• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

HS Result 2022 কলা শাখাত দশম স্থানেৰে বঙাইগাঁও জিলালৈ সুনাম কঢ়িয়াই আনিলে অনন্যা সূত্ৰধৰে

ভৱিষ্যতে এগৰাকী প্ৰশাসনিক বিষয়া হোৱাৰ মন কৃতী ছাত্ৰীগৰাকীৰ

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও by প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও
June 27, 2022 7:21 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত বঙাইগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ (ইংৰাজী মাধ্যম) ছাত্রী অন্যন্যা সূত্ৰধৰে কলা শাখাত ৰাজ্যখনৰ ভিতৰত দশম স্থান দখল কৰি বঙাইগাঁৱৰ লগতে সমগ্ৰ জিলাখনলৈ সুনাম কঢ়িয়াই আনিছে।

বঙাইগাঁও চহৰৰ ভাকাৰিভিটাৰ ফাৰ্নিচাৰৰ ব্যৱসায়ী চন্দন সুত্ৰধৰ আৰু কনিকা সূত্ৰধৰৰ কন্যা অনন্যা সূত্ৰধৰে ঘোষিত ফলাফল অনুসৰি আটাইকেইটা বিষয়তে লেটাৰ নম্বৰসহ মুঠ ৪৭৩ নম্বৰ লাভ কৰি ৰাজ্যখনৰ ভিতৰত দশম স্থান দখল কৰে ৷ কৃতি ছাত্ৰীগৰাকীয়ে ইংৰাজী বিষয়ত (৯৩), বিকল্প ইংৰাজীত (অল্টাৰনেটিভ ইংলিচ) (৯০), তৰ্ক বিজ্ঞান আৰু দৰ্শনত (৯৯), ৰাজনীতি বিজ্ঞানত (৯৯), শ্বদেশ অধ্যায়নত (৯২) আৰু শিক্ষাত (৮৯) নম্বৰসহ আটাইকেইটা বিষয়তে লেটাৰ মাৰ্ক অৰ্জন কৰি শতকৰা ৯৪.৬ শতাংশ নম্বৰেৰে এই সাফল্য সফলতা লাভ কৰিবলৈ সক্ষম হৈছে।

Apply Now

কৃতি ছাত্ৰী অনন্যাই পাঠ্যপুথি অধ্যয়ন কৰি নিজে নোটচ বনাই পঢ়ি অহাৰ সমান্তৰালভাৱে বিদ্যালয়ৰ শিক্ষাগুৰু সকলেও ছাত্ৰীগৰাকীক যথেষ্ট সহায় কৰাৰ কথা সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে৷ পঢ়াৰ কোনো নিৰ্দিষ্ট সময় নাছিল বুলি কৈ যেতিয়াই সময় পায় তেতিয়াই পঢ়া -শুনা কৰিছিল বুলি কয় ৷ ছাত্ৰীগৰাকীয়ে পাঠ্য পুথিৰ উপৰিও আৰ্হি প্ৰশ্নোত্তৰ কাকতৰ সহায় লৈছিল ৷ উল্লেখ্য যে একান্তভাৱে পঢ়িলে জীৱনত সফল হ’ব পাৰি বুলিও অনন্যাই প্ৰকাশ কৰে ৷

নিজৰ ফলাফলত সন্তুষ্ট অনন্যাৰ কৃতিত্বৰ নেপথ্যত পিতৃ-মাতৃ তথা বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়ত্ৰী সকলৰ অনুপ্ৰেৰণা আৰু আৰ্শীবাদ অন্তৰ্নিহিত থকাৰ কথাও ব্যক্ত কৰে ৷

ভৱিষ্যতে এগৰাকী প্ৰশাসনিক বিষয়া হোৱাৰ আশা মনত পুহি ৰখা অনন্যাই নিজৰ উচ্চ শিক্ষা গুৱাহাটীৰ কটন বিশ্ববিদ্যালয়ত গ্ৰহণ কৰাৰ কথাও ব্যক্ত কৰে৷ ইপিনে পৰীক্ষাৰ ফলাফল ঘোষণাৰ পিছত বঙাইগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয় (ইংৰাজী মাধ্যম) ত এক আনন্দমুখৰ পৰিবেশৰ সৃষ্টি হয় ৷

বিদ্যালয়খনৰ স্থানপ্ৰাপ্ত অনন্যাক শিক্ষানুষ্ঠানৰ শিক্ষাগুৰু আৰু ছাত্ৰ- ছাত্ৰীৰ সকলে উষ্ম আদৰণি জনায় ৷ উল্লেখ্য যে বিদ্যালয়খনৰ পৰা এইবাৰ কলা শাখাত মুঠ ৪০ গৰাকী আৰু বিজ্ঞান শাখাত ৩৮ গৰাকী শিক্ষাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু আটাইকেইগৰাকীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে লাভ কৰিছে ভালেইগৰাকী ছাত্ৰ – ছাত্ৰীয়ে ষ্টাৰ,ডিষ্টিংচন আৰু লেটাৰ৷

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দেশত এবছৰত ধৰ্ষণৰ বলি ৪৩ হাজাৰ নাবালিকা; এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক ছবি

দেশত এবছৰত ধৰ্ষণৰ বলি ৪৩ হাজাৰ নাবালিকা; এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক ছবি

September 26, 2026 2:59 pm
ৰাম মন্দিৰৰ দক্ষিণা চুৰি কাণ্ডৰ তদন্তত গাফিলতি: অভিযোগনামাৰ পৰা বাদ পৰিল বেংক কৰ্মচাৰী আৰু ন্যাসৰ বিষয়াৰ নাম

ৰাম মন্দিৰৰ দক্ষিণা চুৰি কাণ্ডৰ তদন্তত গাফিলতি: অভিযোগনামাৰ পৰা বাদ পৰিল বেংক কৰ্মচাৰী আৰু ন্যাসৰ বিষয়াৰ নাম

September 26, 2026 2:45 pm
টিম ইণ্ডিয়াৰ আক্ৰমণাত্মক বেটছমেন! শচীনৰ বন্ধু বিনোদ কাম্বলিয়ে এতিয়া জীৱন কটাইছে বৃদ্ধাশ্ৰমত

টিম ইণ্ডিয়াৰ আক্ৰমণাত্মক বেটছমেন! শচীনৰ বন্ধু বিনোদ কাম্বলিয়ে এতিয়া জীৱন কটাইছে বৃদ্ধাশ্ৰমত

September 26, 2026 2:17 pm
গুৱাহাটীৰ হোমষ্টেত উদ্ধাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃতদেহ; এজনক আটক

গুৱাহাটীৰ হোমষ্টেত উদ্ধাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃতদেহ; এজনক আটক

September 26, 2026 1:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দেশত এবছৰত ধৰ্ষণৰ বলি ৪৩ হাজাৰ নাবালিকা; এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক ছবি

দেশত এবছৰত ধৰ্ষণৰ বলি ৪৩ হাজাৰ নাবালিকা; এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক ছবি

September 26, 2026 2:59 pm
ৰাম মন্দিৰৰ দক্ষিণা চুৰি কাণ্ডৰ তদন্তত গাফিলতি: অভিযোগনামাৰ পৰা বাদ পৰিল বেংক কৰ্মচাৰী আৰু ন্যাসৰ বিষয়াৰ নাম

ৰাম মন্দিৰৰ দক্ষিণা চুৰি কাণ্ডৰ তদন্তত গাফিলতি: অভিযোগনামাৰ পৰা বাদ পৰিল বেংক কৰ্মচাৰী আৰু ন্যাসৰ বিষয়াৰ নাম

September 26, 2026 2:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd