• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, March 6, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অষ্ট্ৰেলিয়া ভ্ৰমণত অভিষক ঘটা ৫ ক্ৰিকেটাৰৰ লগতে শাৰ্দুলকো THAR-SUV উপহাৰ দিলে মহিন্দ্ৰাই

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 24, 2021 8:09 am

1 min read

WhatsApp Image 2021-01-24 at 7.46.49 AM

টীম ইণ্ডিয়াৰ ৬গৰাকী তৰুণ ক্ৰিকেটাৰক উপহাৰ দিয়া গাড়ীখন।

321
VIEWS
Share on FacebookShare on Twitter

অষ্ট্ৰেলিয়া ভ্ৰমণ সামৰি দেশলৈ উভতি অহাৰ তিনিদিনৰ ভিতৰতে টীম ইণ্ডিয়াৰ ছয়গৰাকী তৰুণ প্ৰতিভাক বিশেষ উপহাৰেৰে সম্ভাষণ জনালে মহিন্দ্ৰা গ্ৰুপৰ অধ্যক্ষ আনন্দ মহিন্দ্ৰাই।

কেংগাৰু দলৰ বিৰুদ্ধে টেষ্ট ছিৰিজত অভিষেক ঘটা পাঁচগৰাকী ক্ৰিকেটাৰৰ লগতে শাৰ্দুল ঠাকুৰকো মহিন্দ্ৰাই দিলে THAR-SUVউপহাৰ।

অষ্ট্ৰেলিয়া ভ্ৰমণতে টেষ্ট অবিষেক ঘটিছিল শুভমন গীল, মহম্মদ ছিৰাজ, নৱদীপ ছাইনী, টি নটৰাজন আৰু ৱাশ্বিংটন সুন্দৰৰ।

আনহাতে, ২০১৮চনত এখন টেষ্ট খেলাৰ পাছত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ব্ৰীছবেন টেষ্টত পুনৰ সুযোগ লাভ কৰে শাৰ্দুল ঠাকুৰে।

টীম ইণ্ডিয়াৰ এই ছয়গৰাকী তৰুণ যোদ্ধাৰ বাবেই ভাৰতে বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী বিজয় সম্ভৱ হৈ পৰে।

মহিন্দ্ৰাই কৈছে,’’ছয়গৰাকী তৰুণ ক্ৰিকেটাৰে অষ্ট্ৰেলিয়া ভ্ৰমণৰ ঐতিহাসিক ছিৰিজত আত্মপ্ৰকাশ কৰে (শাৰ্দুলে পূৰ্বে এখন টেষ্টত অংশ লৈছিল)।   তেওঁলোকে ভাৰতৰ ভৱিষ্যৎ নৱ প্ৰজন্মক সপোন দেখাৰ তথা অসম্ভৱক সম্ভৱ কৰি তোলাৰ পথ দেখুৱাইছে।‘’

Six young men made their debuts in the recent historic series #INDvAUS (Shardul’s 1 earlier appearance was short-lived due to injury)They’ve made it possible for future generations of youth in India to dream & Explore the Impossible (1/3) pic.twitter.com/XHV7sg5ebr

— anand mahindra (@anandmahindra) January 23, 2021

মহিন্দ্ৰাই জানিবলৈ দিয়ে যে এই উপহাৰৰ ব্যয় তেওঁ নিজৰ ব্যক্তিগত একাউন্টৰ পৰা বহন কৰিব। উপহাৰৰ মূল্য তেওঁৰ কোম্পানীৰ নামত ধৰা নহয়।

Recent News

bhaba

দুধনৈত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ বিৰুদ্ধেই হুংকাৰ দিলে বিজেপি কৰ্মীয়ে

কমিউনিষ্টসকলক য’তে দেখে, থিতাতে হত্যা কৰক : ফিলিপাইনছৰ ৰাষ্ট্ৰপতি ৰ’ড্ৰিগ’ ডুটাৰ্টে

কমিউনিষ্টসকলক য’তে দেখে, থিতাতে হত্যা কৰক : ফিলিপাইনছৰ ৰাষ্ট্ৰপতি ৰ’ড্ৰিগ’ ডুটাৰ্টে

IMG_20210306_150302

বিজেপি ত্যাগ কৰি কংগ্ৰেছত যোগ দিয়েই মহা বিস্ফোৰণ বিতোপন শইকীয়াৰ

a raij

ৰাইজৰ দলৰ ১৭ টা সমষ্টিৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ; কোনে ক’ত পালে প্ৰাৰ্থিত্ব?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd