• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 17, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

১৩ বছৰৰ অন্তত ইৰাণৰ পৰা আঁতৰিল অস্ত্ৰ সৰবৰাহৰ নিষেধাজ্ঞা

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , October 18, 2020 4:29 pm

2 min read

Iran Military Exhibition
255
VIEWS
Share on FacebookShare on Twitter

বিশ্বৰ পাৰমাণৱিক শক্তিধৰ ৰাষ্ট্ৰ সমূহৰ ভিতৰত অন্যতম ইৰাণৰ বিৰুদ্ধে ১৩ বছৰ পূৰ্বে ৰাষ্ট্ৰসংঘই আৰোপ কৰা অস্ত্ৰ সৰবৰাহৰ নিষেধাজ্ঞা অৱশেষত আজি বাতিল হ’ল।

আমেৰিকাৰ তীব্ৰ হেঁচাৰ পিছতো ৰাষ্ট্ৰসংঘই আজি ইৰাণৰ বিৰুদ্ধে থকা নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰে।

উল্লেখ্য বিশ্বৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিব পৰা পাৰমাণৱিক অস্ত্ৰ উৎপাদন কৰি থকাৰ অভিযোগত ১৩ বছৰ পূৰ্বে আমেৰিকাৰ হেঁচাতে ৰাষ্ট্ৰসংঘই ইৰাণৰ বিৰুদ্ধে অস্ত্ৰৰ উৎপাদন আৰু ৰপ্তানিৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছিল।

২০১৫ চনত আমেৰিকাৰ সৈতে পাৰমাণৱিক অস্ত্ৰ চুক্তিত স্বাক্ষৰ কৰাৰ পিছতে ইৰাণৰ বিৰুদ্ধে থকা নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰাৰ সম্ভাৱনাই দেখা দিছিল।

২০১৮ চনত তেহৰাণে আন্তঃৰাষ্ট্ৰীয় মহলৰ সৈতে Joint ‘Comprehensive Plan of Action’ (JCPOA) চুক্তিত স্বাক্ষৰ কৰিছিল।

কিন্তু চুক্তি স্বাক্ষৰৰ পিছতো ইৰাণে পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণ কৰি থকা বুলি আমেৰিকাই অভিযোগ কৰিছিল।

সেই অভিযোগ আমেৰিকাই ৰাষ্ট্ৰসংঘৰ মজিয়াতো উত্থাপন কৰিছিল।

কিন্তু ৰাষ্ট্ৰসংঘই বিভিন্ন দিশ চালি-জাৰি চাই ইৰাণৰ বিৰুদ্ধে থকা নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰে।

এতিয়াৰে পৰা ইৰাণে আন দেশৰ পৰা অস্ত্ৰ ক্ৰয় কৰিব পাৰিব আৰু নিজ দেশতো অস্ত্ৰ নিৰ্মাণ কৰিব পাৰিব।

ইৰাণৰ বৈদেশিক দপ্তৰৰ এগৰাকী মুখপাত্ৰই প্ৰকাশ কৰা মতে বিদেশৰ পৰা ইৰাণে পাৰমাণৱিক অস্ত্ৰ ক্ৰয় কৰাৰ কোনো প্ৰয়োজন নহ’ব। কাৰণ তেওঁলোকৰ নিজৰে এনে অস্ত্ৰ বহু আছে।

Recent News

Nipa Ba Final

প্ৰশ্ন সোধাটোৱেই পাপ! : মহিলা সাংবাদিকক শাৰিৰীক-মানসিকভাৱে অপদস্থ বহিৰাগত প্ৰযোজক-পৰিচালকৰ

a face

কোভিডৰ ভেকচিন গ্ৰহণৰ পিছতে মুখৰ এটা ফাল পেৰালাইছিছত আক্ৰান্ত ১৩ জনৰ ,ক’ত?

বিজেপি-কংগ্ৰেছলৈ প্ৰত্যাহ্বান! : লুৰীণৰ ঘোষণা ‘ৰাইজৰ দলৰে মিত্ৰতা হ’বই’

বিজেপি-কংগ্ৰেছলৈ প্ৰত্যাহ্বান! : লুৰীণৰ ঘোষণা ‘ৰাইজৰ দলৰে মিত্ৰতা হ’বই’

Image_1610887061085~2

বোকাখাতত শিল্পী দিৱস : কেঞ্চাৰেৰে যুঁজি থকা আশী উৰ্দ্ধৰ অৱহেলিত শিল্পীক সম্বৰ্ধনা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd