• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

স্বেচ্ছাসেৱী সংগঠন অনুপম জীৱন’ৰ ড্ৰাগছ্ বিৰোধী সজাগতা সভা আৰু শোভাযাত্ৰা কাৰ্যসূচী সম্পন্ন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 2, 2023 9:37 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

স্বেচ্ছাসেৱী সংগঠন ‘অনুপম জীৱন’আৰু ‘ছেলটাৰ’ ৰ উদ্যোগত আজি জয়ন্তী উপলক্ষে  দক্ষিন গাওঁস্থিত টি এ বি মেমোৰিয়েল জাতীয় বিদ্যালয়ত এখনি ড্ৰাগছ্ সেৱন আৰু সৰবৰাহ বিৰোধী সজাগতা সভা অনুস্থিত হোৱাৰ লগতে  এক প্ৰতিবাদী শোভাযাত্ৰা  কাৰ্যসূচী উলিওৱা হয় ।

পুৱা আঠ বজাত বিদ্যালয় খনৰ ছাত্ৰ ছাত্ৰীৰ তথা স্থানীয় শতাধিক ৰাইজৰ উপস্থিতিত  গান্ধী জয়ন্তী উপলক্ষে জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়৷ মহাত্মা গান্ধীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে ৰাজ্যৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সহকাৰী সঞ্চালক সত্যব্ৰত গগৈয়ে। 

Apply Now

অঞ্চলটোৰ বিশিষ্ট সমাজকৰ্মী চায়েৰা বেগম বৰভূঞা, বিশিষ্ট সমাজকৰ্মী বসন্ত কুমাৰ শৰ্মাৰ উপৰি বহু বিশিষ্ট ব্যক্তিয়ে মহাত্মা গান্ধীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰি জাতিৰ পিতা গৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

ইয়াৰ পিছতে আৰম্ভ হয় ড্ৰাগছ সেৱন বিৰোধী সজাগতা শোভাযাত্ৰা । এই কাৰ্যসূচী ফ্লেগ অফ কৰি সহকাৰী সঞ্চালক সত্যব্ৰত গগৈয়ে ড্ৰাগছ সেৱনৰ বিভিন্ন অপকাৰী দিশসমূহৰ ওপৰত আলোকপাত কৰে।

ড্ৰাগছ সেৱন বিৰোধী সজাগতা শোভাযাত্ৰাটোত দক্ষিণ গাঁও অঞ্চলৰ কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী তথা অভিভাৱকে অংশ গ্ৰহণ কৰে ।

শোভাযাত্ৰাটোত অংশ গ্ৰহণ কৰা ছাত্ৰ ছাত্ৰী তথা অভিভাৱকসকলে ‘নিচাযুক্ত দ্ৰব্য বন্ধ কৰক,আমাৰ সমাজ সুস্থ ৰাখক’,’ড্ৰাগছৰ বেপাৰ ৰোধ কৰক,সুস্থ সমাজ গঢ়ি তোলক’ আদি ধ্বনি দি সমগ্ৰ দক্ষিন গাঁও অঞ্চল কপাঁই তোলে। এই শোভাযাত্ৰা দক্ষিন গাঁও তিনি আলিৰ পৰা ভূতত্ব আৰু খনিজ বিভাগৰ কাৰ্যালয়, গনেশ মন্দিৰ হৈ ঘূৰি আহি পুনৰ দক্ষিণ গাঁও তিনি আলিত উপস্থিত হৈ টি এ বি মেমোৰিয়েল জাতীয় বিদ্যালয়ৰ প্ৰেক্ষাগৃহত উপস্থিত হয়।

লঘু আহাৰ গ্ৰহণৰ পিছতে আৰম্ভ হয় ড্ৰাগছ সেৱন আৰু সৰবৰাহ বিৰোধী সজাগতা সভা। সজাগতা সভাত অংশ গ্ৰহণ কৰে শিক্ষক তথা শিক্ষা বিভাগৰ সমল কেন্দ্ৰ সমন্বয়ক ৰামেশ্বৰ শৰ্মা, সমাজকৰ্মী  চায়েৰা   বেগম বৰভূঞা, কল্যাণী কলিতা, ভাস্কৰণ গোহাঁই, প্ৰদীপ কলিতা, প্ৰধান শিক্ষয়িত্ৰী ধনমনি বৰুৱা আদিকে ধৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তিয়ে ।

সভাত  মুখ্যবক্তা হিচাপে বক্তৃতা প্ৰদান কৰি ৰামেশ্বৰ শৰ্মাই মহাত্মা গান্ধীয়ে দেশৰ স্বাধীনতা আন্দোলন আগুৱাই নিয়াৰ সমান্তৰালভাৱে কিদৰে কানি বিৰোধী আন্দোলনকো মাত্ৰা প্ৰদান কৰিছিল তাৰ ওপৰত বক্তব্য ৰাখে।

অনুপম ‘জীৱন’ৰ উপদেষ্টা বসন্ত কুমাৰ শৰ্মাই আঁত ধৰা অনুস্থানটোত বিশিষ্ট সমাজকৰ্মী চায়েৰা বেগম বৰভূঞাই ছাত্ৰ ছাত্ৰীক  সু-চৰিত্ৰ গঠনৰ বাবে পৰামৰ্শ দিয়াৰ লগতে নিচা জাতীয় দ্ৰব্যৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিয়ে। সভাত প্ৰদীপ কলিতা আৰু ভস্কৰণ গোহাঁয়েও দুআষাৰ বক্তব্য ৰাখে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

August 24, 2026 9:30 pm
পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

August 24, 2026 8:28 pm
আহক আমি সকলোৱে প্ৰণৱ দলেৰ মুক্তিৰ হৈ থিয় দিওঁ

আহক আমি সকলোৱে প্ৰণৱ দলেৰ মুক্তিৰ হৈ থিয় দিওঁ

August 24, 2026 7:48 pm
কুম্ভ মেলাৰ বাজেটৰ মাত্ৰ ০.১ শতাংশ ধনেৰে ৰক্ষা পৰিলহেঁতেন ১২৫ খন বিদ্যালয়: কুম্ভ মেলালৈ ৩৪ হাজাৰ কোটি, শিক্ষালৈ কিয় নাই?

কুম্ভ মেলাৰ বাজেটৰ মাত্ৰ ০.১ শতাংশ ধনেৰে ৰক্ষা পৰিলহেঁতেন ১২৫ খন বিদ্যালয়: কুম্ভ মেলালৈ ৩৪ হাজাৰ কোটি, শিক্ষালৈ কিয় নাই?

August 24, 2026 7:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

August 24, 2026 9:30 pm
পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

August 24, 2026 8:28 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd