• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিপদত দেউলীয়া অনিল আম্বানি; চীনৰ বেংকৰ চাৰে পাঁচ হাজাৰ কোটি আদায়ৰ নিৰ্দেশ আদালতৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 23, 2020 1:40 pm
Anil-Ambani-troubles

অনিল আম্বানি।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰিলায়েন্স কমিউনিকেশ্যনৰ মুৰব্বী অনিল আম্বানি ঋণৰ মাজত ডুবি থকাৰ সময়তে আহিছে আৰু এক বিপদ।

মাত্ৰ ২১ দিনৰ ভিতৰত চীনৰ তিনিটা বেংকৰ প্ৰায় ৫হাজাৰ ৪৪৮কোটি টকাৰ ঋণ পৰিশোধ কৰিব লাগিব অনিল আম্বানিয়ে।

Apply Now

ইতিমধ্যে অনিল আম্বানিৰ কোম্পানীয়ে নিজকেই দেউলীয়া ঘোষণা কৰিছে।

ৰিলায়েন্স কমিউনিকেশ্যনৰ মুৰব্বী অনিলে সম্পত্তি বিক্ৰী কৰি ধাৰ মৰাৰ কাম আৰম্ভ কৰিছে যদিও সমস্যা কমা নাই।

ব্ৰিটেইনৰ এখন আদালতে ২০১২চনৰ ‘পাৰ্ছনেল গেৰান্টি’ গোচৰত দিয়া নিৰ্দেশৰ পাছত অনিল আম্বানি এইবাৰ আকৌ শলঠেকত পৰিছে।

এই মুহূৰ্তত অনিল আম্বানিৰ বাবে ইমান টকাৰ ঋণ পৰিশোধ কৰাটো অসম্ভৱ।

চীনৰ ৰাষ্ট্ৰীয়কৃত বেংক চাইনা ডেভেলপমেন্ট বেংক, ইণ্ডাষ্ট্ৰীয়েল এণ্ড কমাৰ্ছিয়েল বেংক অফ চাইনা আৰু এক্সিম বেংক অফ চাইনাই অনিল আম্বানিৰ কোম্পানীক কেইবা হাজাৰ কোটি টকা ঋণ দিয়া বুলি দাবি কৰিছে।

ইয়াৰ ভিতৰত চাইনা ডেভেলপমেন্ট বেংকে অনিল আম্বানিক দিছে ৯হাজাৰ ৮৬০কোটি টকা, এক্সিম বেংক অফ চাইনাই দিছে ৩হাজাৰ ৩৬০ কোটি টকা।

আনহাতে, ইণ্ডাষ্ট্ৰীয়েল এণ্ড কমাৰ্ছিয়েল বেংক অফ চাইনাই অনিল আম্বানিৰ পৰা ১হাজাৰ ৫৫৪কোটি টকা পাবলগীয়া আছে বুলি দাবী কৰিছে।

অনিল আম্বানিয়ে এই ঋণসমূহ হেনো ব্যক্তিগত গেৰান্টিত লৈছিল।

নিজৰ ব্যৱসায় ক্ৰমাৎ দুৰ্বল হৈ পৰাত বেংককেইটাৰ ঋণ আদায় দিবলৈ সক্ষম নহ’ল অনিল আম্বানি।

ইপিনে, বেংককেইটাই একে সময়তে ভাৰত আৰু ব্ৰিটেইনৰ আদালতত অনিল আম্বানিৰ বিৰুদ্ধে গোচৰ তৰে।

ব্ৰিটেইনৰ আদালতে শুকুৰবাৰে অনিল আম্বানিক ২১ দিনৰ ভিতৰত  ভাৰতীয় মুদ্ৰাত প্ৰায় চাৰে পাঁচ হাজাৰ কোটি টকা আদায় দিবলৈ নিৰ্দেশ দিয়ে।

আদালতখনে স্পষ্ট কৰিছে যে অনিল আম্বানিয়ে এই ঋণ যিহেতু নিজৰ ব্যক্তিগত গেৰান্টিত লৈছিল, গতিকেই তেওঁৰ দেউলীয়া হোৱা কোম্পানীৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই আৰু এই ঋণ পৰিশোধ কৰিবই লাগিব।

ইপিনে. অনিলৰ মুখপাত্ৰই ব্যক্তিগত গেৰান্টিত ঋণ লোৱাৰ কথা অস্বীকাৰ কৰিছে আৰু এয়া পৰিশোধ কৰিবলৈ বাধ্য নহয় বুলি কয়।

ইয়াৰ পূৰ্বেও ভাৰতৰ কেইবাটাও বেংকৰ ঋণৰ গোচৰত বিপদত পৰিছিল অনিল আম্বানি। কিন্তু অৱশেষত জ্যেষ্ঠ ভাতৃ মুকেশ আম্বানিয়ে তেওঁক উদ্ধাৰ কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

October 7, 2026 7:37 pm
সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোকেই চুৰি কৰা হ’ল: নগাঁৱৰ উপ-নিৰ্বাচনক লৈ ৰকিবুল হুছেইনৰ বিস্ফোৰক অভিযোগ

সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোকেই চুৰি কৰা হ’ল: নগাঁৱৰ উপ-নিৰ্বাচনক লৈ ৰকিবুল হুছেইনৰ বিস্ফোৰক অভিযোগ

October 7, 2026 6:58 pm
পাম অইল খেতি বন্ধ নকৰিলে অসমত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ’ব : জীপাল কৃষক-শ্ৰমিক সংঘৰ হুংকাৰ

পাম অইল খেতি বন্ধ নকৰিলে অসমত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ’ব : জীপাল কৃষক-শ্ৰমিক সংঘৰ হুংকাৰ

October 7, 2026 5:54 pm
শাসকৰ একপক্ষীয় নীতি আৰু বিৰোধীৰ কণ্ঠৰোধ : গুৱাহাটীৰ ৰাজপথত গণতন্ত্ৰৰ সংগ্ৰাম

শাসকৰ একপক্ষীয় নীতি আৰু বিৰোধীৰ কণ্ঠৰোধ : গুৱাহাটীৰ ৰাজপথত গণতন্ত্ৰৰ সংগ্ৰাম

October 7, 2026 4:19 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

October 7, 2026 7:37 pm
সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোকেই চুৰি কৰা হ’ল: নগাঁৱৰ উপ-নিৰ্বাচনক লৈ ৰকিবুল হুছেইনৰ বিস্ফোৰক অভিযোগ

সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোকেই চুৰি কৰা হ’ল: নগাঁৱৰ উপ-নিৰ্বাচনক লৈ ৰকিবুল হুছেইনৰ বিস্ফোৰক অভিযোগ

October 7, 2026 6:58 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd