• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হোজাইত ‘অংগিৰা মেক-অ’ভাৰ’ৰ দ্বাৰা আয়োজিত পৰ্টফলিঅ’ মেক-অ’ভাৰৰ ১৫ দিনীয়া পাঠ্যক্ৰমৰ প্ৰমাণপত্ৰ বিতৰণ কাৰ্যসূচী

নিখিল মুন্দ্ৰা by নিখিল মুন্দ্ৰা
August 13, 2018 2:31 pm
IMG-20180813-WA0002
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘‘বৰ্তমান সময়ত প্ৰতিটো খণ্ডতে প্ৰতিযোগিতা আছে। আমি নিজকে শক্তিশালী কৰিবলৈ স্বাৱলম্বী হ’ব লাগিব।’’ হোজাইত দেওবাৰে নৰ্থ-ইষ্ট প্ৰডাকশ্যন কাম ট্ৰেইনিং চেণ্টাৰৰ পৃষ্ঠপোষকতাত অংগিৰা মেক-অ’ভাৰে  আয়োজন কৰা পৰ্টফলিঅ’ মেক-অ’ভাৰৰ ১৫ দিনীয়া পাঠ্যক্ৰমৰ প্ৰমাণপত্ৰ বিতৰণ কাৰ্যসূচী এটাত মুখ্য অতিথি হিচাপে উপস্থিত থকা ৰাম ঠাকুৰ মন্দিৰৰ পৰিচালনা সমিতিৰ সভাপতি সুশাৰ কান্ত পালে এই দৰে কয়।

এই কাৰ্যসূচীৰ উদ্দেশ্যৰ চমু ব্যাখ্যা কৰে অংগিৰা মেক-অ’ভাৰৰ সঞ্চালিকা নন্দিতা ভৌমিকে।

Apply Now

তেওঁ কয় যে যুৱতীসকলক সৱলীকৰণ কৰিবলৈ অংগিৰা মেক-অ’ভাৰৰ তৰফৰ পৰ্টফলিঅ’ মেক-অ’ভাৰৰ ১৫ দিনীয়া পাঠ্যক্ৰমৰ আয়োজন কৰা হৈছে। এই কাৰ্যসূচীত এইচ্চ ডি নন ব্ৰাইডেল (Non  Bridal) মেক-আপ, সাধাৰণ কইনাৰ মেক-আপ, চুলিৰ ষ্টাইল আৰু আলোকচিত্ৰণৰ ধাৰণা দিয়া হয়।

প্ৰমাণপত্ৰ বিতৰণ কাৰ্যসূচীত হোজাই ছোৱালী মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকা সুমিতা দেবনাথ, পামিলা বাগচি, জ্যেষ্ঠ সাংবাদিক অঞ্জন পাল, ৰমেশ মুন্দ্ৰা, প্ৰণব শৰ্মা, ৰাম ঠাকুৰ মন্দিৰৰ সম্পাদক অশোক কুমাৰ সাহা আদি বিশিষ্ট ব্যক্তি মঞ্চত উপস্থিত আছিল।

অনুষ্ঠানত উপস্থিত বিশিষ্ট ব্যক্তিসকলে নন্দিতা ভৌমিকৰ প্ৰয়াসক উৎসাহ প্ৰদান কৰি কয় যে যুৱতীসকলক সৱলীকৰণ কৰা এই ধৰণৰ কাম প্ৰশংসাযোগ্য, কাৰণ আজিৰ কঠিন প্ৰতিযোগিতামূলক সময়চোৱাত এইটো এটা অতি গুৰুত্বপূৰ্ণ কাম।

দেওবাৰে অনুষ্ঠিত পৰ্টফলিঅ’ মেক-অ’ভাৰৰ ১৫ দিনীয়া পাঠ্যক্ৰমৰ প্ৰমাণপত্ৰ বিতৰণ কাৰ্যসূচীত পাঠ্যক্ৰম সফলতাৰে সম্পন্ন কৰা পাপিয়া নন্দি, প্ৰিয়ংকা ঘোষ, ৰুমা ৰায় মণ্ডল, পূজা শৰ্মা, শ্ৰীমা ৰায়, পায়েল ভৱাল আৰু নন্দি দাসক প্ৰমাণপত্ৰ প্ৰদান কৰা হয়।

নিখিল মুন্দ্ৰা

নিখিল মুন্দ্ৰা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বাতিল কৰিব লাগিব মুক্ত বাণিজ্য চুক্তি! মোডী চৰকাৰৰ বিৰুদ্ধে যুদ্ধ ঘোষণা সংযুক্ত কৃষক মৰ্চাৰ

বাতিল কৰিব লাগিব মুক্ত বাণিজ্য চুক্তি! মোডী চৰকাৰৰ বিৰুদ্ধে যুদ্ধ ঘোষণা সংযুক্ত কৃষক মৰ্চাৰ

September 5, 2026 9:31 am
কনফাৰ্মড টিকট কৰি দিয়াৰ প্ৰতিশ্ৰুতি! ষ্টেচন চৌহদতে যুৱতীক ‘ধৰ্ষণ’ ৰে’লৱে কৰ্মচাৰীৰ

কনফাৰ্মড টিকট কৰি দিয়াৰ প্ৰতিশ্ৰুতি! ষ্টেচন চৌহদতে যুৱতীক ‘ধৰ্ষণ’ ৰে’লৱে কৰ্মচাৰীৰ

September 5, 2026 8:47 am
চিজেপি নেতাৰ পিতৃক প্ৰহাৰৰ অভিযোগ; প্ৰতিবাদৰ ৭২ ঘণ্টাৰ ভিতৰতে গ্ৰেপ্তাৰ ইনফ্লুৱেন্সাৰ স্বতন্ত্ৰ

চিজেপি নেতাৰ পিতৃক প্ৰহাৰৰ অভিযোগ; প্ৰতিবাদৰ ৭২ ঘণ্টাৰ ভিতৰতে গ্ৰেপ্তাৰ ইনফ্লুৱেন্সাৰ স্বতন্ত্ৰ

September 5, 2026 7:50 am
দিনে ২২ মিনিটকৈ চুম্বন কৰিলেই বাঢ়িব ৭ বছৰ আয়ুস : জাৰ্মান গৱেষণাৰ প্ৰতিবেদনত বিস্ফোৰক দাবী

দিনে ২২ মিনিটকৈ চুম্বন কৰিলেই বাঢ়িব ৭ বছৰ আয়ুস : জাৰ্মান গৱেষণাৰ প্ৰতিবেদনত বিস্ফোৰক দাবী

September 5, 2026 7:00 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বাতিল কৰিব লাগিব মুক্ত বাণিজ্য চুক্তি! মোডী চৰকাৰৰ বিৰুদ্ধে যুদ্ধ ঘোষণা সংযুক্ত কৃষক মৰ্চাৰ

বাতিল কৰিব লাগিব মুক্ত বাণিজ্য চুক্তি! মোডী চৰকাৰৰ বিৰুদ্ধে যুদ্ধ ঘোষণা সংযুক্ত কৃষক মৰ্চাৰ

September 5, 2026 9:31 am
কনফাৰ্মড টিকট কৰি দিয়াৰ প্ৰতিশ্ৰুতি! ষ্টেচন চৌহদতে যুৱতীক ‘ধৰ্ষণ’ ৰে’লৱে কৰ্মচাৰীৰ

কনফাৰ্মড টিকট কৰি দিয়াৰ প্ৰতিশ্ৰুতি! ষ্টেচন চৌহদতে যুৱতীক ‘ধৰ্ষণ’ ৰে’লৱে কৰ্মচাৰীৰ

September 5, 2026 8:47 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd