• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

৩ দিনৰ ভিতৰত তৃতীয়বাৰৰ বাবে জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদী আক্ৰমণ, আহত ৬ জন জোৱান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 12, 2024 10:37 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এটাৰ পাছত আনটো আক্ৰমণৰ সন্মুখীন হৈছে কাশ্মীৰ উপত্যকা। পুনৰ অস্থিৰ হৈ পৰিছে জম্মু-কাশ্মীৰ। ৰিয়াছি আক্ৰমণৰ তিনিদিন নৌহওঁতেই তৃতীয়বাৰৰ বাবে উপত্যকাটোত আক্ৰমণ কৰে উগ্ৰপন্থীয়ে।

মঙলবাৰে নিশা জম্মু-কাশ্মীৰৰ ডোডাত সন্ত্ৰাসবাদীয়ে সেনা ঘাটিত আক্ৰমণ কৰে। এই আক্ৰমণৰ সেনায়ো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। আৰক্ষীৰ মতে, বৰ্তমান উগ্ৰপন্থী আৰু নিৰাপত্তাৰক্ষীৰ মাজত গুলীয়াগুলী অব্যাহত আছে। এই প্ৰতিবেদন লিখাৰ সময়ত অৰ্থাৎ পুৱা ৯ বজালৈকে দুয়োপক্ষৰ মাজত হোৱা গুলীয়াগুলীত ৫ জন জোৱান আৰু এজন বিশেষ বিষয়া আহত হয়।

জানিব পৰা মতে উগ্ৰপন্থীয়ে সেনা ঘাটিত আক্ৰমণ কৰি পাহাৰৰ ওপৰলৈ পলায়ন কৰে। অৱশ্যে যুটীয়া বাহিনীৰ জোৱানে উগ্ৰপন্থীক খেদি পঠিয়াইছিল। উগ্ৰপন্থীক নিৰ্মূলৰ বাবে বুধবাৰে পুৱাও সেই অঞ্চলত দুয়োপক্ষৰ মাজত গুলীয়াগুলী হয়।

Apply Now

ডোডা জিলাৰ সেনা ঘাটিত আক্ৰমণৰ পূৰ্বে মঙলবাৰে নিশা কথুৱা জিলাৰ হিৰানগৰীৰ এটা ঘৰত প্ৰৱেশ কৰি উগ্ৰপন্থীয়ে গুলীচালনা কৰে। সেই ঘৰৰ মালিকে উগ্ৰপন্থীৰ আক্ৰমণৰ বিষয়ে সেনাক অৱগত কৰিছিল। য’ত সেনাবাহিনী খৰধৰকৈ গাঁও পায়গৈ। পলাতক অৱস্থাত এজন উগ্ৰপন্থীৰ মৃত্যু হয়। এই ঘটনাৰ কেইঘণ্টামানৰ ভিতৰতে পুনৰ ডোডা জিলাৰ সেনা শিবিৰত সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰে। জম্মু-কাশ্মীৰ মণ্ডলৰ জ্যেষ্ঠ আৰক্ষী বিষয়া আনন্দ জৈনে এই ঘটনা দুটাৰ বিষয়ে অৱগত কৰে।

যোৱা দেওবাৰে জম্মুৰ ৰিয়াছি জিলাৰ কাটৰাস্থিত বৈষ্ণো দেৱী মন্দিৰলৈ শিৱখাৰী মন্দিৰৰ পৰা তীৰ্থযাত্ৰী কঢ়িয়াই অনা বাছত উগ্ৰপন্থীয়ে আক্ৰমণ চলাইছিল। এই আক্ৰমণত ৯ জন তীৰ্থযাত্ৰীৰ মৃত্যু হয়।য’ত ৩৩ জন লোক আহত হয়। তেতিয়াৰ পৰাই ইটোৰ পাছত সিটোকৈ সন্ত্ৰাসবাদী আক্ৰমণ কৰা হৈছে। ইতিমধ্যে দেওবাৰৰ ঘটনাৰ তদন্তৰ দায়িত্ব লৈছে NIAই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd