• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গোৱালপাৰাৰ কৃষ্ণাইত প্ৰধান মন্ত্ৰী গ্ৰামচড়ক যোজনাৰ পথ নিমাৰ্ণত ব্যাপক দুৰ্নীতি

বিভাগীয় নিৰ্দেশ অৱমাননা কৰি  ঠিকাদাৰ আৰু বিষয়াৰ লুণ্ঠন

NE NOW NEWS নীলমণি শৰ্মা
কৃষ্ণাই , January 24, 2019 7:27 am

1 min read

Pradhanmantri Gram Sadak Yojona

ফটো : নৰ্থ-ইষ্ট নাও

1.6k
VIEWS
Share on FacebookShare on Twitter

গোৱালপাৰা জিলাত প্ৰধান মন্ত্ৰী গ্ৰামচড়ক যোজনাৰ পথ নিমাৰ্ণত ব্যাপক অনিয়ম হোৱাৰ অভিযোগ উত্থাপন হৈছে। বিশেষকৈ জিলাখনৰ কৃষ্ণাই উন্নয়ন খণ্ডৰ অন্তগৰ্ত ভীমাজুলীৰ পৰা গোৱালপাৰীয়া গাঁৱলৈ যোৱা পথছোৱা নিৰ্মাণত ব্যাপক ভাবে অনিয়ম সংঘটিত হোৱা বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে।

গড়কাপ্তানী বিভাগৰ দুধনৈ উপ সংমণ্ডলৰ অধিনস্থ এই পকী পথছোৱা নিৰ্মাণৰ বাবে আৱন্টন দিছিল ৯০ লাখৰো অধিক টকা। কিন্তু বিভাগীয় নীতি নিয়মক বুঢ়া আঙুলি দেখুৱাই ঠিকাদাৰে নিজ ইচ্ছা মতে পথ নিৰ্মাণৰ কাম কৰি যোৱা বুলি অভিযোগ উত্থাপিত হৈছে। স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি এই সমগ্ৰ ঘটনাৰ আঁৰত ঠিকাদাৰ আৰু বিভাগীয় বিষয়া জৰিত আছে।

উল্লেখ্য যে পথ নিৰ্মাণত সংঘটিত হোৱা ব্যাপক অনিয়মৰ কথা স্থানীয় ৰাইজে গড়কাপ্তানী বিভাগৰ দুধনৈ উপ সংমণ্ডলত জনাইছিল যদিও বিভাগে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে। ইফালে ঠিকাদাৰে কৰ্তৃপক্ষৰ নিৰ্দেশ অমান্য কৰি নিম্নমানৰ শিল-বালিৰে পথ নিৰ্মাণ কাম অব্যাহত ৰাখিছে। সেয়ে পকীকৰণৰ পাছতেই এতিয়া চপৰা চপৰে খহিছে পথছোৱা।

বিভাগীয় সকলো নিৰ্দেশক বুঢ়া আঙুলি দেখুৱাই  এক প্ৰকাৰ গাৰ জোৰেৰে পথ নিৰ্মাণৰ কাম চলাই গৈছে। ৰাইজে অভিযোগ কৰি অহাৰ পিছতো গড়কাপ্তানী বিভাগ অথবা জিলা প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত জিলাখনত প্ৰধান মন্ত্ৰী গ্ৰামচড়ক যোজনাৰ এতিয়া ঠিকাদাৰৰ ধনঘটা আহিললৈ ৰূপান্তৰিত হৈছো।

Recent News

IMG_20210124_113011~2

কাজিৰঙাৰ গঁড়কলৈ ৰচনা কৰা শিশু উপন্যাস অৰণ্য ৰোদন উন্মোচন

WhatsApp Image 2021-01-25 at 8.53.24 AM

নাৰী সুৰক্ষা নিশ্চিত কৰিবলৈ DGPক নিৰ্দেশ দিলে ১দিনৰ মুখ্যমন্ত্ৰী সৃষ্টিয়ে

WhatsApp-Image-2020-06-27-at-3.58.55-PM

শৃংখলা ভংগৰ অভিযোগত নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অ’লিক কমিউনিষ্ট পাৰ্টিৰ পৰা বহিস্কাৰ

Samujjal-750x375

আছুৰ হৈ আনুষ্ঠানিক মন্তব্য কৰিব নোৱাৰিব সমুজ্জ্বল ভট্টাচাৰ্যই; স্পষ্ট কৰি দিলে সম্পাদক শংকৰজ্যোতিয়ে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd