• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আৰক্ষী কমাণ্ডো গিৰীশ দত্তৰ আন এজন হত্যাকাৰীক গ্ৰেপ্তাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 7, 2019 10:07 am
girish-dutta-1-1068x688-1140x570

দুৰ্বৃত্তৰ হাতত নিহত আৰক্ষী কমাণ্ডো গিৰীশ দত্তৰ ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তিনিচুকীয়া জিলাৰ মাকুমত যোৱা ২ জুনৰ দিনা এটা দুৰ্বৃত্তৰ দলে নৃংশসভাৱে ঘপিয়াই হত্যা কৰা আৰক্ষীৰ হাবিলদাৰ গিৰীশ দত্তৰ হত্যাকাণ্ডৰ সৈতে আন এজন অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

তিনিচুকীয়াৰ আৰক্ষী অধীক্ষক ৰিপুঞ্জয় কাকতীৰ নেতৃত্বত এটি আৰক্ষীৰ দলে অভিযান চলাই অৰুণাচল প্ৰদেশৰ নামচাইত আত্মগোপন কৰি থকা অৱস্থাৰ পৰা হত্যাকাৰীজনক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা হত্যাকাৰীজন হৈছে তিনিচুকীয়াৰ বাৰেকুৰি থানাৰ অন্তৰ্গত বৰগাঁৱৰ জিতুপন চুতীয়া।

Apply Now

আনহাতে, হত্যাকাণ্ডত ব্যৱহৃত এ এছ-২৩ টি-৮৯৬০ নম্বৰৰ গ্ৰেণ্ড আইটেন গাড়ীখনো আৰক্ষীয়ে জব্দ কৰিছে। ঘটনাৰ দিনা হত্যাকাৰী জিতুপন চুতীয়াৰ ভাতৃ বিজিত চুতীয়াই গাড়ীখন লৈ গৈছিল। হত্যাকাৰী বিজিত চুতীয়া এতিয়াও পলাতক হৈ আছে।

ইপিনে, আৰক্ষীয়ে যোৱা ৪ জুনত আন এজন হত্যাকাৰী বাৰেকুৰি বৰগাঁৱৰ মিন্টু চুতীয়াক গ্ৰেপ্তাৰ কৰিছিল। হত্যাকাণ্ডত জড়িত চাৰিজন হত্যাকাৰী অৱশ্যে এতিয়াও পলাতক হৈ আছে।

উল্লেখযোগ্য যে যোৱা ২ জুনত মাকুমত অসম আৰক্ষীৰ কমাণ্ডো গিৰীশ দত্তক দুৰ্বৃত্তই খেদি খেদি ঘপিয়াই অতি নৃশংসভাৱে হত্যা কৰিছিল।

কমাণ্ডো গিৰীশ দত্তই নিশা টিংৰাইত অনুষ্ঠিত এক সাংস্কৃতিক অনুষ্ঠানৰ পৰা আহি থকাৰ সময়ত বাটত একাংশৰ লোকৰ সৈতে কোনো কথাক লৈ তৰ্কাতৰ্কি হয়।

ইয়াৰ পাছতে গিৰীশ দত্তই ঘটনাস্থলী ত্যাগ কৰি নিজৰ ঘৰলৈ আহে। কিন্তু দুৰ্বৃত্তৰ দলটোৱে গিৰীশৰ পিছে পিছে গৈ গিৰীশৰ ঘৰত উপস্থিত হয়গৈ আৰু গিৰীশক ঘৰৰ পৰা ৰাস্তালৈ মাতি আনি অতি নৃশংসভাৱে খেদি খেদি ঘপিয়াই হত্যা কৰে।

আনকি ঘটনা সংঘটিত হোৱাৰ সময়ত ঘটনাস্থলীত উপস্থিত থকা গিৰীশ দত্তৰ পিতৃয়ে দুৰ্বৃত্তৰ দলটোক নামাৰিবৰ বাবে অনুৰোধ কৰাৰ পাছতো দুৰ্বৃত্তৰ দলটোৱে কমাণ্ডোজনক ৰেহাই নিদিলে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“১২ বছৰ ধৰি কোনেও আপোনাৰ ডিগ্ৰী দেখা নাপালে” : নিজৰ শিক্ষাগত অৰ্হতাক লৈ চলা বিতৰ্কৰ মাজতে প্ৰধানমন্ত্ৰী মোদীক মুকলি প্ৰত্যাহ্বান অভিজিৎ দিপকেৰ

“১২ বছৰ ধৰি কোনেও আপোনাৰ ডিগ্ৰী দেখা নাপালে” : নিজৰ শিক্ষাগত অৰ্হতাক লৈ চলা বিতৰ্কৰ মাজতে প্ৰধানমন্ত্ৰী মোদীক মুকলি প্ৰত্যাহ্বান অভিজিৎ দিপকেৰ

September 3, 2026 2:53 pm
স্বামী য’লৈকে যায়, পত্নীও তালৈকে যাবলৈ বাধ্য নহয়! বিবাহ বিচ্ছেদৰ গোচৰত মাদ্ৰাছ উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়

স্বামী য’লৈকে যায়, পত্নীও তালৈকে যাবলৈ বাধ্য নহয়! বিবাহ বিচ্ছেদৰ গোচৰত মাদ্ৰাছ উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়

September 3, 2026 2:45 pm
‘শত্ৰুতা’! উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশক ৰাজস্থান উচ্চ ন্যায়ালয়ৰ ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশৰ প্ৰত্যুত্তৰ

‘শত্ৰুতা’! উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশক ৰাজস্থান উচ্চ ন্যায়ালয়ৰ ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশৰ প্ৰত্যুত্তৰ

September 3, 2026 2:44 pm
আইন ভংগ কৰি ইউ জি চিৰ মুৰব্বীৰ পদত আকৌ চৰকাৰী আমোলা!

আইন ভংগ কৰি ইউ জি চিৰ মুৰব্বীৰ পদত আকৌ চৰকাৰী আমোলা!

September 3, 2026 2:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“১২ বছৰ ধৰি কোনেও আপোনাৰ ডিগ্ৰী দেখা নাপালে” : নিজৰ শিক্ষাগত অৰ্হতাক লৈ চলা বিতৰ্কৰ মাজতে প্ৰধানমন্ত্ৰী মোদীক মুকলি প্ৰত্যাহ্বান অভিজিৎ দিপকেৰ

“১২ বছৰ ধৰি কোনেও আপোনাৰ ডিগ্ৰী দেখা নাপালে” : নিজৰ শিক্ষাগত অৰ্হতাক লৈ চলা বিতৰ্কৰ মাজতে প্ৰধানমন্ত্ৰী মোদীক মুকলি প্ৰত্যাহ্বান অভিজিৎ দিপকেৰ

September 3, 2026 2:53 pm
স্বামী য’লৈকে যায়, পত্নীও তালৈকে যাবলৈ বাধ্য নহয়! বিবাহ বিচ্ছেদৰ গোচৰত মাদ্ৰাছ উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়

স্বামী য’লৈকে যায়, পত্নীও তালৈকে যাবলৈ বাধ্য নহয়! বিবাহ বিচ্ছেদৰ গোচৰত মাদ্ৰাছ উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়

September 3, 2026 2:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd