• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আঞ্চলিক গণ মৰ্চাৰ তাৎক্ষণিক প্ৰতিক্ৰিয়া : ‘এইখন হৈছে ভাৰত বেচ’ বাজেট’

এন ই নাও নিউজ by এন ই নাও নিউজ
February 1, 2021 6:45 pm
maxresdefault
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মোডী চৰকাৰৰ বাজেটক লৈ আঞ্চলিক গণ মৰ্চাৰ তাৎক্ষণিক প্ৰতিক্ৰিয়া ২০২১-২২ৰ বাজেট “বেচ’ ভাৰত বাজেট”

২০২১-২২ বৰ্ষৰ দেশৰ বাজেটে আজি স্পষ্টকৈ প্ৰমাণ কৰি দিলে যে বি জে পি নেতৃত্বাধীন চৰকাৰখনৰ মূল নীতি বেচ’ ভাৰত। দেশৰ ২০২১-২২ বিত্তীয় বৰ্ষৰ বাজেট সম্পৰ্কত আজি সামগ্ৰিক প্রতিক্রিয়া প্ৰকাশ কৰি আঞ্চলিক গণ মৰ্চাই এই অভিমত প্রকাশ কৰিছে।

Apply Now

ক’ৰণাই বিধবস্তু কৰা দেশৰ জনগণক সকাহ দিয়াৰ ব্যৱস্থা গ্ৰহণৰ পৰিৱৰ্তে দেশৰ সম্পদসমূহ এপদ এপদকৈ বিক্ৰী কৰাতহে সৰ্বাধিক গুৰুত্ব  দিয়া বুলি অভিহিত কৰি আঞ্চলিক গণ মৰ্চাই আৰু কয় যে স্বাভাৱিকভাৱেই আশা কৰা হৈছিল যে ভাৰতবৰ্ষৰ জনগণে সন্মুখীন হোৱা ব্যাপক বিপৰ্যয়ৰ পৰিপ্ৰেক্ষিতত চৰকাৰখনে অগ্ৰাধিকাৰ ভিত্তিত ৰাইজক আৰ্থিকভাৱে সকাহ দিয়াৰ কাৰ্যকৰী ব্যৱস্থাৱলী গ্ৰহণ কৰিব।

কিন্তু দুৰ্ভাগ্য যে মোডী-চৰকাৰৰ বিভমন্ত্ৰগৰাকীয়ে জনসাধাৰণৰ ওপৰত মাধমাৰ মাৰি পেট্ৰ’ল আৰু ডিজেলৰ দাম আকৌ বৃদ্ধি কৰিলে। একে সময়তে বৃহৎ পুঁজিৰ ওচৰত সেও মনা চৰকাৰখনে ৰাইজৰ সম্পদসমূহ নৰেন্দ্ৰ মোডী আৰু অমিত শ্বাহৰ ‘বন্ধু’ আম্বানী আৰু আদানিক গটাই দিয়াৰ সকলো ব্যৱস্থা কৰি পেলালে।

কৃষি আৰু শিক্ষাৰ দৰে অতি গুৰুত্বপূৰ্ণ খণ্ডই এইবাৰৰ বাজেটত পাবলগীয়া গুৰুত্ব নোপোৱাটোৱে চৰকাৰখনৰ জনবিৰোধী চৰিত্ৰ পুনৰ উদঙাই দিলে।

‘আনহাতে, যি সময়ত এটা মাহৰ ওপৰ কাল দেশৰ হেজাৰ হেজাৰ কৃষকে চৰকাৰৰ কৃষক ৰিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে দেশ কঁপোৱা সংগ্ৰামত অটল হৈ আছে, তেনে সময়ত এইবাৰৰ বাজেটত কৃষকৰ স্বাৰ্থ সুৰক্ষিত কৰিব পৰা কোনো ব্যৱস্থাৰে উল্লেখ নাথাকিল।

ভাৰতৰ দৰে কৃষিপ্ৰধান দেশ এখনৰ বাজেটত কৃষি খণ্ডৰ প্ৰতি দেখুওৱা এনে অৱহেলাৰ সুদূৰপ্ৰসাৰী প্ৰতিক্ৰিয়া অৱশ্যম্ভাৱী।

আঞ্চলিক গণ মৰ্চাৰ বাজেট প্ৰতিক্ৰিয়াত আৰু কোৱা হয় যে বাজেটত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্রতি বঞ্চনাৰ ধাৰা এইবাৰো অব্যাহত থাকিল।

যিটো সময়ত নিৰ্বাচনী যুঁজৰ বাবে সাজু হোৱা পশ্চিমবংগ আৰু তামিলনাডুত বৃহৎ বিনিয়োগৰ ঘোষণা কৰা হ’ল, তেনে এটা সময়ত, একেই নিৰ্বাচনৰ বাবে সাজু হোৱা অসমৰ অর্থনীতিৰ ৰূপান্তৰৰ বাবে কোনো গুৰুত্বপূৰ্ণ ঘোষণা কৰাই নহ’ল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd