• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

এটা জৰুৰী বিবৃতি

ডঃ হীৰেন গোহাঁই by ডঃ হীৰেন গোহাঁই
February 5, 2023 9:10 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এটা জৰুৰী বিবৃতি।

হিমন্তবিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ  অসহনীয় চৰকাৰী স্বৈৰাচাৰৰ নগ্ন ৰূপ প্ৰকাশ পাইছে অসমৰ জনপ্ৰিয় নেতা, জনগণৰ অধিকাৰ তথা জাতীয় স্বাৰ্থৰ অতন্দ্ৰ প্ৰহৰীৰ, গণতান্ত্ৰিক সংগ্ৰামৰ অগ্ৰণী নায়ক সাংসদ অজিত ভূঞাৰ ওপৰত চলোৱা উপদ্ৰৱত।

মুখ্যমন্ত্ৰীৰ তথা তেওঁৰ পৰিয়ালৰ নানা কেলেংকাৰী সম্পৰ্কে শ্ৰীভূঞাই তোলা তথ্যভিত্তিক ৰাজহুৱা
অভিযোগ তেওঁৰ ব্যক্তিগত আক্ৰোশৰ পৰা ওপজা নহয়। ৰাইজৰ পৰা সংগ্ৰহ কৰা আৰু ৰাইজৰ বাবে খৰচ কৰিব লগীয়া ধন ব্যক্তিগত স্বাৰ্থত আৰু অনিয়মীয়া ধৰণে খৰচ কৰাৰ প্ৰতি জনপ্ৰতিনিধি সজাগ থকাটো তেওঁৰ অন্যতম দায়িত্ব আৰু কৰ্তব্য। এইধৰণৰ দুৰ্নীতিৰ বাবেই ৰাইজৰ দুখ,দুৰ্দশাৰ ওৰ নপৰে।

Apply Now

অতি আচৰিত আৰু ধিক্কাৰজনক কথা যে মুখ্যমন্ত্ৰীৰ কিবা ক’বলগীয়া থাকিলে নিজে সংবাদমেল পাতি নিজৰ বক্তব্য ৰাইজৰ আগত দাঙি ধৰাৰ প্ৰচলিত নীতি অনুসৰণ তেওঁ কৰা নাই। তাৰ ঠাইত অতি আচৰিত ধৰণে আৰু প্ৰচলিত বিধি আৰু প্ৰত্যাশিত আচৰণ উলংঘা কৰি অভিযোগকাৰী ভূঞাৰ সাংসদ পুঁজিৰ “দুৰ্নীতি” উদ্ঘাটন বা উদ্ভাৱন কৰিবলৈ মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাক লগাই দিয়া হৈছে।

আইন অনুযায়ী নিৰ্দিষ্ট অভিযোগৰ ভিত্তিত সাংসদ পুঁজিৰ অপব্যৱহাৰৰ তদন্ত কোনো কেন্দ্ৰীয় সংস্থাই হয়তো কৰিব পাৰে। বা হয়তো সংসদৰ নিজা কোনো কমিটিয়ে। দেখ দেখকৈ ই ৰাজ্য চৰকাৰে
সংসদ অৱমাননা কৰাৰ নিদৰ্শন। কথাটো ভাৰতীয় সংসদক অৱগত কৰা প্ৰয়োজন।

তাতকৈ ডাঙৰ কথা এয়ে যে ই নিতান্ত ব্যক্তিগত আক্ৰোশ পূৰণৰ বাবে চৰকাৰী ক্ষমতাৰ অপব্যৱহাৰৰ এক কদৰ্য উদাহৰণ। এনে শাসকৰ হাতত ৰাজহুৱা স্বাৰ্থ কদাপি সুৰক্ষিত হব নোৱাৰে।দুৰ্নীতিৰহে সুৰক্ষা হব। এনে কাৰ্য ভবিষ্যতে মুখ্যমন্ত্ৰীৰ অন্যতম দুষ্কাৰ্য ৰূপেই চিহ্ণিত হব।
আমি অবিলম্বে অজিত ভূঞাৰ ওপৰত চলা জুলুম বন্ধ কৰিবলৈ আৰু ভদ্ৰজনোচিত গণতান্ত্ৰিক ৰীতি অনুযায়ী মুখ্যমন্ত্ৰীক নিজৰ বক্তব্য সংবাদমেল যোগে জনাবলৈ দাবী তুলিছোঁ। তদুপৰি তেওঁ প্ৰকৃত সত্য উদ্ধাৰৰ বাবে নিৰপেক্ষ তদন্তৰ ব্যৱস্থা কৰাই উচিত হ’ব।

পুৰ্বেও অজিত ভূঞাই গণতান্ত্ৰিক ৰাইজৰ অধিকাৰ আৰু ন্যায়ৰ বাবে যুঁজ দি স্বৈৰতান্ত্ৰিক শাসকৰ দ্বাৰা নিৰ্যাতিত হৈ জনগণৰ আশীৰ্বাদ লাভ কৰিছিল। এই নতুন নিৰ্যাতনো তেওঁৰ ডিঙিত নতুন এপাহ মালা হ’ল মাথোঁ। ই তেওঁৰ জয়যাত্ৰা ৰোধ কৰিব নোৱাৰে।

 

ইতি
হীৰেন গোহাঁই।
নিজৰাপাৰ পথ,
গুৱাহাটী।

ডঃ হীৰেন গোহাঁই

ডঃ হীৰেন গোহাঁই

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটীৰ উদ্যানসমূহত আজিৰ পৰা কাৰ্যকৰী হ’ল নতুন প্ৰৱেশ মাচুল

গুৱাহাটীৰ উদ্যানসমূহত আজিৰ পৰা কাৰ্যকৰী হ’ল নতুন প্ৰৱেশ মাচুল

July 6, 2026 4:35 pm
নতুন শ্ৰম আইনৰ অধীনত ৰাষ্ট্ৰীয় নিম্নতম মজুৰি নিৰ্ধাৰণৰ বাবে চৰকাৰৰ নতুন সমিতি গঠন

নতুন শ্ৰম আইনৰ অধীনত ৰাষ্ট্ৰীয় নিম্নতম মজুৰি নিৰ্ধাৰণৰ বাবে চৰকাৰৰ নতুন সমিতি গঠন

July 6, 2026 4:16 pm
আৰম্ভ হ’ল বিধানসভাৰ বাজেট অধিৱেশন, “অহা ২৫ বছৰলৈ অসমত বিজেপিৰ ভেটি লৰাব নোৱাৰে” – মুখ্যমন্ত্ৰী

আৰম্ভ হ’ল বিধানসভাৰ বাজেট অধিৱেশন, “অহা ২৫ বছৰলৈ অসমত বিজেপিৰ ভেটি লৰাব নোৱাৰে” – মুখ্যমন্ত্ৰী

July 6, 2026 3:18 pm
পাকিস্তান অধিকৃত কাশ্মীৰত পাক সেনাৰ হাতত প্ৰাণ হেৰুৱাইছে সহস্ৰাধিক লোকে; সহায় বিচাৰিলে ভাৰতৰ

পাকিস্তান অধিকৃত কাশ্মীৰত পাক সেনাৰ হাতত প্ৰাণ হেৰুৱাইছে সহস্ৰাধিক লোকে; সহায় বিচাৰিলে ভাৰতৰ

July 6, 2026 1:35 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটীৰ উদ্যানসমূহত আজিৰ পৰা কাৰ্যকৰী হ’ল নতুন প্ৰৱেশ মাচুল

গুৱাহাটীৰ উদ্যানসমূহত আজিৰ পৰা কাৰ্যকৰী হ’ল নতুন প্ৰৱেশ মাচুল

July 6, 2026 4:35 pm
নতুন শ্ৰম আইনৰ অধীনত ৰাষ্ট্ৰীয় নিম্নতম মজুৰি নিৰ্ধাৰণৰ বাবে চৰকাৰৰ নতুন সমিতি গঠন

নতুন শ্ৰম আইনৰ অধীনত ৰাষ্ট্ৰীয় নিম্নতম মজুৰি নিৰ্ধাৰণৰ বাবে চৰকাৰৰ নতুন সমিতি গঠন

July 6, 2026 4:16 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd