• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বোকাখাতত বেডমিন্টন একাডেমী আৰু জিমনেছিয়াম উদ্বোধন

NE NOW NEWS
বোকাখাত , October 13, 2018 2:25 pm

2 min read

IMG_20181013_131737_2
356
VIEWS
Share on FacebookShare on Twitter

বোকাখাতৰ এজন উদীয়মান যুৱক পবিত্ৰ শইকীয়াৰ ব্যক্তিগত প্ৰচেষ্টাত নিৰ্মাণ কৰি উলিওৱা এখন ইনডোৰ বেডমিন্টন কৰ্ট আৰু এখন অত্যাধুনিক জিমনেছিয়াম প্ৰকল্পৰ আজি আনুষ্ঠানিক ভাৱে উদ্বোধন কৰা হয় ৷

বোকাখাতৰ জ্যোতিপুৰত নিৰ্মাণ কৰি উলিওৱা  ‘অনুৰাগ বেডমিন্টন একাডেমী আৰু জিমনেছিয়াম’ নামৰ এই প্ৰকল্পটোৰ অন্তৰ্গত বেডমিন্টন কৰ্টখন আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে গোলাঘাট জিলাৰ ক্ৰীড়া বিষয়া ৰিলীপ ৰংহাঙে আৰু জিমনেছিয়ামখন উদ্বোধন কৰে মিষ্টাৰ ইউনিভাৰ্ছ মহাদেৱ ডেকাই ৷

এই উপলক্ষে আয়োজিত এক বিশেষ অনুষ্ঠানত মহাদেৱ ডেকা আৰু ৰিলিপ ৰংহাংৰ লগতে ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা,  প্ৰাক্তন উপাধ্যক্ষ বলোভদ্ৰ তামুলী, মহকুমা স্বাস্থ্য বিষয়া ভাৰত ফুকন, গোলাঘাট জিলা বেডমিন্টন এচোচিয়েশ্যনৰ সম্পাদক নৱজ্যোতি বৰা আৰু বোকাখাত প্ৰেছ ক্লাবৰ সভাপতি ভৱানন্দ কলিতা উপস্থিত থাকে৷

অনুষ্ঠানত পবিত্ৰ শইকীয়াৰ পুত্ৰ অনুৰাগৰ সপ্তম সংখ্যক জন্মদিনৰ কেক কটা হয়৷ অনুষ্ঠানত ভাষণ প্ৰদান কৰি মিষ্টাৰ ইউনিভাৰ্ছ মহাদেৱ ডেকাই বোকাখাতত ব্যক্তিগত প্ৰচেষ্টাত গঢ়ি উঠা এই ক্ৰীড়া প্ৰকল্পটোৰ বাবে পবিত্ৰ শইকীয়াক ধন্যবাদ জনায়৷ তেওঁ সুন্দৰ আৰু সুস্থ শৰীৰেৰে দীৰ্ঘ দিন জীয়াই থকাৰ বাবে পুৰুষৰ লগতে মহিলাকো শৰীৰ চৰ্চ্চা কৰিবৰ বাবে আহ্বান জনায়৷

অনুষ্ঠানত পবিত্ৰ শইকীয়াৰ পিতৃ ফণীধৰ শইকীয়া , মাতৃ মিনু শইকীয়া  আৰু আইতাক জানকী শইকীয়াক সমুহ সাংবাদিকৰ হৈ সম্বৰ্ধনাও জনোৱা হয় ৷ অনুষ্ঠানৰ শেষত মিষ্টাৰ ইউনিভাৰ্ছ মহাদেৱ ডেকাই তেওঁ শৰীৰ সৌষ্ঠব প্ৰদৰ্শন কৰে ৷

Recent News

WhatsApp Image 2021-01-24 at 11.18.24 AM

আমষ্টাৰডামত গ্ৰেপ্তাৰ এছিয়াৰ ‘ম’ষ্ট ৱান্টেড ড্ৰাগছ সম্ৰাট’ চে চি লোপ

Story-8-15-1140x570-750x375

দেশত জীৱশ্ৰেষ্ঠৰ বৰ্বৰ কাণ্ড! নাহৰফুটুকী মাৰি মাংস খোৱাৰ অপৰাধত গ্ৰেপ্তাৰ হ’ল ৫জন

EsaeaS7VcAArt3Q-1140x570

দুখনকৈ জনসভাত অংশ লৈ আজি বিধানসভা নিৰ্বাচনৰ ৰণডংকা বজাব অমিত শ্বাহে!

32337043_2010270292557153_5893369135034793984_n-643x375

বিশিষ্ট নাট্যকাৰ সেৱাব্ৰত বৰুৱাৰ পৰলোকপ্ৰাপ্তি; শোকস্তব্ধ ভ্ৰাম্যমান জগত

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd