• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আকৌ এজন যুৱক আলফা (স্বা:)লৈ ! : চৰাইদেউৰ পৰা সন্ধানহীন অৰুণাভ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 3, 2019 3:46 pm
Arunabh

আৰক্ষীয়ে আলফা (স্বা:)ত যোগদানৰ সন্দেহ কৰা পৰা মৰাণৰ পৰা সন্ধানহীন অৰুণাভ গগৈ।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নৱবৰ্ষৰ আৰম্ভণিতে এটা চাঞ্চল্যকৰ খৱৰে উজনি অসমৰ চৰাইদেউ অঞ্চলৰ ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। চৰাইদেউৰ বৰহাট লাকিলী গাঁৱৰ পৰা যোৱা ১৮ ডিচেম্বৰৰ পৰা অৰুণাভ গগৈ নামৰ যুৱকজন সন্ধানহীন হৈ আছে। ইপিনে, অৰুণাভৰ পিতৃয়ে পুত্ৰ আলফা স্বাধীনলৈ যোৱাৰ সন্দেহৰ খৱৰটো আৰক্ষীৰ পৰা লাভ কৰা বুলি জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে অৰুণাভে কামৰ উদ্দেশ্যেৰে মৰাণৰ এটা ভাড়াঘৰত থাকিবলৈ লৈছিল। অৰুণাভৰ চৰাইদেও জিলাৰ গৃহ গাঁও লাকিলী অসম-অৰুণাচল সীমান্তত অৱস্থিত। আৰক্ষীয়ে অৰুণাভে সংযুক্ত মুক্তি বাহিনী অসম(স্বাধীন)ত যোগদান কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে।

Apply Now

ইপিনে, অৰুণাভৰ পৰিয়ালে আৰক্ষীৰ পৰা এই বিষয়ে জানিব পৰাৰ পাছতেই চৰাইপুং আৰক্ষী থানাত এটা পুত্ৰ সন্ধানহীন হোৱাৰ গোচৰ দাখিল কৰিছে।

আনহাতে, অৰুণাভ সন্ধানহীন হোৱাৰ কথা প্ৰথমৱাস্থাত তেওঁৰ পিতৃ-মাতৃয়ে জানিব পৰ নাছিল। আৰক্ষীয়ে জনোৱাৰ পাছতহে তেওঁলোকে পুত্ৰ সন্ধানহীন হোৱা সম্পৰ্কে অৱগত হয়। স্থানীয় আৰক্ষীৰ পৰা অৰুণাভ সন্ধানহীন হোৱাৰ খৱৰ পোৱাৰ পাছত তেওঁৰ পিতৃয়ে প্ৰকাশ কৰে যে যদি তেওঁলোকৰ পুত্ৰ আলফা (স্বা:)লৈ গৈছে, তেনেহ’লে তেওঁ ঘৰলৈ উভতি আহিব লাগে।

অৱশ্যে, অৰুণাভ আলফা (স্বা:)লৈ যোৱা কথাটোত আশ্চৰ্য প্ৰকাশ কৰি তেওঁৰ পিতৃয়ে কয় যে যোৱা ১৮ ডিচেম্বৰৰ পৰাই অৰুণাভক তেওঁলোকে ফোনত পোৱা নাছিল। কিন্তু কিবা কামত ব্যস্ত থকা বুলি ভাবি তেওঁলোকে অইন চিন্তা কৰা নাছিল। তদুপৰি, তেওঁলোকৰ পুত্ৰই  এনেকুৱা এটা সিদ্ধান্ত ল’ব পাৰে বুলি তেওঁলোকে কেতিয়াও ভাবিব পৰা নাছিল।

যোৱা ৩১ ডিচেম্বৰত আৰক্ষীয়ে আহি পৰিয়ালক অৰুণাভ সন্ধানহীন হোৱাৰ খৱৰটোৰ লগতে তেওঁ আলফা (স্বা:) লৈ যোৱাৰ সন্দেহৰ কথা জনাইছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd