• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কোন গৰাকী ভাৰতীয় ক্ৰিকেটাৰৰ সৈতে বিয়াত বহিব অনুষ্কা শেট্টি? চৰ্চাত ‘দেবসেনা’

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 9, 2020 12:51 pm

1 min read

anushka-shetty-jpg_710x400xt
104.5k
VIEWS
Share on FacebookShare on Twitter

বাহুবলী ছবিখনত দেবসেনাৰ ভূমিকাত অৱতীৰ্ণ হৈ জনপ্ৰিয়তা অৰ্জন কৰা অভিনেত্ৰী অনুষ্কা শেট্টিৰ ব্যক্তিগত জীৱনক লৈয়ো প্ৰায় সৰৱ চৰ্চা চলা দেখা যায়।

পূৰ্বতে অভিনেত্ৰীগৰাকীৰ নাম বাহুবলী ছবিৰ সহ অভিনেতা প্ৰভাসৰ সৈতে সাঙোৰ খাইছিল।

কিন্তু ২০১৯ত প্ৰভাসে কৰণ  জোহৰক দিয়া এক সাক্ষাৎকাৰত এই খৱৰ সম্পূৰ্ণ নস্যাৎ কৰে।

সম্প্ৰতি এক নতুন খৱৰ অনুসৰি অনুষ্কা শেট্টিৰ নাম এগৰাকী ক্ৰিকেটাৰৰ সৈতে সাঙোৰ খাই পৰিছে। আনকি দুয়োজনে বিয়া কৰোৱাৰ পৰ্যায়লৈকে খৱৰ বিয়পিছে।

Anushka-Shetty
ফটো: টুইটাৰৰ সৌজন্যত

বাতৰি অনুসৰি অভিনেত্ৰীগৰাকীয়ে এতিয়া এগৰাকী ক্ৰিকেটাৰৰ সৈতে সম্পৰ্ক গঢ়ি তুলিছে।

ক্ৰিকেটাৰ গৰাকীৰ নাম এতিয়াও সদৰী হোৱা নাই যদিও তেওঁ যে দক্ষিম ভাৰতৰ নহয়, উত্তৰ ভাৰতৰহে সেই কথা পোহৰলৈ আহিছে।

উল্লেখযোগ্য যে অভিনেত্ৰীগৰাকী বৰ্তমান তেওঁৰ পৰৱৰ্তী ছবিৰ কামত অত্যন্ত ব্যস্ত হৈ আছে। পৰৱৰ্তী ছবিত তেওঁক আৰ মাধৱনৰ বিপৰীতে নিশদ্ধম ছবিখনত দেখা যাব।

ছবিখনত অনুষ্কা শেট্টিয়ে এগৰাকী শিল্পীৰ ভূমিকাত অৱতীৰ্ণ হৈছে।

বৰ্তমান অনুষ্কা ছবিখনৰ প্ৰমোচনত ব্যস্ত আছে। ছচিয়েল মিডিয়াতো অভিনেত্ৰীগৰাকীয়ে ছবিখনৰ সৈতে জড়িত পোষ্টাৰ তথা ভিডিঅ’ শ্বেয়াৰ কৰিছে।

Recent News

TOI-561b

সৌৰজগতৰ বাহিৰত নতুন গ্ৰহৰ সন্ধান! পৃথিৱীৰ সৈতে ইয়াক কিদৰে তুলনা কৰিছে বিজ্ঞানীয়ে?

Dilip Saikia

জয়ৰ সম্ভাৱনা থকা প্ৰাৰ্থীয়েহে পাব টিকট: বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া

WhatsApp Image 2021-01-19 at 8.59.32 AM

মাজনিশা মৰ্মান্তিক দুৰ্ঘটনা! ফুটপাথত শুই থকা শ্ৰমিকক মহটিয়াই নিলে ট্ৰাকে; মৃত ১৫জন

950658-740749-amou-haji

গাত ধূলি-বালি সানি গা-নুধুৱাকৈয়ে সুস্থ শৰীৰে ৬৫বছৰ পাৰ কৰিলে এইগৰাকী লোকে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd