• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিষাক্ত বেজী দি ২০০টা অঘৰী কুকুৰক হত্যাৰ অভিযোগ; তেলেংগানাত মৃত্যুৰ সংখ্যা ১১০০লৈ বৃদ্ধি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 27, 2026 1:18 pm
17
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তেলেংগানাত অঘৰী কুকুৰ হত্যাৰ ঘটনাৰ অৱসান ঘটা নাই। পুনৰ বিষাক্ত দ্ৰব্য প্ৰয়োগ কৰি ২০০ টা অঘৰী কুকুৰক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। এইবাৰ এই ঘটনা সংঘটিত হৈছে হানমকোণ্ডাত।

সূত্ৰ অনুসৰি যোৱা বছৰৰ ডিচেম্বৰৰ পৰা ৰাজ্যখনত ১১০০ৰো অধিক কুকুৰৰ অস্বাভাৱিকভাৱে মৃত্যু হৈছে। সোমবাৰে পশুপ্ৰেমী সংগঠনৰ কৰ্মী আদিলাপুৰম গৌতমে ছায়ামপেট থানাত লিখিত এজাহাৰ দাখিল কৰিছে।

Apply Now

কৰিমনগৰত থকা ‘ষ্ট্ৰে এনিমেল ফাউণ্ডেশ্যন অৱ ইণ্ডিয়া’ স্বেচ্ছাসেৱী সংগঠনৰ প্ৰতিনিধি আদিলাপুৰম গৌতমে কয় যে তেওঁলোকৰ সংগঠনে অঘৰী কুকুৰৰ মৃত্যুৰ ঘটনাত কেইবাটাও স্থানত তদন্ত চলাইছিল। গাঁওবাসীৰ লগত কথা পতাৰ পাছত তেওঁলোকে গম পালে যে পঞ্চায়ত সভাপতিৰ প্ৰৰোচনাত অঘৰী কুকুৰক এইদৰে হত্যা কৰা হৈছে।

আদিলাপুৰম গৌতমে লগতে কয় যে বিগত বৰ্ষৰ ডিচেম্বৰৰ পৰা অঘৰী কুকুৰৰ মৃত্যুৰ ঘটনা পোহৰলৈ আহিছে। অভিযোগ অনুসৰি মৃত কুকুৰকেইটাৰ মৃতদেহ মাটিৰ তলত পুতি থোৱা হৈছে। এই ঘটনাৰ দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাইছে গৌতমে।

নতুনকৈ দাখিল কৰা এজাহাৰৰ সমান্তৰালকৈ পূর্বৰ ঘটনাৰ তদন্তও অব্যাহত আছে বুলি প্রকাশ কৰে ছায়ামপেট থানাই৷ ইয়াৰ পূৰ্বে হানমকোণ্ডা জিলাৰ ছায়াম্পেট আৰু আৰেপল্লী গাঁৱত প্ৰায় ৩০০টা অঘৰী কুকুৰ হত্যাৰ গোচৰত এফআইআৰ দাখিল কৰা হৈছিল। ইতিমধ্যে সেই ঘটনাত দুগৰাকী মহিলা চৰপঞ্চ আৰু তেওঁলোকৰ স্বামীকে ধৰি মুঠ ৯জন লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। ইতিমধ্যে অভিযুক্তক বিচাৰি উলিয়াবলৈ আৰম্ভ কৰা হৈছে তালাচী অভিযান।

তেলেংগানাৰ বিভিন্ন অঞ্চলৰ পৰা এটাৰ পিছত এটাকৈ অঘৰী কুকুৰ হত্যাৰ অভিযোগ পোৱা গৈছে। বিগত বৰ্ষৰ ডিচেম্বৰ মাহত গাঁও পঞ্চায়ত নিৰ্বাচনৰ সময়ত অঞ্চলটোৰ জনপ্ৰতিনিধিয়ে গাঁওবাসীক অঘৰী কুকুৰৰ ভাবুকি বন্ধ কৰাৰ প্ৰতিশ্ৰুতি দিছিল। এতিয়া সেই প্ৰতিশ্ৰুতি পূৰণৰ বাবে সু-পৰিকল্পিতভাৱে এই হত্যাকাণ্ড সংঘটিত কৰা হৈছে।

উল্লেখ্য যে ইয়াৰ পূৰ্বেও ইয়চাৰাম গাঁৱত এশটা কুকুৰ হত্যা কৰাৰ অভিযোগত চৰপঞ্চ আৰু পঞ্চায়ত সচিবৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। আনহাতে, কামাৰেড্ডী জিলাত প্ৰায় ২০০টা কুকুৰ হত্যা কৰাৰ অভিযোগত পাঁচজন চৰপঞ্চকে ধৰি ছয়জন লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে।

জগটিয়াল জিলাৰ পেগাদাপল্লী গাঁৱতো একেধৰণে বিষাক্ত বেজী ব্যৱহাৰ কৰি ৩০০টা কুকুৰক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। তাতো আৰক্ষীয়ে চৰপঞ্চ আৰু পঞ্চায়ত সচিবৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। প্ৰতিটো ক্ষেত্ৰতে বিষাক্ত বেজী ব্যৱহাৰ কৰা বুলি কোৱা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এচিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে নামিয়েই ইতিহাস ৰচিলে হৰমনপ্ৰীত কৌৰে

এচিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে নামিয়েই ইতিহাস ৰচিলে হৰমনপ্ৰীত কৌৰে

September 5, 2026 10:01 pm
১০ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান ছুপাৰ লীগ, পুৰণি ‘হোম এণ্ড এৱে’ ফৰ্মেটলৈ ঘূৰিল ভাৰতীয় ফুটবল

১০ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান ছুপাৰ লীগ, পুৰণি ‘হোম এণ্ড এৱে’ ফৰ্মেটলৈ ঘূৰিল ভাৰতীয় ফুটবল

September 5, 2026 8:48 pm
৫০০ বছৰ ধৰি আমি ভুল মানচিত্ৰ পঢ়ি আছিলোঁ নেকি? ৰাষ্ট্ৰসংঘই সলনি কৰিলে পৃথিৱীৰ মেপ!

৫০০ বছৰ ধৰি আমি ভুল মানচিত্ৰ পঢ়ি আছিলোঁ নেকি? ৰাষ্ট্ৰসংঘই সলনি কৰিলে পৃথিৱীৰ মেপ!

September 5, 2026 8:03 pm
চাৰিওফালে কেৱল মৃত্যুৰ কিৰিলি, তাৰ মাজতেই আশাৰ ৰেঙনি! ১০ দিনৰ পাছত সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ চীনা শ্ৰমিক

চাৰিওফালে কেৱল মৃত্যুৰ কিৰিলি, তাৰ মাজতেই আশাৰ ৰেঙনি! ১০ দিনৰ পাছত সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ চীনা শ্ৰমিক

September 5, 2026 6:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এচিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে নামিয়েই ইতিহাস ৰচিলে হৰমনপ্ৰীত কৌৰে

এচিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে নামিয়েই ইতিহাস ৰচিলে হৰমনপ্ৰীত কৌৰে

September 5, 2026 10:01 pm
১০ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান ছুপাৰ লীগ, পুৰণি ‘হোম এণ্ড এৱে’ ফৰ্মেটলৈ ঘূৰিল ভাৰতীয় ফুটবল

১০ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান ছুপাৰ লীগ, পুৰণি ‘হোম এণ্ড এৱে’ ফৰ্মেটলৈ ঘূৰিল ভাৰতীয় ফুটবল

September 5, 2026 8:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd