• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, March 3, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰবীন্দ্ৰ ভৱনত পৰিৱেশিত হ’ল “মোক্ষ”: প্ৰয়াত পদ্মশ্ৰী সুনীল কোঠাৰীক সশ্ৰদ্ধ স্মৰণ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 22, 2021 7:45 am

1 min read

WhatsApp Image 2021-01-21 at 7.40.44 PM
145
VIEWS
Share on FacebookShare on Twitter

ৰবীন্দ্ৰ ভৱনত বৃহস্পতিবাৰে সন্ধিয়া ৬ বজাত অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত তথা বৰ্তমানৰ সঞ্চালক যাদৱ শইকীয়াৰ নেতৃত্বত “মোক্ষ” শীৰ্ষক ভাৰতীয় ধ্ৰুপদী নৃত্যৰ এক অনুষ্ঠান পৰিৱেশিত হয়।

গুৱাহাটীৰ “দৰ্পণ ডান্স অকাডেমী” আৰু “সংগীত সত্ৰ”ৰ সহযোগত যোৱা বৰ্ষত মহাপ্ৰয়াণ ঘটা পদ্মশ্ৰী, সংগীত নাটক অকাডেমী বঁটা প্ৰাপক ভাৰতৰ এগৰাকী  যশস্বী নৃত্যবিশাৰদ, সমালোচক কোঠাৰীৰ স্মৃতিত এই অনুষ্ঠানটিৰ আয়োজন কৰা হয়।

নৃত্যাচাৰ্য পদ্মশ্ৰী যতীন গোস্বামী, অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ অৱসৰপ্ৰাপ্ত উচ্চপদস্থ বিষয়া  স্বপ্ননীল বৰুৱা, আই এ এছ বিষয়া তথা সাংস্কৃতিক ব্যক্তিত্ব মাধুৰীমা বৰুৱা, প্ৰখ্যাত মূকাভিনয় শিল্পী মইনুল হক, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণৰ সঞ্চালক ড° ৰঞ্জন কাকতি বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ৷

এইসকল বিশিষ্ট ব্যক্তিক অনুষ্ঠানটিত সম্বৰ্ধনা জনোৱাৰ লগতে প্ৰয়াত সুনীল কোঠাৰীক শ্ৰদ্ধাৰে স্মৰণ কৰা হয়।

বন্তি প্ৰজ্বলনৰে আৰম্ভ হোৱা ‘মোক্ষ’ শীৰ্ষক নৃত্য সন্ধিয়াটিত অৰুণাভজ্যোতি মালাকাৰৰ “খোল বাদন”, স্বনামধন্য নৃত্যশিল্পী অনিতা শৰ্মাৰ “গুৰু বন্দনাৰে সৈতে সত্ৰীয়া নৃত্য”, যশস্বী নৃত্যগুৰু বিপুল দাসৰ “কথক নৃত্য”, খ্যাতনমা নৃত্যশিল্পী তথা প্ৰৱক্তা ড° অঞ্জনাময়ী শইকীয়াৰ “ওডিচি নৃত্য” পৰিবেশনৰ লগতে গুৱাহাটীৰ সংগীত সত্ৰৰ শিল্পীসকলে ‘একলব্য’ আৰু আন এক সত্ৰীয়া নৃত্য প্ৰদৰ্শন কৰে।

Recent News

a pos

কোভিড পজিটিভ ভোটাৰৰ ক্ষেত্ৰত কেনে বিধি ব্যৱস্থা?

Akhil Sithi

কংগ্ৰেছ মহাজোঁটত AIUDF নাথাকিলে ৰাইজৰ দলৰ সমৰ্থন পাব মহাজোঁটে

অসম বিধানসভা নিৰ্বাচন : প্ৰিয়ংকা গান্ধীয়ে প্ৰদান কৰিলে পাঁচটা প্ৰতিশ্ৰুতি

অসম বিধানসভা নিৰ্বাচন : প্ৰিয়ংকা গান্ধীয়ে প্ৰদান কৰিলে পাঁচটা প্ৰতিশ্ৰুতি

ballot_paper

পোষ্টেল বেলট সন্দৰ্ভত ৰাজ্যিক নিৰ্বাচন আয়ুক্তৰ গুৰুত্বপূৰ্ণ ঘোষণা, কি কি ঘোষণা কৰিলে তেওঁ?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd