• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কিম বিৰোধী লিফলেট প্ৰচাৰ : দঃ কোৰিয়াক ভাবুকি প্ৰদান উঃ কোৰিয়াৰ শাসক কিম জং উনৰ

দুই দেশৰ মাজত বাৰ্তালাপ আৰু সীমান্তৰ যোগোযোগ বিচ্ছিন্ন কৰি দিয়াৰ হুমকি উত্তৰ কোৰিয়াৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 10, 2020 7:19 pm
image.jpg000
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পিয়ংইয়ং বিৰোধী লিফলেট সংক্ৰান্তীয় বিবাদে নতুন মোৰ লৈছে চিৰ বৈৰী দুই ৰাষ্ট্ৰ দক্ষিণ কোৰিয়া আৰু উত্তৰ কোৰিয়াৰ মাজত।

উত্তৰ কোৰিয়াৰ শাসক কিম জং উনে ছিউলক সতৰ্ক কৰি দিছে যে যদি দক্ষিণ কোৰিয়াই কিম বিৰোধী লিফলেট প্ৰচাৰ বন্ধ নকৰিলে দুই ৰাষ্ট্ৰৰ মাজৰ সম্পৰ্ক আৰু অধিক অৱনিত ঘটিব।

Apply Now

পিয়ংইয়ঙে এইবুলিও ছিউলক সতৰ্ক কৰি দিছে কিম উনৰ বিৰোধী আন্দোলনকাৰীৰ কণ্ঠৰোধ নকৰিলে উত্তৰ কোৰিয়াই দক্ষিণ কোৰিয়াৰ সৈতে বাৰ্তালাপ বন্ধ কৰি দিব।

উল্লেখ্য যে, দক্ষিণ কোৰিয়াৰ কিম বিৰোধী আন্দোলনকাৰীয়ে উত্তৰ কোৰিয়াৰ সীমান্তত কিম বিৰোধী লিফলেট সম্বলিত বেলুন উৰুৱাইছিল।

উত্তৰ কোৰিয়াৰ চৰকাৰী সংবাদ মাধ্যম কোৰিয়ান চেন্ট্ৰেল নিউজ এজেঞ্চি(কেচিএনএ) জনাইছে যে লিফলেট ইছ্যুটোৰ বাবে এক দুই দিনৰ ভিতৰতে দক্ষিণ কোৰিয়াৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত দুই দেশৰ মাজৰ যোগাযোগ বিচ্ছিন্ন কৰা হ’ব।

‘অপ্ৰয়োজনীয় বিষয় বৰ্জন কৰি দক্ষিণ কোৰিয়াৰ সৈতে সকলোধৰণৰ যোগাযোগ সম্পূৰ্ণৰূপে ছিন্ন কৰাৰ ই হৈছে প্ৰথম পদক্ষেপ।’ কেচিএনএ-ত প্ৰকাশ।

কেচিএনএ-এ অভিযোগ কৰি কয় যে, ‘উত্তৰ কোৰিয়াৰ বিৰুদ্ধে অনভিপ্ৰেতভাৱে পৰোক্ষ বৈৰী আচৰণত লিপ্ত হৈছে দক্ষিণ কোৰিয়াৰ শাসক। এনেবোৰ নকৰাত্মক অজুহাত দেখুৱাই দক্ষিণ কোৰিয়াই বৃহত্তৰ দায়িত্ব এৰাই চলিছে।’

উল্লেখ্য যে, দক্ষিণ কোৰিয়াৰ কিম বিৰোধীসকলে পূৰ্বেও এনেধৰণৰ আন্দোলনত অংশগ্ৰহণ কৰিছিল। ২০১৪ চনতো কিমৰ পৰমাণু নীতিৰ বিৰুদ্ধে এইধৰণে বিশাল বেলুন উৰুৱা হৈছিল, যিবোৰ বেলুন উত্তৰ কোৰিয়াৰ সেনাবাহিনীয়ে গুলী কৰি ফুটাই দিছিল। সেই কাণ্ডত উত্তৰ কোৰিয়াৰ দলত্যাগীসকলেও যোগ দিছিল।

ইফালে দক্ষিণ কোৰিয়াই কিম বিৰোধী আন্দোলকাৰীৰ বিৰুদ্ধে আইনী পদক্ষেপ লোৱাৰ কথা ঘোষণা কৰিছে।

অৱশ্যে দক্ষিণ কোৰিয়াৰ এই পদক্ষেপত সন্তুষ্ট হোৱা নাই উত্তৰ কোৰিয়া।

উত্তৰ কোৰিয়াই এই প্ৰক্ৰিয়াত দক্ষিণ কোৰিয়াৰ শাসকপক্ষই আন্তৰিকতাশূন্য ভাৱে কাম কৰা বুলিও অভিযোগ কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লীলৈ যোৱাৰ পথত আটক ইউটিউবাৰ ধ্ৰুৱ ৰাথী; চিজেপি নেত্ৰী ৰত্না সিঙকো আটক দিল্লী আৰক্ষীৰ

দিল্লীলৈ যোৱাৰ পথত আটক ইউটিউবাৰ ধ্ৰুৱ ৰাথী; চিজেপি নেত্ৰী ৰত্না সিঙকো আটক দিল্লী আৰক্ষীৰ

October 10, 2026 11:24 am
কোন এই নিদাল হাছান? কিয় আমেৰিকাৰ প্ৰাক্তন সৈনিকৰ মৃত্যুদণ্ডৰ লাইভ সম্প্ৰচাৰৰ সিদ্ধান্ত লোৱা হ’ল?

কোন এই নিদাল হাছান? কিয় আমেৰিকাৰ প্ৰাক্তন সৈনিকৰ মৃত্যুদণ্ডৰ লাইভ সম্প্ৰচাৰৰ সিদ্ধান্ত লোৱা হ’ল?

October 10, 2026 10:54 am
সৰুৰে পৰা বৰ্ণবৈষম্যৰ বলি! শান্তিৰ নোবেল বঁটা বিজয়ী ভাৰতীয় মূলৰ নৱী পিল্লাই দৰাচলতে কোন?

সৰুৰে পৰা বৰ্ণবৈষম্যৰ বলি! শান্তিৰ নোবেল বঁটা বিজয়ী ভাৰতীয় মূলৰ নৱী পিল্লাই দৰাচলতে কোন?

October 10, 2026 9:53 am
‘প্ৰধানমন্ত্ৰী আম্বানী’, ষ্টাৰলিংক প্ৰসংগত পুনৰ মুকেশ আম্বানীক আক্ৰমণ ইলন মাস্কৰ

‘প্ৰধানমন্ত্ৰী আম্বানী’, ষ্টাৰলিংক প্ৰসংগত পুনৰ মুকেশ আম্বানীক আক্ৰমণ ইলন মাস্কৰ

October 10, 2026 8:51 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লীলৈ যোৱাৰ পথত আটক ইউটিউবাৰ ধ্ৰুৱ ৰাথী; চিজেপি নেত্ৰী ৰত্না সিঙকো আটক দিল্লী আৰক্ষীৰ

দিল্লীলৈ যোৱাৰ পথত আটক ইউটিউবাৰ ধ্ৰুৱ ৰাথী; চিজেপি নেত্ৰী ৰত্না সিঙকো আটক দিল্লী আৰক্ষীৰ

October 10, 2026 11:24 am
কোন এই নিদাল হাছান? কিয় আমেৰিকাৰ প্ৰাক্তন সৈনিকৰ মৃত্যুদণ্ডৰ লাইভ সম্প্ৰচাৰৰ সিদ্ধান্ত লোৱা হ’ল?

কোন এই নিদাল হাছান? কিয় আমেৰিকাৰ প্ৰাক্তন সৈনিকৰ মৃত্যুদণ্ডৰ লাইভ সম্প্ৰচাৰৰ সিদ্ধান্ত লোৱা হ’ল?

October 10, 2026 10:54 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd