• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পুৰণিগুদামত এহাল ভাতৃ-ভগ্নীয়ে দাঙি ধৰিলে কাঠফুলা খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন

ভাৰ্গৱ হাজৰিকা by ভাৰ্গৱ হাজৰিকা
February 27, 2020 8:18 am
24
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেৱল যুৱকেই নহয়, এতিয়া একাংশ যুৱতীয়েও স্বাৱলম্বিতাৰ দিশত পথ প্ৰশস্ত কৰি লৈছে। কাঠফুলাৰ খেতিৰে নৱপ্ৰজন্মৰ সন্মুখত স্বাৱলম্বিতাৰ উপযুক্ত নিৰ্দশন দাঙি ধৰিছে নগাঁও জিলাৰ পুৰণিগুদামৰ এহাল ভাতৃ-ভগ্নীয়ে।

পুৰণিগুদামৰ দেউৰীগাঁৱৰ এই দুজন উদীয়মান ভাতৃ-ভগ্নী এতিয়া সকলোৰে বাবে হৈ পৰিছে আৰ্দশ স্বৰূপ। এইখন অসমতে চৰকাৰী চাকৰিৰ অভাৱত যি সময়ত একাংশ যুৱক-যুৱতীয়ে কৰ্মসংস্থাপনৰ বাবে ৰাজ্যৰ বাহিৰলৈ ঢাপলি মেলিছে ঠিক তেনে সময়তে দেউৰীগাঁৱৰ শিক্ষিত যুৱক-যুৱতীদ্বয়ে নিজৰ ঘৰতে আৰম্ভ কৰিছে কাঠ ফুলাৰ খেতি।

Apply Now

অকল নিজেই স্বাৱলম্বী হোৱায়ে নহয় বৈজ্ঞানিক পদ্ধতিৰে কৰা কাঠফুলাৰ খেতিৰ জৰিয়তে পুৰণিগুদাম দেউৰীগাঁৱৰ চয়নিকা গায়ন আৰু ৰাজদ্বীপ শইকীয়াই নিজৰ পৰিয়ালটোকো আৰ্থিক দিশত যথেষ্টভাবে সকাহ প্ৰদান কৰিবলৈ সক্ষম হৈছে।

নূন্যতম ব্যয় সাপেক্ষে বাৰীৰ পাছফালে থকা এটা বিশেষ কুটিৰত মাত্ৰ ১০০ টাকৈ বিশেষ অত্যাধুনিক মোনাত বীজ ৰোপণ কৰি আৰম্ভ কৰা এই খেতিৰ জৰিয়তে মাহেকত প্ৰায় পোন্ধৰৰ পৰা বিশ হাজাৰ টকালৈকৈ উপাৰ্জন কৰিব পৰা যায় বুলি জানিবলৈ দিছে অতি কৰ্মঠ যুৱক-যুৱতী দ্বয়ে।

উল্লেখ্য যে, বৃহত্তৰ অঞ্চলটোৰ ভিতৰতে শিক্ষিত যুৱক-যুৱতী দ্বয়ে ব্যতিক্ৰমী ধৰণৰে আৰম্ভ কৰা এই কৃষিকাৰ্যত তেওঁলোকক বিশেষভাৱে সহায়ৰ হাত আগবঢ়াইছে পৰিয়ালৰ আন-আন সদস্য সকলৰ লগতে সুৰজীৎ দেৱনাথ নামৰ এগৰাকী শিক্ষাগুৰুৱেও।

বিশেষকৈ অতি গুৰুত্বপূৰ্ণ কথাতো হ’ল এইয়ে যে, মাত্ৰ আঠ মাহৰ পূৰ্বে পৰা বৈজ্ঞানিক পদ্ধতিৰে ঘৰতে কাঠফুলাৰ উৎপাদন কৰি আশানুৰূপ ভাবে লাভান্বিত হোৱাৰ পিছত এতিয়া দেউৰীগাঁৱৰ যুৱক-যুৱতী দ্বয়ে তিনি জন বন্ধুসহ শিক্ষক সুৰজীৎ দেৱনাথৰ সহযোগত মধ্য অসমৰ বিভিন্ন ঠাইত প্ৰায় তিনি শতাধিক যুৱ কৃষকৰ দ্বাৰা প্ৰথমবাৰৰ বাবে ব্যৱসায়িক ভিত্তিত কাঠফুলাৰ খেতি আৰম্ভ কৰাত এক বিশেষ উদ্যোগ হাতত লৈছে বুলি গৌৰৱৰৈ জানিবলৈ দিছে চয়নিকা-ৰাজদীপে।

ইফালে হাবি-জংঘলৰ পৰা কাঠফুলা বুটলি খাই বিষক্ৰিয়াত আক্ৰান্ত হৈ অনাকাংক্ষিত বিপদত পৰাৰ বিপৰীতে ঘৰতে বৈজ্ঞানিক ভাবে কাঠফুলাৰ খেতি কৰিলে আহাৰ হিচাবে তাক নিশ্চিন্ত মনে গ্ৰহণ কৰাৰ উপৰি ব্যৱসায়ীক ভিত্তিত অনুকূল পৰিবেশত ইয়াৰ খেতি কৰিলে লাভান্বিত হোৱাতো প্ৰায় নিশ্চিত বুলি জানিবলৈ দিয়ে চয়নিকা-ৰাজদীপক আৰম্ভনিৰে পৰা উৎসাহিত কৰি অহা পৰিয়ালৰ লোক সকলে।

ভাৰ্গৱ হাজৰিকা

ভাৰ্গৱ হাজৰিকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আজমলৰ হুংকাৰ- ‘ইনশাল্লাহ, ময়েই জিকিম’, বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক ইংৰাজীত কথা ক’বলৈ ‎প্ৰত্যাহ্বান

আজমলৰ হুংকাৰ- ‘ইনশাল্লাহ, ময়েই জিকিম’, বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক ইংৰাজীত কথা ক’বলৈ ‎প্ৰত্যাহ্বান

September 22, 2026 7:46 pm
৪৮ হাজাৰ কোটিৰ মহাপ্ৰকল্প! চাপৰত আদানিৰ ৩২০০ মেগাৱাট তাপ বিদ্যুৎ কেন্দ্ৰৰ আধাৰশিলা

৪৮ হাজাৰ কোটিৰ মহাপ্ৰকল্প! চাপৰত আদানিৰ ৩২০০ মেগাৱাট তাপ বিদ্যুৎ কেন্দ্ৰৰ আধাৰশিলা

September 22, 2026 7:24 pm
প্ৰতিবাদলৈ কিয় ইমান বাধা? শিৱসাগৰ ৰে’ল ষ্টেচনত বানপীড়িতক ৰোধৰ অভিযোগ

প্ৰতিবাদলৈ কিয় ইমান বাধা? শিৱসাগৰ ৰে’ল ষ্টেচনত বানপীড়িতক ৰোধৰ অভিযোগ

September 22, 2026 6:46 pm
বিজেপিৰ পৰা পদত্যাগ সীমান্ত শেখৰৰ, চলচ্চিত্ৰ নিগমৰ অধ্যক্ষ পদৰো এৰিলে দায়িত্ব

বিজেপিৰ পৰা পদত্যাগ সীমান্ত শেখৰৰ, চলচ্চিত্ৰ নিগমৰ অধ্যক্ষ পদৰো এৰিলে দায়িত্ব

September 22, 2026 5:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আজমলৰ হুংকাৰ- ‘ইনশাল্লাহ, ময়েই জিকিম’, বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক ইংৰাজীত কথা ক’বলৈ ‎প্ৰত্যাহ্বান

আজমলৰ হুংকাৰ- ‘ইনশাল্লাহ, ময়েই জিকিম’, বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক ইংৰাজীত কথা ক’বলৈ ‎প্ৰত্যাহ্বান

September 22, 2026 7:46 pm
৪৮ হাজাৰ কোটিৰ মহাপ্ৰকল্প! চাপৰত আদানিৰ ৩২০০ মেগাৱাট তাপ বিদ্যুৎ কেন্দ্ৰৰ আধাৰশিলা

৪৮ হাজাৰ কোটিৰ মহাপ্ৰকল্প! চাপৰত আদানিৰ ৩২০০ মেগাৱাট তাপ বিদ্যুৎ কেন্দ্ৰৰ আধাৰশিলা

September 22, 2026 7:24 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd