DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, February 3, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

জম্মু-কাশ্মীৰত পুনৰ চাৰিজন সন্ত্ৰাসবাদী নিহত; দুসপ্তাহৰ ভিতৰত ২৯ জন সন্ত্ৰাসবাদীৰ মৃত্যু

এন ই নাও নিউজ by এন ই নাও নিউজ
June 13, 2020 10:45 am
সেনাবাহিনীৰ অভিযানৰ দৃশ্য

সেনাবাহিনীৰ অভিযানৰ দৃশ্য

1.6k
VIEWS
Share on FacebookShare on Twitter

জম্মু-কাশ্মীৰত নিৰাপত্তাৰক্ষী বাহিনীৰ সৈতে হোৱা দুটা পৃথক পৃথক সংঘৰ্ষত চাৰিজন দুৰ্ধৰ্ষ সন্ত্ৰাবাদী নিহত হয়।

প্ৰথমটো ঘটনাত অনন্তনাগ জিলাত নিৰাপত্তাৰক্ষী বাহিনীয়ে দুজন হিজবুল মুজাহিদিনৰ সন্ত্ৰাদবাদীক গুলীয়াই নিহত কৰে।

নিৰাপত্তাৰক্ষী বাহিনীয়ে নিহত সন্ত্ৰবাসবাদী দুজনৰ পৰা তিনিটা গ্ৰেনেড আৰু দুটা পিষ্টল উদ্ধাৰ কৰে।

আনহাতে, আন এটা পৃথক সংঘৰ্ষত জম্মু-কাশ্মীৰৰ কুলগাম জিলাত নিৰাপত্তাৰক্ষী বাহিনীয়ে আত্মগোপন কৰা সন্ত্ৰবাসবাদীৰ বিৰুদ্ধে অভিযান চলাই দুজন সন্ত্ৰাসবাদীক নিহত কৰে।

সেনাবাহিনী, চি আৰ পি এফ আৰু জম্মু-কাশ্মীৰ আৰক্ষীয়ে সন্মিলিতভাৱে অভিযান চলাই উগ্ৰপন্থী দুজনক নিহত কৰে।

ক’ৰ’নাৰ সংক্ৰমণৰ সময়ত জম্মু-কাশ্মীৰত সেনা বাহিনীয়ে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে কঠোৰ অভিযান অব্যাহত ৰাখিছে।

বিগত দুটা সপ্তাহৰ ভিতৰতে জম্মু-কাশ্মীৰত ভাৰতীয় সেনা বাহিনী আৰু জম্মু-কাশ্মীৰ আৰক্ষীয়ে ২৯ জন দুৰ্ধৰ্ষ সন্ত্ৰাসবাদীক নিহত কৰে।

১১ জুনত সেনা বাহিনীয়ে কাশ্মীৰৰ পৰা তিনিজন পাকিস্তানৰ অল-কায়দা সমৰ্থিত সন্ত্ৰসবাদীক বৃহৎ পৰিমাণৰ জাল টকাৰে সৈতে আটক কৰিবলৈ সক্ষম হৈছিল।

Recent News

Rahul Gandhi writes letter to Modi

‘জোৰ-জুলুম নকৰিব’! প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰি কাশ্মীৰী পণ্ডিতৰ পৰ্যাপ্ত নিৰাপত্তা ব্যৱস্থাৰ আহ্বান ৰাহুল গান্ধীৰ

Jaish module busted

জম্মু-কাশ্মীৰত উৎখাত জইছ-ই-মহম্মদৰ ঘাটি: ৬ সদস্যক গ্ৰেপ্তাৰ, উদ্ধাৰ বিশাল যুদ্ধাস্ত্ৰ ভাণ্ডাৰ

Joshimath-Like Situation In Jammu-Kashmir

জম্মু-কাশ্মীৰত যোশীমঠ সদৃশ সংকট: আতংকই দহিছে স্থানীয় বাসিন্দাক

IndiGo Flies Passenger

অথন্তৰ! পাটনালৈ যাবলগীয়া যাত্ৰীক উদয়পুৰত অৱতৰণ কৰালে ইণ্ডিগ’ বিমানে: তদন্তৰ নিৰ্দেশ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd