• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিবাহিত পৰিচালকৰ সৈতে প্ৰেমত পৰিছে বাহুবলীৰ ‘দেবসেনা’ অনুষ্কা ছেট্টী, বহিব বিয়াত!

এন ই নাও নিউজ by এন ই নাও নিউজ
March 3, 2020 7:36 pm
anushka_1024_1583227614_618x347

অনুষ্কা ছেট্টী।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বাহুবলী চলচ্চিত্ৰখনৰ জৰিয়তে অতি জনপ্ৰিয় হৈ পৰা অভিনেত্ৰী অনুষ্কা ছেট্টীৰ অভিনেতা প্ৰভাসৰ সৈতে সম্পৰ্ক তথা বিয়াৰ খৱৰে বাতৰিৰ শিৰোণাম দখল কৰিছিল।

প্ৰভাস আৰু অনুষ্কাই দুয়ো ইজনে-সিজনৰ ভাল বন্ধু বুলি কৈ আহিছে। সম্প্ৰতি দক্ষিণৰ অভিনেত্ৰী অনুষ্কাৰ বিবাহক লৈ ডাঙৰ খবৰ বিয়পি পৰিছে।

Apply Now

খৱৰ অনুসৰি, অনুষ্কাই খ্যাতনামা পৰিচালক কে ৰাঘৱেন্দ্ৰৰ পুত্ৰ প্ৰকাশ কোবলামুডীৰ সৈতে বিয়াত বহিব পাৰে।

অৱশ্যে, অভিনেত্ৰীগৰাকীয়ে নিজৰ ব্যক্তিগত জীৱনক লৈ মনে মনে আছে।

প্ৰকাশ কোবলামুডীৰ প্ৰথম বিবাহ লেখিকা কনিকা ঢিলনৰ সৈতে হৈছিল। ২০১৪ চনত বিয়া হোৱা দুয়ো অৱশ্যে এতিয়া পৃথক হৈছে। কিন্তু দুয়োজনে বিচ্ছেদ হোৱাৰ কোনো তথ্য নাই।

যোৱা বছৰ দুয়োৱে সংবাদ মাধ্যমৰ আগত পৃথক হোৱাৰ কথা সদৰী কৰিছিল। কনিকাই এক বিবৃতিত কৈছিল যে তেওঁ দুবছৰ পূৰ্বে প্ৰকাশৰ সৈতে পৃথক হৈছিল।

প্ৰকাশে কংগনা ৰানাৱট অভিনীত ‘জাজমেন্টেল হ্যে ক্যা’ৰ পৰিচালনাৰ জৰিয়তে হলীউদত খোজ দিছিল। ছবিখন যোৱাবছৰ মুক্তি লাভ কৰিছিল আৰু কনিকা ছবিখনৰ ৰচনাকাৰ আছিল।

দুয়ো পৃথক হ’লেও তেওঁলোকৰ মাজত এতিয়াও বন্ধুত্ব অটুট আছে।

বাতৰি অনুসৰি, ‘চাইজ জিৰ’ ছবিখনৰ শ্বুটিঙৰ সময়ত প্ৰকাশ আৰু অনুষ্কাৰ সাক্ষাৎ হৈছিল।

অনুষ্কা ছেট্টী সম্পৰ্কত ওলোৱা এই খৱৰ কিমান সত্য সেয়া এতিয়াও স্পষ্ট হৈ পৰা নাই আৰু অনুষ্কা এইক্ষেত্ৰত একেবাৰে মৌন হৈ আছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ডুমডুমা বাইপাছত একাধিক বাহনৰ সংঘৰ্ষৰ ফলত ঘটা অগ্নিকাণ্ডত ৪ জন নিহত, ২জন আহত

ডুমডুমা বাইপাছত একাধিক বাহনৰ সংঘৰ্ষৰ ফলত ঘটা অগ্নিকাণ্ডত ৪ জন নিহত, ২জন আহত

October 25, 2026 8:44 am
গোটেই জীৱন সন্তানৰ সৈতে ভাল সম্পৰ্ক ৰাখিব বিচাৰে? কেতিয়াও নকৰিব এই ৫টা ভুল

গোটেই জীৱন সন্তানৰ সৈতে ভাল সম্পৰ্ক ৰাখিব বিচাৰে? কেতিয়াও নকৰিব এই ৫টা ভুল

October 25, 2026 7:50 am
দিল্লীৰ পঞ্চতাৰকা হোটেলত বহিব বিৰোধীৰ ‘মক পাৰ্লিয়ামেণ্ট’! মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে অনা হ’ব মহাভিযোগ প্ৰস্তাৱ

দিল্লীৰ পঞ্চতাৰকা হোটেলত বহিব বিৰোধীৰ ‘মক পাৰ্লিয়ামেণ্ট’! মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে অনা হ’ব মহাভিযোগ প্ৰস্তাৱ

October 24, 2026 9:42 pm
আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত জিন্টিমণিৰ নতুন যাত্ৰা! অধিনায়কৰ পৰা ‘ডেবিউ কেপ’ গ্ৰহণ কৰি আৱেগিক অসম কন্যা

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত জিন্টিমণিৰ নতুন যাত্ৰা! অধিনায়কৰ পৰা ‘ডেবিউ কেপ’ গ্ৰহণ কৰি আৱেগিক অসম কন্যা

October 24, 2026 9:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ডুমডুমা বাইপাছত একাধিক বাহনৰ সংঘৰ্ষৰ ফলত ঘটা অগ্নিকাণ্ডত ৪ জন নিহত, ২জন আহত

ডুমডুমা বাইপাছত একাধিক বাহনৰ সংঘৰ্ষৰ ফলত ঘটা অগ্নিকাণ্ডত ৪ জন নিহত, ২জন আহত

October 25, 2026 8:44 am
গোটেই জীৱন সন্তানৰ সৈতে ভাল সম্পৰ্ক ৰাখিব বিচাৰে? কেতিয়াও নকৰিব এই ৫টা ভুল

গোটেই জীৱন সন্তানৰ সৈতে ভাল সম্পৰ্ক ৰাখিব বিচাৰে? কেতিয়াও নকৰিব এই ৫টা ভুল

October 25, 2026 7:50 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd