DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, February 4, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেনা বাহিনীত প্ৰথম শিখ যুৱতী হিচাপে ইতিহাস গঢ়িলে আনমোলে

এন ই নাও নিউজ by এন ই নাও নিউজ
June 14, 2020 7:59 am
Narang

আনমোল নাৰংগ।

1.1k
VIEWS
Share on FacebookShare on Twitter

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইতিহাসত প্ৰথমবাৰৰ বাবে এগৰাকী ভাৰতীয় বংশোদ্ভৱ শিখ যুৱতী আনমোল নাৰংগই সেনা বাহিনীত যোগদানৰ যোগ্যতা অৰ্জন কৰিছে।

দেশখনৰ ৱেষ্ট পইন্টৰ য়ুনাইটেড ষ্টেটছ মিলিটাৰী একাডেমীৰ পৰা শনিবাৰে স্নাতক হৈ ওলায় আনমোল।

আনমোলৰ ককাকে এসময়ত ভাৰতীয় সেনা বাহিনীত কাম কৰিছিল।

অৱশ্যে, আনমোলৰ জন্ম ভাৰতত নহয়, জৰ্জিয়াৰ ৰাছৱেলতহে।

সেনাৰ ছেকেণ্ড লেফটেনেন্ট আনমোল নাৰংগে কয় যে শৈশৱৰ স্বপ্ন পূৰণ হোৱাত তেওঁ অত্যন্ত গৌৰৱ অনুভৱ কৰিছে।

আনমোলে লগতে কয় যে জৰ্জিয়াৰ তেওঁৰ পৰিয়ালৰ লগতে শিখ সম্প্ৰদায়ৰ লোকসকলে চেওঁৰ ওপৰত যি আস্থা ৰাখিছিল তাৰ বাবে সকলোৰে ওচৰত তেওঁ কৃতজ্ঞ।

হাইস্কুলত অধ্যয়ন কৰি থকাৰ সময়তে সামৰিক সেৱাৰ প্ৰতি আকৰ্ষণ জন্মিছিল আনমোলৰ।

ৱেষ্ট পইন্টত তেওঁ নিউক্লিয়াৰ ইঞ্জিনিয়াৰিং লৈ অধ্যয়ন কৰিছিল। ভৱিষ্যতে এয়াৰ ডিফেন্স চিষ্টেমত কাম কৰিব এই শিখ যুৱতীগৰাকীয়ে।

আনহাতে, স্নাতক হোৱাৰ পাছত আনমোলে ওখলাহ’মৰ লটন ফ’ৰ্ট চিলৰ পৰা বেচিক অফিচাৰ লীডাৰশ্বীপ পাঠ্যক্ৰম সমাপ্ত কৰিব বুলি জানিবলৈ দিয়ে আনমোল নাৰংগে।

এই পাঠ্যক্ৰম সমাপ্ত হোৱাৰ পাছতে অহা বছৰৰ জানুৱাৰি মাহত তেওঁক জাপানৰ ওকিনাৱাতত প্ৰথম নিযুক্তি দিয়া হ’ব।

এনে সফলতা অৰ্জনৰ পাছত নিজকে ভাগ্যৱান বুলি ভাৱে নতুন প্ৰজন্মৰ অনুপ্ৰেৰণা এই শিখ যুৱতীগৰাকীয়ে।

Recent News

Rahul Gandhi writes letter to Modi

‘জোৰ-জুলুম নকৰিব’! প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰি কাশ্মীৰী পণ্ডিতৰ পৰ্যাপ্ত নিৰাপত্তা ব্যৱস্থাৰ আহ্বান ৰাহুল গান্ধীৰ

Jaish module busted

জম্মু-কাশ্মীৰত উৎখাত জইছ-ই-মহম্মদৰ ঘাটি: ৬ সদস্যক গ্ৰেপ্তাৰ, উদ্ধাৰ বিশাল যুদ্ধাস্ত্ৰ ভাণ্ডাৰ

Joshimath-Like Situation In Jammu-Kashmir

জম্মু-কাশ্মীৰত যোশীমঠ সদৃশ সংকট: আতংকই দহিছে স্থানীয় বাসিন্দাক

IndiGo Flies Passenger

অথন্তৰ! পাটনালৈ যাবলগীয়া যাত্ৰীক উদয়পুৰত অৱতৰণ কৰালে ইণ্ডিগ’ বিমানে: তদন্তৰ নিৰ্দেশ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd