• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

CAA-ৰ বিৰুদ্ধে ডিফুত জাগিল মহিলা শক্তি; কাৰ্বি সাহিত্য সভাৰো বিৰোধিতা বিতৰ্কিত আইনখনৰ

নংনী তেৰাং by নংনী তেৰাং
December 21, 2019 9:20 pm
women protest CAA in Diphu

ডিফুত আজি মহিলাসকলে ছেমছং চিং মেমৰিয়েল পাৰ্কত অৱস্থান ধৰ্মঘট কৰি CAA-বিৰোধী আন্দোলনত ভাগ লয়।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যখনৰ অন্যান্য প্ৰান্তৰ দৰেই ডিফুতো আজি মহিলাসকলে ছেমছং চিং মেমৰিয়েল পাৰ্কত অৱস্থান ধৰ্মঘট কৰি CAA-বিৰোধী আন্দোলনত ভাগ লয়।

কাৰ্বি আংলং জিলা আঞ্চলিক ছাত্ৰ সন্থা আৰু ডিফু আঞ্চলিক ছাত্ৰ সন্থাই নেতৃত্ব লোৱা এই কাৰ্য্যসূচীত কাৰ্বি আংলং জিলা মহিলা কংগ্ৰেছ কমিটীয়েও অংশগ্ৰহণ কৰে।

Apply Now

অৱস্থান ধৰ্মঘটত ভাগলোৱা মহিলাসকলক সম্বুধি কাৰ্বি আংলং জিলা মহিলা কংগ্ৰেছ কমিটীৰ সভানেত্ৰী কাছাং তেৰংপীয়ে সকলো মহিলাক আইনখনৰ বিৰোধিতা কৰিবলৈ ঘৰৰ পৰা ওলাই আহিবলৈ আহ্বান জনায়।

তেওঁ বিজেপি নেতৃত্বাধীন চৰকাৰখনক আক্ৰমণ কৰিয় কয়, “বিজেপিয়ে নিৰ্বাচনত দিয়া প্ৰতিশ্ৰুতিবোৰ পূৰণ কৰাৰ পৰিৱৰ্তে চৰকাৰখনে এশ এবুৰি সমস্যাহে সৃষ্টি কৰি গৈছে।”

আন্দোলনকাৰীক উদ্দেশ্যি ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ তুলুঙা মন্তব্যক উভতি ধৰি তেৰংপীয়ে কয়, “যোৱা শনিবাৰে অসম প্ৰদেশ বিজেপিৰ সভাপতি ৰঞ্জিত দাসে কৈছিল যে প্ৰতিবাদকাৰীসকল কণী বেপাৰী, হাঁহ-কুকুৰা বেপাৰীহে। কিন্তু আজি ইয়াত যিসকলে প্ৰতিবাদ কৰি আছে, তেওঁলোক অসমীয়া আৰু কাৰ্বি তেজৰ মানুহ। বুদ্ধিজীৱী, শিল্পী, জ্যেষ্ঠ নাগৰিক, মহিলা, যুৱক-যুৱতী সকলো আজি ওলাই আহিছে। দাসে তেওঁৰ মন্তব্যৰ বাবে লাজ পোৱা উচিত। তেওঁৰ যদি চকুৰ গণ্ডগোল আছে তেন্তে চিকিৎসাৰ বাবে যাব লাগে”।

কাৰ্বি সাহিত্য সভা কাৰ্বি লেম্মেট আমেই (কে এল এ)-ও বিতৰ্কিত আইনখনৰ বিৰোধিতা কৰে।

“আইনখন সংবিধান বিৰোধী আৰু অসম চুক্তিৰ পৰিপন্থী”, কাৰ্বি লেম্মেট আমেই কয়।

কাৰ্বি সাহিত্যৰ অনুষ্ঠানটোৱে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহলৈ প্ৰেৰণ কৰা স্মাৰকপত্ৰত কয় যে অবৈধ বিদেশীসকলে অসমৰ গুৰুতৰ ক্ষতি কৰিব। আইনখন অসমৰ খিলঞ্জীয়া লোকৰ স্বাৰ্থৰ পৰিপন্থী।

নংনী তেৰাং

নংনী তেৰাং

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

October 12, 2026 9:15 pm
“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

October 12, 2026 8:00 pm
গণতন্ত্ৰৰ বাবে প্রতিষ্ঠানৰ ওপৰত আস্থা কিমান গুৰুত্বপূৰ্ণ?

গণতন্ত্ৰৰ বাবে প্রতিষ্ঠানৰ ওপৰত আস্থা কিমান গুৰুত্বপূৰ্ণ?

October 12, 2026 7:00 pm
সঞ্জীৱ নাৰায়ণৰ ভাইৰেল ফোনালাপক লৈ ৰহস্য অব্যাহত! স্পষ্টীকৰণক লৈ প্ৰশ্ন সাংবাদিক সুশীল পাটোৱাৰীৰ

সঞ্জীৱ নাৰায়ণৰ ভাইৰেল ফোনালাপক লৈ ৰহস্য অব্যাহত! স্পষ্টীকৰণক লৈ প্ৰশ্ন সাংবাদিক সুশীল পাটোৱাৰীৰ

October 12, 2026 6:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

October 12, 2026 9:15 pm
“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

October 12, 2026 8:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd