DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 30, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গোলাঘাটবাসীৰ আৱেগ জড়িত এটি পুৰণি ৰাজহুৱা পথত দেৱাল দি বন্ধ : স্থানীয় ৰাইজৰ প্ৰতিবাদ

মীনাক্ষী ফুকন by মীনাক্ষী ফুকন
April 27, 2021 2:32 pm
Golaghat
296
VIEWS
Share on FacebookShare on Twitter

কৰোনাৰ এই ভয়াৱহ পৰিস্থিতিৰ মাজতে আজি গোলাঘাটত জনস্বাৰ্থ বিৰোধী কাৰ্যকলাপৰ বিৰুদ্ধে এক প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

গোলাঘাট জিলা ছাত্ৰ সন্থাৰ উদ্যোগত ৰূপায়ণ কৰা এই প্ৰতিবাদ সম্পূৰ্ণৰূপে কোভিড প্ৰট’কল মানি চলা দেখা যায়।

কৰ্টৰোডৰ গাতে লাগি থকা গোলাঘাট নগৰৰ এটি অতি পুৰণি ৰাজহুৱা গড়কাপ্তানী পথ বন্ধ কৰি পকী দেৱাল দিয়াত ক্ষোভিত হৈ পৰিছে ছাত্ৰ সংগঠনটোৰ লগতে একাংশ সচেতন লোক।

অভিযোগ অনুসৰি গোলাঘাটবাসীৰ লগত কোনো আলাপ-আলোচনা নকৰাকৈ ওচৰতে নিৰ্মাণ কৰি থকা জিলা ন্যায়ালয়ৰ কাৰ্যালয়ৰ ঠিকাদাৰে এই গুৰুত্বপূৰ্ণ পথছোৱা বন্ধ কৰি দেৱাল নিৰ্মাণৰ প্ৰস্তুতি কৰিছে।

গড়কাপ্তানী অধীনৰ নগৰৰ মাজমজিয়াৰ অতিকে গুৰুত্বপূৰ্ণ অঞ্চলৰ পথছোৱাৰ সন্দৰ্ভত ৰাইজক সম্পূৰ্ণৰূপে অন্ধকাৰত ৰাখি কাৰ চত্ৰছায়াত উক্ত ঠিকাদাৰজনে এই সিদ্ধান্ত গ্ৰহণ কৰিছে সেই লৈ এতিয়া প্ৰশ্ন তুলিছে জিলা ছাত্ৰসন্থাৰ লগতে সচেতনমহলে।

গোলাঘাটবাসীৰ আৱেগ জড়িত এই পথছোৱা এনেকৈ কোনো লোকে বন্ধ কৰিব নোৱাৰে বুলিও হুংকাৰ প্ৰদান কৰিছে প্ৰতিবাদকাৰীসকলে।

Recent News

Uddhav Thackeray resigns উচ্চতম ন্যায়ালয়ে আস্থাভোটৰ নিৰ্দেশ দিয়াৰ পিছতে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ পদত্যাগ

Uddhav Thackeray resigns উচ্চতম ন্যায়ালয়ে আস্থাভোটৰ নিৰ্দেশ দিয়াৰ পিছতে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ পদত্যাগ

AAgrY_SupremeCourtofIndia-750x375-1

No-Trust Vote উচ্চতম ন্যায়ালয়ত মুখ থেকেচা উদ্ধৱ থাকৰে শিবিৰৰ, বৃহস্পতিবাৰেই অনুষ্ঠিত হ’ব মহাৰাষ্ট্ৰৰ আস্থা ভোট

Seven Left-Youth Organizations Demand: বানাক্ৰান্তক পৰ্যাপ্ত সাহায্য আৰু ক্ষতিপূৰণৰ দাবী; সাত বাঁওপন্থী যুৱ-ছাত্ৰ সংগঠনৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ

Seven Left-Youth Organizations Demand: বানাক্ৰান্তক পৰ্যাপ্ত সাহায্য আৰু ক্ষতিপূৰণৰ দাবী; সাত বাঁওপন্থী যুৱ-ছাত্ৰ সংগঠনৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ

Agnipath Scheme: অগ্নিপথৰ বিৰোধিতা; টীয়কত প্ৰতিবাদ সাব্যস্ত কৰিলে কংগ্ৰেছে

Agnipath Scheme: অগ্নিপথৰ বিৰোধিতা; টীয়কত প্ৰতিবাদ সাব্যস্ত কৰিলে কংগ্ৰেছে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd