• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দাবী মীমাংসা নোহোৱালৈকে চলিব ধৰ্মঘট : চছলৰ পৰা অঙ্গনৱাড়ী কৰ্মী-সহায়িকাৰ হুঙ্কাৰ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
February 27, 2024 8:18 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মাননিৰ সলনি মজুৰি আদায় দিয়া অথবা মজুৰি দিব নোৱাৰা লৈকে মাননিৰ পৰিমাণ বৃদ্ধি কৰাৰ দাবীত চলা অঙ্গনৱাড়ী কৰ্মী সহায়িকাৰ বিক্ষোভ ধৰ্মঘটৰ কাৰ্যসূচী আজি চাৰি মাহ অব্যাহত আছে। 

শেহতীয়াকৈ বিভাগীয় সঞ্চালকে চৰকাৰলৈ প্ৰৰণ কৰা প্ৰস্তাৱৰ ভিত্তিত চৰকাৰী ঘোষণাৰ দাবী জনাই যোৱা কালি প্ৰায় ১৭ সহস্ৰাধিক কৰ্মী সহায়িকাই মহা বিক্ষোভ প্ৰদৰ্শন কৰে দিছপুৰত। কিন্তু অসমৰ বিজেপি চৰকাৰখনে কোনো গ্ৰহণযোগ্য উত্তৰ নিদিয়াত দিনে নিশাই বিক্ষোভ ধৰ্মঘট চলাই আছে চি আই টি ইউৰ অন্তৰ্ভুক্ত অসম ৰাজ্যিক অঙ্গনৱাড়ী কৰ্মী-সহায়িকা সন্থাই। 

Apply Now

খবৰ অনুসৰি অসম চৰকাৰৰ মহিলা আৰু শিশু কল্যাণ মন্ত্ৰীয়ে ৪  মাৰ্চত সংগঠনটোৰ নেতৃত্বৰ লগত আলোচনাত মিলিত হব বিচাৰিছে। । ইপিনে বিক্ষোভকাৰী সংগঠনটোৰ ৰাজ্যিক সভাপতি জয়মতী দাস আৰু ইন্দিৰা নেৱাৰে এই আলোচনালৈ বিক্ষোভ ধৰ্মঘট অব্যাহতথাকিব বুলি জানিবলৈ দিয়ে।

চৰকাৰে গ্ৰহণযোগ্য উত্তৰ নিদিয়ালৈকে ৰাজ্যজোৰা অসহযোগ চলি থাকিব আৰু চচলত  অৱস্থান ধৰ্মঘটো চলি থাকিব। 

আজি বিক্ষোভ স্থলীত চি পি আই এমৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ উপস্থিত হয়। তেখেতে অঙ্গনৱাড়ী কৰ্মী-সহায়িকাৰ মাননি বৃদ্ধিৰ দাবীতো বিৰোধী পক্ষৰ ফালৰপৰা বিধানসভাত উত্থাপন কৰাৰ পিছত বিজেপি চৰকাৰে এই বিষয়টো এৰাই চলিব বিচৰা বুলি জনাই। 

ইতিমধ্যে এনে গুৰুত্বপূৰ্ণ বিষয় এৰাই চলাৰ প্ৰতিবাদত যোৱা ২২ ফেব্ৰুৱাৰীত বিৰোধী বিধায়ক সকলে সদন ত্যাগ কৰাৰ কথা ব্যক্ত কৰে। তেখেতে অতি শীঘ্ৰে অঙ্গনৱাড়ী কৰ্মী সহায়িকা সকলৰ ন্যায্য দাবীবোৰ মানি লৈ যোৱা অক্টোবৰ মাহতে বিভাগীয় সঞ্চালকে চৰকাৰলৈ পঠোৱা ধৰণে কৰ্মী-সহায়িকাৰ মাননি বৃদ্ধি কৰিবলৈ চৰকাৰক অনুৰোধ জনায়। 

আজি বিক্ষোভ ধৰ্মঘটত চি আই টি ইউৰ ৰাজ্যিক সাধাৰণ সম্পাদক তপন শৰ্মা আৰু শ্ৰমিক নেতা বিজন দাস উপস্থিত থাকি বক্তব্য ৰাখে।  বক্তাসকলে কয় যে – আটছে দিনৰ কথা কোৱা জন বিৰোধী বিজেপি চৰকাৰৰ দিন হাজাৰ হাজাৰ মহিলা কৰ্মচাৰীয়ে গুৱাহাটীৰ ৰাজপথত দিনে নিশাই আন্দোলন কৰিবলৈ আজি বাধ্য হৈ পৰিছে। এইয়া অতি পৰিতাপৰ বিষয় । বিত্তমন্ত্ৰী তথা একেসময়তে আই চি ডি এছ ৰূপায়ণৰো দায়িত্বত থকা অজন্তা নেওগৰ ওচৰত ২০২২ৰ মাৰ্চৰ পৰা  বৰ্তমানলৈকে অসমৰ অঙ্গনৱাড়ী কৰ্মী-সহায়িকাসকলে বহুবাৰ স্মাৰকপত্ৰ দি আহিছে। ৰাজ্যজোৰা আন্দোলন কৰি দাবী কৰি থকা হৈছে যাতে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা মাননি ধন বৃদ্ধি কৰাৰ ব্যৱস্থা গ্ৰহণ কৰে । চৰকাৰে বাজেটত অঙ্গনৱাড়ী কেন্দ্ৰৰ গৃহ নিৰ্মাণৰ প্ৰস্তাৱ আনিলে পিছে উক্ত গৃহত সেৱা আগবঢ়াই থকা মহিলা কৰ্মচাৰী সকলক অৱজ্ঞা কৰিলে। এইয়া অসমৰ কৰ্মৰত ১লাখ ২১ হাজাৰ কৰ্মী আৰু সহায়িকা ৰ প্ৰতি চৰম বঞ্চনা। 

চি আই টি ইউ য়ে কয় চৰকাৰে শীঘ্ৰে কৰ্মী সহায়িকাৰ দাবীবোৰ মানি লব লাগে আৰু এনে পৰিস্থিতি নিয়ন্ত্ৰণ কৰি আই চি ডি এছ  ৰ সেৱা উন্নত কৰাৰ ব্যৱস্থা লব লাগে ।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd