• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বোকাখাতত কবিতাৰ মহাসন্মিলন অসমৰ বাৰ্ষিক সন্মিলন

বাৰ্ষিক মুখপত্ৰৰ লগতে একাধিক গ্ৰন্থ উন্মোচন

উত্তম শইকীয়া by উত্তম শইকীয়া
November 22, 2020 7:21 pm
A IMG_20201122_114523~2
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কবিতাৰ মহাসন্মিলন, অসমৰ গোলাঘাট জিলা সমিতিৰ উদ্যোগত কবিতাৰ মহাসন্মিলনৰ বাৰ্ষিক সন্মিলন দেওবাৰে বোকাখাতৰ নাট্য মন্দিৰত অনুষ্ঠিত হয় ৷

বাৰ্ষিক সন্মিলনৰ লগত সংগতি ৰাখি অসমৰ ৬ গৰাকী বিশেষ ব্যক্তিক বঁটা প্ৰদান কৰাৰ উপৰিও ৩৩ গৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা প্ৰদান কৰে  কবিতাৰ মহাসন্মিলন, অসমে ৷

Apply Now

কবিতাৰ মহাসন্মিলনে২০২০ বৰ্ষৰ শ্ৰেষ্ঠ সাংবাদিকতাৰ বঁটা টাইম ৮ ৰ মুখ্য সম্পাদক পৰাগমণি  আদিত্যক,  ২০২০ বৰ্ষৰ  নিৰ্ভীক সাংবাদিকতাৰ বঁটা প্ৰাগ নিউজৰ উজনি অসমৰ ব্যুৰ’ চিফ উৎপল বৰাক, সামাজিক দায়বদ্ধতা বঁটা যৌথভাৱে সমাজকৰ্মী লিচি মছফিকা আৰু ডঃ হৃদয় ৰঞ্জন দাসক, ভাষা সাহিত্য সন্মান বিশিষ্ট সাহিত্যিক ডলী গোস্বামীক আৰু লোককন্ঠ বঁটা প্ৰদান কৰে অসমৰ লোক সংগীতৰ শিল্পী বিপুল চেতীয়া ফুকনক ৷

অনুষ্ঠানত অসমৰ সাহিত্য, সংস্কৃতি, সামাজিক আদি ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে বিশিষ্ট লেখিকা অন্নদা শইকীয়া, জেষ্ঠ সাংবাদিক ভৱেশ শইকীয়া, সাহিত্যিক পেঞ্চনাৰ অপূৰ্ৱ বৰদলৈ, লেখিকা নিজৰা বৰঠাকুৰ, পদ্মেশ্বৰী টাইড, আকাশ ফুকন, অনুৰাগ শঙ্কৰ, মনজিৎ ৰাজখোৱা, প্ৰাঞ্জল পায়েং, উত্তম কুমাৰ বৰদলৈ, ৰঞ্জিৎ গগৈ, জ্যোতি প্ৰসাদ লদীয়া,  মনোৰঞ্জন শৰ্মা, যোগেশ বিকাশ গগৈ, আৰিফা হুছেইন বৰা, পংখী কাজল কায়স্থ, আমজুম আৰা হাচান, দিপ্তীময়ী গগৈ, কাবেৰী কছাৰী ৰাজখোৱা, শ্বাশ্বতী শৰ্মা, মলয় বৰুৱা, গীতাঞ্জলী ভাগৱতী, মনিষা শৰ্মা, ডঃ চিত্ৰৰঞ্জন দাস, শ্ৰীমন্ত দত্ত, মঞ্জু হাজৰিকা, প্ৰতিমা বূঢ়াগোঁহাই, কবিতা বৰা, নিতুমণি শৰ্মা, ৰঞ্জিতা হাজৰিকা চেতীয়া, দেৱৰাজ কলিতা, শেৱালী কাকতি আৰু বন্তিৰীমা ফুকনক কবিতাৰ মহা সন্মিলনৰ তৰফৰ পৰা মানপত্ৰ, কিতাপৰ টোপোলা আৰু ফুলাম গামোছাৰে সম্বৰ্ধনা জনোৱা হয় ৷

অনুষ্ঠানত কবিতাৰ মহাসন্মিলনৰ বাৰ্ষিক মুখপত্ৰ “সাঁকো” উন্মোচন কৰে বিশিষ্ট সাহিত্যিক ইছমাইল হুছেইনে ৷

মুখপত্ৰ সাঁকোৰ লগতে আন ১০ গ্ৰন্থও অনুষ্ঠানত উন্মোচন  কৰা হয় ৷ অনুষ্ঠানত বিশিষ্ট অতিথি হিচাবে উপস্থিত থাকে ডঃ জয়ন্ত মাধৱ বৰা, ইছমাইল হুছেইন, ডঃ ৰঞ্জিত দত্ত, ডঃ বিনিতা বৰা দেৱ চৌধুৰী, পুতলী কায়স্থ, ৰাজীৱ বৰা আৰু মৃদুল বৰা ৷

বাৰ্ষিক সন্মিলনৰ কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলন কৰে গোলাঘাট জিলা সমিতিৰ সভাপতি মনো বৰাআৰু  বন্তি প্ৰজ্বলন কৰে ডঃ চন্দনা আৰু দিপালী গোস্বামী মহন্তই ৷

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd