পৰা ভাৰতীয় সেনাই এনএছচিএন (আৰ) দুজন কেডাৰক আটক কৰে। আটক কেডাৰ দুজনৰ পৰা সেনাই মাৰণাস্ত্ৰসহ ভালেমান গুলী বাৰুদ উদ্ধাৰ কৰে।

আটকাধীন এনএছচিএনৰ কেডাৰ দুজনক এছএছ কৰ্প’ৰেল মহেশ লস্কৰ আৰু এছএছ কৰ্প’ৰেল নুংগাম লস্কৰ বুলি চিনাক্ত কৰা হৈছে।

এটা বিশেষ সূত্ৰে জানিব পৰা মতে এটা নিৰ্ভৰযোগ্য সূত্ৰৰ পম খেদি ভাৰতীয় সেনাৰ ডাও ডিভিজনৰ অন্তৰ্গত এটা সেনা গোটে লংটনৰ পৰা  এনএছচিএন (আৰ)দুজন কেডাৰক আটক কৰে।

উক্ত কেডাৰ দুজনৰ পৰা ২টা .২২মিঃমিঃ পিষ্টল এফএম, ৩টা মেগাজিন, ৪টা ৩২ মিঃমিঃ সজীৱ গুলী, ২টা ২২মিঃমিঃ সজীৱ গুলী, ২টা ৫.৫৬মিঃমিঃ সজীৱ গুলী, এটা ছেমছাং স্মাৰ্টফোন, এটা বেছিক মোবাইল উদ্ধাৰ কৰে।

খৰছাং আৰক্ষী থানাত এই সন্দৰ্ভত এখন অভিযোগনামা দাখিল কৰা হৈছে। উল্লেখ্য যে প্ৰতি বছৰেই উত্তৰ পূৰ্বাঞ্চলৰ বিদ্ৰেহী সংগঠনসমূহে গণতন্ত্ৰ দিৱস বৰ্জন কৰি আহিছে।

সূত্ৰটোৱে আৰু জনাইছে যে এনএছচিএন (আৰ)কেডাৰ দুজনে কূটাঘাত কৰাৰ উদ্দেশ্য অৰুণাচলত প্ৰৱেশ কৰিছিল। আন দুজন এনএছচিএন (আৰ) কেডাৰক ধৰা পেলোৱাৰ বাবে ইতিমধ্যে নিৰাপত্তা বাহিনীসমূহে এটা তালাচী অভিযান আৰম্ভ কৰিছে।

Recent News

Akhilesh Yadav on Bihar Politics

বিহাৰৰ পৰা আৰম্ভ হৈছে ‘বিজেপি ভগাও’ শ্ল’গান: নীতিশ কুমাৰৰ সিদ্ধান্তক আদৰণি অখিলেশ যাদৱৰ

Assam

চেৰফাংগুৰিত আৰক্ষীৰ অভিযান: নাগালেণ্ডৰ লটাৰী টিকটসহ চাৰিজনক গ্ৰেপ্তাৰ

Sunil Chhetri AIFF Footballers Of Year

সপ্তমবাৰৰ বাবে ভাৰতীয় ফুটবলৰ বৰ্ষশ্ৰেষ্ঠ ফুটবলাৰৰ সন্মান সুনীল ছেত্ৰীলৈ; মনীষা কল্যাণলৈ মহিলাৰ শ্ৰেষ্ঠ ফুটবলাৰৰ সন্মান

Chess Olympiad

দবা অলিম্পিয়াডত সাফল্য ভাৰতৰ: ব্ৰঞ্জ জিনিলে ভাৰতৰ ‘বি’ দল আৰু মহিলা ‘এ’ দলে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd