• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চাকৰিৰ পৰা নিলম্বিত হ’ল হাৰাঙ্গাজাও থানাৰ প্রাক্তন অ’চি অংশু ৰাজকুমাৰ

পংকজ কুমাৰ দেৱ by পংকজ কুমাৰ দেৱ
May 25, 2020 5:12 pm
IMG_20200524_205240
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চাকৰিৰ পৰা নিলম্বিত হ’ল হাৰাঙ্গাজাও আৰক্ষী থানাৰ তেতিয়াৰ অ’চি উপ-পৰিদৰ্শক অংশু ৰাজকুমাৰ।

যোৱা কালি ডিমা হাছাও জিলাৰ নতুন কৈ অহা আৰক্ষী অধীক্ষক আইপিএছ জয়ন্ত সিঙে ৰাজকুমাৰক চাকৰিৰ পৰা নিলম্বিত কৰে।

Apply Now

প্রাক্তন ডিএইচডি সদস্য তথা ব্যবসায়ী সন্তোষ হোজাই অপহৰণ কাণ্ডৰ বাবে ৰাজকুমাৰক চাকৰিৰ পৰা নিলম্বন কৰা হৈছে।

আজিৰ পৰা এমাহ আগত ২৪ এপ্রিল সন্তোষ হোজাইক বন্দুকধাৰীৰ  দলে হোজাইক অপহৰণ কৰিছিল।

অৱশ্যে অপহৰণৰ  খন্তেক সময় পাছত সন্তোষৰ পত্নী জয়ন্তা হোজাই আৰু আত্মীয়ই হাৰাঙ্গাজাও আৰক্ষী থানাত উপস্থিত হৈ অপহৰণৰ বিতং তথ্য দাঙি ধৰিছিল।

তেতিয়া অ’চি ৰাজকুমাৰে জয়ন্তাক আশ্বাস দিছিল যে সন্তোষ আজি ন’হলেও কালি ৰাতিপুৱা ঘৰলৈ উভতি আহিব।

কিন্তু ২৫ এপ্রিল পুৱা এঘাৰটা বজালৈকে কোনো  খা খবৰ নাপাই অপহৰণ সংক্রান্তত জয়ন্তা হোজাইয়ে থানাত উপস্থিত হৈ এজাহাৰ দাখিল কৰে যদিও অ’চি ৰাজকুমাৰে জয়ন্তাৰ এজাহাৰ গ্ৰহণত  অসম্মতি প্রকাশ কৰে।

বহুতো অনুনয় বিনয় কৰাৰ পাছতো অ’চি ৰাজকুমাৰে এজাহাৰখন গ্ৰহণ নকৰি  চকীৰ  ওপৰত পেলাই থৈ দিয়ে।

সম্প্রতি স্পেচিয়েল  ইনভেষ্টিগেশন টিমৰ প্রধান তথা দক্ষিণ অসম প্ৰান্তৰ ডিআইজি দিলীপকুমাৰ দে আৰু নৱাগত আৰক্ষী অধীক্ষক জয়ন্ত সিঙে প্রয়াত সন্তোষ হোজাইৰ ঘৰত উপস্থিত হয়।

হোজাই ঘৰত উপস্থিত হৈ জিলাখনৰ শীৰ্ষ বিষয়াদ্বয়ে সন্তোষ হোজাইৰ পত্নী জয়ন্তা হোজাইৰ পৰা সমগ্ৰ ঘটনা প্ৰৱাহ জানিব বিচাৰে।

জয়ন্তা হোজাইয়ে শীৰ্ষ আৰক্ষী বিষয়াদ্বয়ক ২৪ এপ্ৰিলৰ নিশা আৰু ২৫ এপ্ৰিল পুৱা অ’চি ৰাজকুমাৰে কৰা আচৰণ তথ্য সহকাৰে দাখিল কৰে।

এই তথ্যৰ ভিত্তিতে জিলা আৰক্ষী অধীক্ষক আইপিএছ জয়ন্ত সিঙে প্ৰাক্তন অ’চি ৰাজকুমাৰক চাকৰিৰ পৰা নিলম্বিত কেৰ।

আৰক্ষী অধীক্ষ জয়ন্ত সিঙৰ এই পদক্ষেপক সন্তোষ হোজাইৰ পৰিয়াল আৰু স্থানীয় লোকে সন্তোষ প্ৰকাশ কৰিছে।

নিলম্বিত আৰক্ষী বিষয়া অংশু ৰাজকুমাৰক সোধ পোছ কৰিলে সন্তোষ অপহৰণৰ আৰৰ  প্রকৃত সত্য পোহৰলৈ আহিব বুলি সকলোৱে মন্তব্য কৰিছে।

উল্লেখ্য আজিৰ পৰা এসপ্তাহ মান আগতে  ৰাজকুমাৰক হাৰাঙ্গাজাওৰ পৰা  মাইবাঙ আৰক্ষী থানা লৈ বদলি কৰা হৈছিল।

পংকজ কুমাৰ দেৱ

পংকজ কুমাৰ দেৱ

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

‘জ্ঞানেশ কুমাৰক বচাবলৈ দেশৰ মানুহৰ সৈতে যুঁজ দিছে মোডী-শ্বাহে’, দীপকে-নেহাৰ গুৰুতৰ অভিযোগ

‘জ্ঞানেশ কুমাৰক বচাবলৈ দেশৰ মানুহৰ সৈতে যুঁজ দিছে মোডী-শ্বাহে’, দীপকে-নেহাৰ গুৰুতৰ অভিযোগ

October 15, 2026 8:11 pm
সামৰণি পৰিল অখিল গগৈৰ ১৪ দিনীয়া সত্যাগ্ৰহ; প্ৰতিশ্ৰুতি পূৰণ নহ’লে পুনৰ আন্দোলনৰ হুংকাৰ

সামৰণি পৰিল অখিল গগৈৰ ১৪ দিনীয়া সত্যাগ্ৰহ; প্ৰতিশ্ৰুতি পূৰণ নহ’লে পুনৰ আন্দোলনৰ হুংকাৰ

October 15, 2026 7:40 pm
চাকৰি এৰাৰ পিছত এইবাৰ নিজাকৈ দল খুলি ৰাজনীতিত নামিল আই এ এছ বিষয়া দিব্যা মিট্টাল

চাকৰি এৰাৰ পিছত এইবাৰ নিজাকৈ দল খুলি ৰাজনীতিত নামিল আই এ এছ বিষয়া দিব্যা মিট্টাল

October 15, 2026 6:20 pm
লাখ লাখ ফলোৱাৰ, পঁইতাচোৰাৰ পিছত নতুন দল ‘মাখি জনতা পাৰ্টি’, কি দাবী তেওঁলোকৰ?

লাখ লাখ ফলোৱাৰ, পঁইতাচোৰাৰ পিছত নতুন দল ‘মাখি জনতা পাৰ্টি’, কি দাবী তেওঁলোকৰ?

October 15, 2026 5:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘জ্ঞানেশ কুমাৰক বচাবলৈ দেশৰ মানুহৰ সৈতে যুঁজ দিছে মোডী-শ্বাহে’, দীপকে-নেহাৰ গুৰুতৰ অভিযোগ

‘জ্ঞানেশ কুমাৰক বচাবলৈ দেশৰ মানুহৰ সৈতে যুঁজ দিছে মোডী-শ্বাহে’, দীপকে-নেহাৰ গুৰুতৰ অভিযোগ

October 15, 2026 8:11 pm
সামৰণি পৰিল অখিল গগৈৰ ১৪ দিনীয়া সত্যাগ্ৰহ; প্ৰতিশ্ৰুতি পূৰণ নহ’লে পুনৰ আন্দোলনৰ হুংকাৰ

সামৰণি পৰিল অখিল গগৈৰ ১৪ দিনীয়া সত্যাগ্ৰহ; প্ৰতিশ্ৰুতি পূৰণ নহ’লে পুনৰ আন্দোলনৰ হুংকাৰ

October 15, 2026 7:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd