• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আইপিএলত অৱজ্ঞা! ৩৫টা বলত দ্ৰুততম শতকেৰে অভিলেখ গঢ়িলে পঞ্জাৱৰ আনমোলপ্ৰীতে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 22, 2024 12:33 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আইপিএলৰ মেগা নিলামত অৱহেলিত হৈ ৰোৱা পঞ্জাৱৰ আনমোলপ্ৰীত সিঙে লিষ্ট এ ক্ৰিকেটত দ্ৰুততম শতকৰ অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। গ্ৰুপ এত আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত অৰুণাচল প্ৰদেশৰ বিৰুদ্ধে মুখামুখি হয় পঞ্জাৱ। সেই মেচখনতে তেওঁ বেটিং বিস্ফোৰণ ঘটাই মাত্ৰ ৩৫টা বলত শতক অৰ্জন কৰে।

মেচখনত পঞ্জাবে ৯ উইকেটত জয়লাভ কৰে। বিজয়ী ৰান প্ৰায়খিনি আনমোলপ্ৰীত সিঙৰ বেটৰ পৰাই আহিছিল। ৫০ অভাৰত জয়ৰ লক্ষ্য আছিল মাত্ৰ ১৬৫ ৰান। আনমোলপ্ৰীত সিঙে কম ৰানৰ লক্ষ্যৰ সন্মুখত নিজকে নিয়ন্ত্ৰণ নকৰিলে। অৰুণাচল প্ৰদেশৰ বলিঙৰ সৈতে বিস্ফোৰ খেলিবলৈ আৰম্ভ কৰিছিল। ৩৫টা বলত শতক অৰ্জন কৰাৰ পাছত তেওঁ ১১৫ ৰানত অপৰাজিত হৈ থাকে। মাত্ৰ ১২.৫ অভাৰতে পঞ্জাবে খেলখন সমাপ্ত কৰে।

Apply Now

ইনিংছটোত তেওঁ ১২টা বাউণ্ডেৰীৰ লগতে তেওঁ ৯টা ছয়ো মাৰে। আনমোলপ্ৰীতে দ্বিতীয় উইকেটত প্ৰভসিমৰণ সিঙৰ সৈতে (২৫ বলত ৩৫ৰান) ১৫৩ ৰানৰ পাৰ্টনাৰশ্বিপ গঢ়িছিল।

তাৰ পূৰ্বে অৰুণাচল প্ৰদেশৰ বেটছমেনে পঞ্জাৱৰ বলিঙৰ সন্মুখত কোনো সুবিধা ল’ব পৰা নাছিল। ৫০ অভাৰত মাত্ৰ ১৬৩ ৰান সংগ্ৰহ কৰি আউট হৈ গৈছিল। মায়ংক মাৰ্কাণ্ডে আৰু অশ্বিনী কুমাৰে দুৰ্দান্ত বলিং কৰে। দুয়োজনে তিনিটাকৈ উইকেট দখল কৰে। বলতেজ সিঙে দুটা উইকেট দখল কৰে।

Anmolpreet Singh creates history with the fastest century in Indian List A cricket!

1. 35 balls – Anmolpreet Singh (Punjab), AP, 2024

2. 40 balls – Yusuf Pathan (Baroda) vs Maha, 2010

3. 41 balls – Urvil Patel (Gujarat) vs AP, 2023#VijayHazareTrophypic.twitter.com/NWUbK3inQK

— Cricket360 (@CrickTak) December 21, 2024

টেচি নেৰী (৪২) আৰু হাৰ্দিক ভাৰ্মাই (৩৮) অৰুণাচল প্ৰদেশক সন্মানজনক স্ক’ৰত উপনীত হোৱাত সহায় কৰে। কিন্তু এই মেচত জয়ী হ’বলৈ পঞ্জাৱৰ কোনো সমস্যা নাছিল। পঞ্জাৱৰ হৈ আনমোলপ্ৰীতে খেলখনত প্ৰায় এককভাৱে জয় আজুৰি আনে।

ইয়াৰ পূৰ্বে বৰোদাৰ তাৰকা ইউছুফ পাঠানে লিষ্ট এ ক্ৰিকেটত দ্ৰুততম শতক অৰ্জন কৰিছিল। ৪০টা বলত শতক অৰ্জন কৰা পাঠান ৪২টা বলত ১০৮ ৰানত অপৰাজিত আছিল। মহাৰাষ্ট্ৰৰ ২৩১ ৰানৰ লক্ষ্য খেদি বৰোদাই মাত্ৰ ৩৭ অভাৰতে খেলখন সমাপ্ত কৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গ্ৰেপ্তাৰৰ মেমোত ‘টাইপো’ থাকিলেই জামিন ন্যায্য নেকি? সোণমৰ গোচৰত ডাঙৰ সিদ্ধান্তৰ পথত উচ্চতম ন্যায়ালয়

গ্ৰেপ্তাৰৰ মেমোত ‘টাইপো’ থাকিলেই জামিন ন্যায্য নেকি? সোণমৰ গোচৰত ডাঙৰ সিদ্ধান্তৰ পথত উচ্চতম ন্যায়ালয়

July 9, 2026 4:26 pm
ভাৰতত মুকলি হ’ল বিশ্বৰ প্ৰথমটো সাপ্তাহিক ইনচুলিন: এতিয়াৰে পৰা বছৰত ৩৬৫ টাৰ সলনি ল’ব লাগিব মাত্ৰ ৫২ টা বেজী

ভাৰতত মুকলি হ’ল বিশ্বৰ প্ৰথমটো সাপ্তাহিক ইনচুলিন: এতিয়াৰে পৰা বছৰত ৩৬৫ টাৰ সলনি ল’ব লাগিব মাত্ৰ ৫২ টা বেজী

July 9, 2026 3:53 pm
পত্নীক হত্যা কৰি প্ৰেমিকালৈ পঠিয়ালে মৃতদেহৰ ফটো; আমেৰিকাত গ্ৰেপ্তাৰ ভাৰতীয় অভিযন্তা

পত্নীক হত্যা কৰি প্ৰেমিকালৈ পঠিয়ালে মৃতদেহৰ ফটো; আমেৰিকাত গ্ৰেপ্তাৰ ভাৰতীয় অভিযন্তা

July 9, 2026 3:17 pm
কামাখ্যাৰ নাহৰবাৰীত উলংগ অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ : আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যুৱকজনৰ বন্ধুক

কামাখ্যাৰ নাহৰবাৰীত উলংগ অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ : আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যুৱকজনৰ বন্ধুক

July 9, 2026 3:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গ্ৰেপ্তাৰৰ মেমোত ‘টাইপো’ থাকিলেই জামিন ন্যায্য নেকি? সোণমৰ গোচৰত ডাঙৰ সিদ্ধান্তৰ পথত উচ্চতম ন্যায়ালয়

গ্ৰেপ্তাৰৰ মেমোত ‘টাইপো’ থাকিলেই জামিন ন্যায্য নেকি? সোণমৰ গোচৰত ডাঙৰ সিদ্ধান্তৰ পথত উচ্চতম ন্যায়ালয়

July 9, 2026 4:26 pm
ভাৰতত মুকলি হ’ল বিশ্বৰ প্ৰথমটো সাপ্তাহিক ইনচুলিন: এতিয়াৰে পৰা বছৰত ৩৬৫ টাৰ সলনি ল’ব লাগিব মাত্ৰ ৫২ টা বেজী

ভাৰতত মুকলি হ’ল বিশ্বৰ প্ৰথমটো সাপ্তাহিক ইনচুলিন: এতিয়াৰে পৰা বছৰত ৩৬৫ টাৰ সলনি ল’ব লাগিব মাত্ৰ ৫২ টা বেজী

July 9, 2026 3:53 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd