• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অনুপম জীৱন’ৰ বিশ্ব ড্ৰাগছ বিৰোধী দিৱস পালন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 27, 2023 4:29 pm
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

স্বেচ্ছাসেৱী সংগঠন অনুপম জীৱন’ৰ উদ্যোগত আজি মহানগৰীৰ নতুন ফটাশিল টাউন হাইস্কুল প্ৰেক্ষাগৃহত বৰ্ণাঢ্য কাৰ্যসূচীৰে বিশ্ব ড্ৰাগছ বিৰোধী দিৱস পালন কৰা হয়৷

ড্ৰাগছ সেৱন আৰু অবৈধ সৰবৰাহৰ বিৰুদ্ধে ছাত্ৰ- ছাত্ৰীসকলৰ মাজত সজাগতা বৃদ্ধিৰ উদ্দেশ্য আগত ৰাখি অনুপম জীৱন’এ বিশ্ব ড্ৰাগছ বিৰোধী দিৱস পালন কৰে৷

Apply Now

গুৱাহাটী মহানগৰ জিলা সাংবাদিক সন্থা আৰু টডলাৰ্চ হাউচ-এন এডুকেশ্বনেল ফাউণ্ডেচনৰ সহযোগত তথা নতুন ফটাশিল টাউন হাইস্কুল কৰ্তৃপক্ষৰ সৌজন্যত আয়োজন কৰা এই সজাগতা সভাত বিশিষ্ট সমাজ সেৱক, কবি-সাহিত্যিক বসন্ত কুমাৰ শৰ্মা, স্বেচ্ছাসেৱী সংগঠন জনস্বৰাজৰ সভাপতি ভাস্কৰণ গোহাঁই, আমবাৰী ফটাশিল -১ মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক ৰামেশ্বৰ শৰ্মা, নতুন ফটাশিল টাউন হাইস্কুলৰ শিক্ষয়িত্ৰী মৰমী শৰ্মা, মঞ্জুমালা ফুকন,গীতাঞ্জলি শৰ্মা , সাংবাদিক ফাইজুৰ ৰহমান, ক্ৰীড়া সাংবাদিক হিলদুল গগৈ, পুৰবী ডায়েৰী কৰ্তৃপক্ষৰ হৈ মাৰ্কেটিং এক্সিকিউটিভ হোস্না বৰা, টডলাৰ্চ হাউচৰ স্বত্বাধীকাৰী দিগন্ত বৰ্মন তথা বিশিষ্ট চিত্ৰশিল্পী ৰঞ্জীৱ গগৈকে প্ৰমুখ্য কৰি বহুকেইজন গণ্যমান্য ব্যক্তি উপস্থিত থাকে। বিদ্যালয়ৰ ছাত্ৰী শৰ্মিষ্ঠা ডেকা আৰু চুইটী ৰয়ৰ দ্বৈত সংগীতেৰে শুভাৰম্ভ হোৱা সজাগতা সভাত অংশ গ্ৰহণ বসন্ত কুমাৰ শৰ্মাই সমাজত ড্ৰাগছ সেৱনৰ ভয়াবহতা সন্দৰ্ভত উপস্থিত ছাত্ৰ-ছাত্ৰীসকলক কোৱাৰ লগতে ড্ৰাগছে কি দৰে ছাত্ৰ-ছাত্ৰীসকলক বৰ্তমান সময়ত বিপঠে পৰিচালিত কৰিছে সেই বিষয়ে দু-আষাৰ কয়।

বিদ্যালয়ৰ শিক্ষয়িত্ৰী মৰমী শৰ্মাই ছাত্ৰ-ছাত্ৰীসকলক বিশ্ব ড্ৰাগছ বিৰোধী দিৱস পালনৰ তাৎপৰ্য সম্পৰ্কে কোৱাৰ লগতে ড্ৰাগছ সেৱনৰ পৰা সকলোকে আঁতৰি থাকিবলৈ আহ্বান জনায় । সমল কেন্দ্ৰৰ সমন্বয়ক ৰামেশ্বৰ শৰ্মাইও সভাত ড্ৰাগছৰ অপকাৰীতা সম্পৰ্কে উপস্থিত ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি দু-আষাৰ কয়। আনহাতে পুৰবী ডায়েৰী কৰ্তৃপক্ষৰ হৈ হোস্না বৰাই ছাত্ৰ-ছাত্ৰীসকলক ড্ৰাগছৰ অপকাৰিতা সন্দৰ্ভত কিছু আভাস দিয়ে। তেওঁ লগতে ড্ৰাগছৰ পৰিৱৰ্তে গাখীৰ খাবলৈ পৰামৰ্শ দিয়ে। উল্লেখ কৰিব পাৰি যে আজি বিশ্ব ড্ৰাগছ বিৰোধী দিৱস উপলক্ষে ‘অনুপম জীৱন’এ এখন চিত্ৰাংকন প্ৰতিযোগিতাৰো আয়োজন কৰে । প্ৰায় এশৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে অংশ গ্ৰহণ কৰা এই চিত্ৰাংকন প্ৰতিযোগিতাখনি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে নতুন ফটাশিল টাউন হাইস্কুলৰ প্ৰধান শিক্ষয়িত্ৰী পুৰবী দাস কলিতাই । নিজৰ ভাষণত প্ৰধান শিক্ষয়িত্ৰীগৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলক ড্ৰাগছ, গুটখা আদি মাদক দ্ৰব্যসমূহ এৰাই চলি সমাজত এজন ভাল মানুহ হৈ জীৱন জীয়াবলৈ উপদেশ দিয়ে।

স্মন্তব্য যে দুটা শাখাত আয়োজিত চিত্ৰাংকন প্ৰতিযোগিতাখনৰ ‘ক’ শাখাত প্ৰথম ,দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে ক্ৰমে বুলি দেৱনাথ, পুনম দাস আৰু ভাস্কৰজ্যোতি দাসে। নিচুকনি বঁটা লাভ কৰে সুহানা ৰহমানে। আনহাতে ‘খ’ শাখাত প্ৰথম ,দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে ক্ৰমে অজয় কুমাৰ দাস, চিৰঞ্জীত সৰকাৰ আৰু সম্ৰাট দাসে। আজিৰ ড্ৰাগছ বিৰোধী সভাখনি পৰিচালনা কৰে সাংবাদিক সত্যজিৎ শইকীয়াই । তেওঁক সহযোগ কৰে অনুপম জীৱন’ৰ সভাপতি উদয়জিৎ বুঢ়াগোহাঞি আৰু সম্পাদক মনোৰঞ্জন ফুকনে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পুনৰ ভাৰতীয় দলত ছেহৱাগ-দ্ৰাবিড়; তেওঁলোকৰ পিতৃৰ পিছত এইবাৰ নীলা জাৰ্চিত আৰ্যবীৰ-অন্বয়

পুনৰ ভাৰতীয় দলত ছেহৱাগ-দ্ৰাবিড়; তেওঁলোকৰ পিতৃৰ পিছত এইবাৰ নীলা জাৰ্চিত আৰ্যবীৰ-অন্বয়

August 27, 2026 3:55 pm
‘ভৰি ক’ৰ্ট মে গুলি মাৰেংগে মেৰী জান’ গীতৰ গায়কক ১৮ জাঁই গুলী, থিতাতে মৃত্যু

‘ভৰি ক’ৰ্ট মে গুলি মাৰেংগে মেৰী জান’ গীতৰ গায়কক ১৮ জাঁই গুলী, থিতাতে মৃত্যু

August 27, 2026 3:21 pm
কানপুৰৰ গংগা বেৰেজৰ সমীপত হঠাতে ভাঙি পৰিল বিমান, ২ জনৰ মৃত্যু

কানপুৰৰ গংগা বেৰেজৰ সমীপত হঠাতে ভাঙি পৰিল বিমান, ২ জনৰ মৃত্যু

August 27, 2026 2:49 pm
যজ্ঞৰ নামত শ্লীলতাহানি! ‘ছয়তানৰ ছাঁ’ আঁতৰোৱাৰ অজুহাতত কেইবালাখ টকাৰ সম্পত্তি লুট তান্ত্ৰিকৰ

যজ্ঞৰ নামত শ্লীলতাহানি! ‘ছয়তানৰ ছাঁ’ আঁতৰোৱাৰ অজুহাতত কেইবালাখ টকাৰ সম্পত্তি লুট তান্ত্ৰিকৰ

August 27, 2026 1:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পুনৰ ভাৰতীয় দলত ছেহৱাগ-দ্ৰাবিড়; তেওঁলোকৰ পিতৃৰ পিছত এইবাৰ নীলা জাৰ্চিত আৰ্যবীৰ-অন্বয়

পুনৰ ভাৰতীয় দলত ছেহৱাগ-দ্ৰাবিড়; তেওঁলোকৰ পিতৃৰ পিছত এইবাৰ নীলা জাৰ্চিত আৰ্যবীৰ-অন্বয়

August 27, 2026 3:55 pm
‘ভৰি ক’ৰ্ট মে গুলি মাৰেংগে মেৰী জান’ গীতৰ গায়কক ১৮ জাঁই গুলী, থিতাতে মৃত্যু

‘ভৰি ক’ৰ্ট মে গুলি মাৰেংগে মেৰী জান’ গীতৰ গায়কক ১৮ জাঁই গুলী, থিতাতে মৃত্যু

August 27, 2026 3:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd