• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

কাৰ্বি আংলং: টকা আৰু প্ৰশাসনিক শক্তিৰ আগত অদৃশ্য হৈ পৰিল জনজাতিৰ সমস্যা

সুব্ৰত তালুকদাৰ by সুব্ৰত তালুকদাৰ
May 7, 2026 1:40 pm
126
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তুলিৰাম ৰংহাং। হিমন্ত বিশ্ব শৰ্মাৰ এ.টি.এম। কাৰ্বি আংলংৰ ৰাস্তা – ঘাট এবাৰ ঘূৰিলেই গম পোৱা যায় তুলিৰাম ৰংহাং কিমান দুৰ্নীতিৰ সম্ৰাট। তুলিৰাম ৰংহাঙে এইবাৰ কাৰ্বি আংলংৰ ৰংখাঙ সমষ্টিৰ পৰা নিৰ্বাচনত প্রতিদ্বন্দ্বিতা কৰিছিল। কিছুদিন আগত অসমৰ ৰাজনীতিত এটা ভয়াবহ ঘটনা সংঘটিত হৈছিল। তুলিৰামৰ নিজৰ অৰ্থাৎ ৰংখাঙ সমষ্টিৰ ঘৰটো শ শ মানুহে জ্বলাই দিছিল। কিমান ভয়ানক ক্ষোভ হ‘লে তুলিৰামৰ দৰে প্রবল প্রতাপী এজনৰ ঘৰ ৰাইজে জ্বলাই দিবলৈ সাহস কৰে! এই ক্ষোভৰ উমান পায়েই হয়তো ঘৰ জ্বলোৱা কাকো অসম চৰকাৰে পিছত গ্রেপ্তাৰ কৰা পৰ্যন্ত দেখা নগল।

কিন্তু এইবাৰৰ বিধানসভা নিৰ্বাচনত তুলিৰামে এইটো সমষ্টিৰ পৰা ৭৫.৭২ % ভোট লাভ কৰিছে। অসমৰ ভিতৰত সৰ্বাধিক। হিমন্ত বিশ্ব শৰ্মাই আনকি নিজৰ সমষ্টিত ভোট লাভ কৰিছে ৭৪.৪২% । যোৱাবাৰৰ লোকসভা নিৰ্বাচনত (সমষ্টি পুন:নিৰ্ধাৰণৰ পিছত) এইটো সমষ্টিত বিজেপিয়ে লাভ কৰিছিল ৫৭,২৬১ টা ভোট , এইবাৰ বিজেপিয়ে লাভ কৰিছে ৮২,৬৩৪ টা ভোট।

জন ইংতি কাথাৰ। পাহাৰত জনপ্রিয় নাম জে. আই. কাথাৰ। আই.এ.এছ বিষয়া আছিল।পাহাৰৰ ৰাজনীতিৰ বিষয়ে সামান্য খবৰ ৰখা যিকোনো মানুহৰেই জে. আই. কাথাৰৰ জনপ্রিয়তা আৰু সুদৃঢ় সাংগঠনিক ভেটিৰ বিষয়ে জ্ঞাত। অন্তত: কাৰ্বি অধ্যুষিত অঞ্চলত। কাথাৰ আৰু কাথাৰৰ পাৰ্টী এ.পি.এইচ.এল.চিৰ কাৰ্যসূচী থাকিলে প্রশাসনেও সাত তাপ মাৰে। হাজাৰ হাজাৰ মানুহ হয় আৰু সকলো নিজৰ পইচাৰেই আন্দোলনত আহে। আদৰ্শৰ যুঁজ, স্ব- শাসিত ৰাজ্যৰ কাৰণে যুঁজ। বিশেষকৈ কাৰ্বি অধ্যুষিত অঞ্চলত বুথভিত্তিত কাথাৰৰ সকলোতে সংগঠন আছে। এ.পি.এইচ.এল.চিৰ শক্তিশালী আন্দোলনৰ কাৰণে কাৰ্বি আংলংত এতিয়াও কেইবাটাও বৃহৎ বৃহৎ কৰ্প‘ৰেট প্রজেক্ট আগবাঢ়িব পৰা নাই, যাৰ ফলত ১ লাখৰো অধিক জনজাতীয় মানুহৰ মাটি – ভেটি এতিয়াও উচ্ছেদ হোৱা নাই। এইটো অন্তত: আজিৰ দিনত কাথাৰৰ শক্তি।

Apply Now

বিৰোধীৰ কষ্ট আৰু সাংগঠনিক ভেটিৰ বিষয়ে ফেচবুকত আলোচনা চলি আছে। মই যোৱা প্রায় ডেৰ বছৰ ধৰি কাৰ্বি আংলংৰ বিভিন্ন আন্দোলনত সক্রিয় হৈ আছো। এই ডেৰ বছৰত কাথাৰ ১০ দিনো গুৱাহাটীৰ নিজৰ বাসভৱনত থকা দেখা নাই। তেওঁ কাৰ্বি আংলংত থাকে আৰু সদায় মানুহক লগ কৰে। অথচ ডিফু বিধানসভা সমষ্টিত কাথাৰ নিজেই প্রায় ৫০ হাজাৰ ভোটৰ ব্যৱধানত পৰাজিত হৈছে। যোৱবাৰৰ লোকসভা নিৰ্বাচনত ডিফু বিধানসভাত এই ব্যৱধান আছিল প্রায় ১১ হাজাৰ। অথচ তেতিয়া এলায়েন্সো নাছিল।

এইবাৰ কাৰ্বি আংলংত শ কোটিৰ অধিক পইচা কেৱল নিৰ্বাচনৰ দিনকেইটাত খৰচ কৰা হৈছে। বুথভিত্তিত ১৫ লাখকৈ টকা দিয়া বুলি আমাৰ হাতত খবৰ আছে।

কাৰ্বি আংলংত কৰ্প‘ৰেটৰ বৃহৎ বৃহৎ Investment আছে। গতিকে নিৰ্বাচনত বিজেপিৰ সপক্ষত টকাৰ উজান অহাতো স্বাভাবিক কথা। কিন্তু ইমান অস্বাভাবিক ফলাফলৰ কাৰণ কেৱল টকা নে অন্য বেলেগ। বিজেপিৰ সাংগঠনিক ভেটিও টকাৰ ওপৰতেই নিৰ্ভৰশীল। বিষয় আৰু তথ্যখিনি আপোনালোকলৈ এৰিলো।

সুব্ৰত তালুকদাৰ

সুব্ৰত তালুকদাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘ইউচিচি’ আৰু ‘এনআৰচি’ক লৈ গৃহমন্ত্ৰীৰ ডাঙৰ ঘোষণা! অমিত শ্বাহৰ ঘোষণাই সলনি কৰিব নেকি ৰাজনৈতিক প্ৰেক্ষাপট?

‘ইউচিচি’ আৰু ‘এনআৰচি’ক লৈ গৃহমন্ত্ৰীৰ ডাঙৰ ঘোষণা! অমিত শ্বাহৰ ঘোষণাই সলনি কৰিব নেকি ৰাজনৈতিক প্ৰেক্ষাপট?

September 14, 2026 7:20 pm
বিহাৰত কাৰ্যকৰী নহ’ব ইউ জি চি! অমিত শ্বাহৰ ঘোষণাক লৈ  বিজেপি-জেডিইউৰ মাজত মতভেদৰ ইংগিত

বিহাৰত কাৰ্যকৰী নহ’ব ইউ জি চি! অমিত শ্বাহৰ ঘোষণাক লৈ  বিজেপি-জেডিইউৰ মাজত মতভেদৰ ইংগিত

September 14, 2026 6:47 pm
স্ত্ৰী-তিনি কন্যাক হত্যা কৰি মন্দিৰত প্ৰাৰ্থনা, হোটেল সলাই সলাই পলাইছিল অভিযুক্ত স্বামী : অৱশেষত ইশ্বৰেও ৰক্ষা কৰিব নোৱাৰিলে হত্যাকাৰীক

স্ত্ৰী-তিনি কন্যাক হত্যা কৰি মন্দিৰত প্ৰাৰ্থনা, হোটেল সলাই সলাই পলাইছিল অভিযুক্ত স্বামী : অৱশেষত ইশ্বৰেও ৰক্ষা কৰিব নোৱাৰিলে হত্যাকাৰীক

September 14, 2026 5:40 pm
বজাৰত জুই, দেশত নিয়ন্ত্ৰণহীন খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি:  ৪.৮২ শতাংশলৈ বৃদ্ধি পালে খুচুৰা মুদ্ৰাস্ফীতিৰ হাৰ

বজাৰত জুই, দেশত নিয়ন্ত্ৰণহীন খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি:  ৪.৮২ শতাংশলৈ বৃদ্ধি পালে খুচুৰা মুদ্ৰাস্ফীতিৰ হাৰ

September 14, 2026 5:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘ইউচিচি’ আৰু ‘এনআৰচি’ক লৈ গৃহমন্ত্ৰীৰ ডাঙৰ ঘোষণা! অমিত শ্বাহৰ ঘোষণাই সলনি কৰিব নেকি ৰাজনৈতিক প্ৰেক্ষাপট?

‘ইউচিচি’ আৰু ‘এনআৰচি’ক লৈ গৃহমন্ত্ৰীৰ ডাঙৰ ঘোষণা! অমিত শ্বাহৰ ঘোষণাই সলনি কৰিব নেকি ৰাজনৈতিক প্ৰেক্ষাপট?

September 14, 2026 7:20 pm
বিহাৰত কাৰ্যকৰী নহ’ব ইউ জি চি! অমিত শ্বাহৰ ঘোষণাক লৈ  বিজেপি-জেডিইউৰ মাজত মতভেদৰ ইংগিত

বিহাৰত কাৰ্যকৰী নহ’ব ইউ জি চি! অমিত শ্বাহৰ ঘোষণাক লৈ  বিজেপি-জেডিইউৰ মাজত মতভেদৰ ইংগিত

September 14, 2026 6:47 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd