• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত সম্পন্ন হ’ল ভাষা, সংস্কৃতি, আৰু পৰিচয়ৰ সংযোগ বিষয়ক আন্তঃৰাষ্ট্ৰীয় আলোচনা চক্ৰ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
May 27, 2024 8:50 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২৭ মে’ তাৰিখে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ইংৰাজী আৰু বৈদেশিক ভাষা বিভাগৰ উদ্যোগত আৰু তিনিচুকীয়াৰ ডুমডুমা মহাবিদ্যালয়, মিৰ্জাৰ দক্ষিণ কামৰূপ বালিকা মহাবিদ্যালয়, ছিপাঝাৰ মহাবিদ্যালয়, দৰং, ৰঙিয়া মহাবিদ্যালয়, ৰঙিয়া, দিছপুৰ মহাবিদ্যালয়, গুৱাহাটী, ছয়গাঁও মহাবিদ্যালয়, ছয়গাঁও, স্বহীদ পিয়লি ফুকন কলেজ, নামতি, সোণাপুৰ মহাবিদ্যালয়, সোণাপুৰ, ডিগবৈ মহিলা মহাবিদ্যালয়, ডিগবৈ, আৰ্য্য বিদ্যাপীঠ মহাবিদ্যালয়, গুৱাহাটী, বি.বৰুৱা মহাবিদ্যালয়, গুৱাহাটী, পূব বংশৰ মহাবিদ্যালয়, শিঙিমাৰী, উত্তৰ গুৱাহাটী মহাবিদ্যালয়, গুৱাহাটী, খাৰুপেটীয়া মহাবিদ্যালয়, দৰং, বি এইচ মহাবিদ্যালয়, হাউলী, বৰপেটা বালিকা মহাবিদ্যালয়, বৰপেটা, তেজপুৰ মহাবিদ্যালয়, তেজপুৰ আৰু নবজ্যোতি মহাবিদ্যালয়, কলগাছিয়াৰ সহযোগত ভাষা, সংস্কৃতি, আৰু পৰিচয়ৰ সংযোগস্থলৰ আন্তৰ্জাতিক আলোচনা চক্ৰৰ আয়োজন কৰা হয়। 

জৰ্দানৰ মাফৰাক চহৰৰ আল আলবায়ট বিশ্ববিদ্যালয় স্পেনিছ ভাষা আৰু অনুবাদ বিভাগৰ অধ্যাপক আদনান আল- কাৰ্গহুড, বাংলাদেশৰ খুলনা চহৰৰ চৰকাৰী ব্ৰজালাল কলেজৰ অধ্যক্ষ তথা ইংৰাজী বিভাগৰ অধ্যাপক, অধ্যাপক শ্বৰীফ আতিকুজ্জামানক এই আলোচনা চক্ৰত সমল ব্যক্তি হিচাপে উপস্থিত থাকে।
দুয়োজন সমল ব্যক্তিয়ে ভাষা, সংস্কৃতি, আৰু পৰিচয় বিষয়কলৈ অংশগ্ৰহণকাৰীসকলৰ মাজত অবতাৰণা হোৱা বিভিন্ন প্ৰশ্নৰ উত্তৰ প্ৰদান কৰি অনুষ্ঠানটোৰ সফল ৰূপ দিয়ে।

Apply Now

ইয়াৰ উপৰিও অসমৰ ২০ খন কলেজ আৰু বিশ্ববিদ্যালয়ৰ পৰা প্ৰায় সত্তৰ জন অংশগ্ৰহণকাৰী এই সন্মিলনত উপস্থিত থাকে।

আলোচনা চক্ৰৰ আৰম্ভণিতে এছ এছ এ ছ’চাইটিৰ সভাপতি শ্ৰীযুত যশোদা ৰঞ্জন দাস ডাঙৰীয়াই আদৰণি ভাষণ প্ৰদান কৰে। উদ্বোধনী অধিৱেশনত গ্ৰন্থ উন্মোচনৰ অনুষ্ঠানো অনুষ্ঠিত হয়। ২০২৪ চনৰ ২২-২৩ জানুৱাৰীত আয়োজিত আন্তঃৰাষ্ট্ৰীয় সন্মিলনত উপস্থাপন কৰা গৱেষণা পত্ৰৰ সংকলন. ” বৰ্ডাৰচ এণ্ড বাউন্ডেৰীচ : ইন্ডিজেনাছ কালচাৰ নাও এণ্ড ডেন ” উন্মোচন কৰে বিশ্ববিদ্যালয়খনৰ সন্মানীয় আচাৰ্য অধ্যাপক ডঃ জয়ন্ত ডেকা, উপাচাৰ্য অধ্যাপক ড. কন্দৰ্প দাস, নিমন্ত্ৰিত অতিথি আৰু অংশগ্ৰহণকাৰীসকলে।  গ্ৰন্থখনৰ সম্পাদনা কৰে ডঃ নীলাক্ষী গোস্বামী, ডঃ জুপিতৰা বড়ো, প্ৰীতি শৰ্মা, আৰু মানসী দেৱীয়ে । এই আলোচনা চক্ৰখনে মত বিনিময়, আলোচনাৰ প্ৰসাৰ আৰু সতেজ দৃষ্টিভংগীৰ উত্থানৰ মঞ্চ হিচাপে কাম কৰাৰ  লগতে  বৌদ্ধিক বিনিময় আৰু সহযোগিতাৰ পৰিৱেশ গঢ়ি তোলাৰ ক্ষেত্ৰত বিশেষ ভূমিকা লৈছে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd