• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘বিনা ৰোগত যদি অখিল গগৈক চিকিৎসালয়ত ৰাখিছে তাৰ বাবে চৰকাৰ দায়বদ্ধ’

‘হিমন্ত বিশ্ব শৰ্মাই কূটিল ৰাজনীতি কৰাৰ স্বাৰ্থত অখিল গগৈক হাস্পতালত বন্দী কৰি ৰাখিছে’ ৰুবুল দাস

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
September 10, 2020 8:48 pm
Akhi Himu Rubul
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অখিল গগৈ স্ব-ইচ্ছাৰে GMCH ত থাকিব বিচাৰিছে তথা অখিল গগৈৰ একোৱেই বেমাৰ নাই বুলি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোৱাৰ পাছত তেওঁক উভতি ধৰিছে অনুসুচিত জাতি যুৱ ছাত্ৰ পৰিষদে।

পৰিষদৰ সভাপতি ৰুবুল দাসে নৰ্থ  ইষ্ট নাওলৈ প্ৰেৰণ কৰা এটা ভিডিঅ’ত মন্ত্ৰীগৰাকীৰ এই মন্তব্যক ‘উদ্ভট যুক্তি’ আখ্যা দি লগতে কয়,‘মন্ত্ৰীগৰাকীয়ে হাঁহি উঠা কথা ক’লে। যি অখিল গগৈক NIA আৰু ৰাজ্য চৰকাৰে আদালতৰ জৰিয়তে বন্দী কৰি ৰাখিছে আৰু ক’ৰ’নাত আক্ৰান্ত হৈ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন কৰি ৰাখিছে। এগৰাকী বন্দী মানুহ স্ব-ইচ্ছাৰে হাস্পতালত থাকিব পাৰে নেকি?’

Apply Now

‘মোৰ সন্দেহ হৈছে সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাই কূটিল ৰাজনীতি কৰাৰ স্বাৰ্থত অখিল গগৈক হাস্পতালত বন্দী কৰি ৰাখি এখন নাটক সৃষ্টি কৰিছে। গোটেই সংগ্ৰামখন মষিমূৰ কৰিবৰ বাবে তেওঁলোকে চেষ্টা কৰিছে।‘ দাসে লগতে কয়।

দাসে লগতে দাবী কৰি কয়, ‘যদি অখিল গগৈৰ কোনোধৰণৰ ৰোগ-ব্যাধি নাই তেন্তে তেওঁক পুনৰ জেইললৈ প্ৰেৰণ কৰিব লাগে। বিনা ৰোগত যদি অখিল গগৈক চিকিৎসালয়ত ৰাখিছে তাৰ বাবে চৰকাৰ দায়বদ্ধ।‘

হিমন্ত বিশ্ব শৰ্মাৰ এনে কুটিল ৰাজনীতিৰ দ্বাৰা জাতি উদ্ধাৰ নহয় বুলিও দাসে উল্লেখ কৰে।

উল্লেখযোগ্য যে, অখিল গগৈৰ স্বাস্থ্যৰ সন্দৰ্ভত মন্ত্ৰী হিমন্তক সাংবাদিকে প্ৰশ্ন কৰাত তেওঁ কৈছিল ‘‘অখিল গগৈ আছে কাৰণে আছে আৰু। চিকিৎসকসকলে কৈছে তেওঁৰ বেমাৰ বুলি একো নাই। ইয়াতে থাকক বুলি আছে আৰু। ইয়াত টিভিৰ আগতো তেওঁ সাক্ষাৎকাৰ দিছে। চিকিৎসকৰ ফালৰ পৰা দায়িত্ব শেষ। তেওঁ যদি যাব খোজে যাব পাৰে।‘

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

পূজাৰ মাজতে ৩০০ হেক্টৰতকৈ অধিক বনভূমি বেদখলমুক্ত; ক্ষতিগ্ৰস্ত ৫০০ৰো অধিক পৰিয়াল

পূজাৰ মাজতে ৩০০ হেক্টৰতকৈ অধিক বনভূমি বেদখলমুক্ত; ক্ষতিগ্ৰস্ত ৫০০ৰো অধিক পৰিয়াল

October 18, 2026 11:30 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

October 18, 2026 10:40 am
মুখ চেপি ধৰি গাৰ ওপৰত উঠিলেই ধৰ্ষণৰ চেষ্টা প্ৰমাণ নহয় : পাটনা উচ্চ ন্যায়ালয়

মুখ চেপি ধৰি গাৰ ওপৰত উঠিলেই ধৰ্ষণৰ চেষ্টা প্ৰমাণ নহয় : পাটনা উচ্চ ন্যায়ালয়

October 18, 2026 9:55 am
দিল্লীত প্ৰতিবাদৰ মাজতে অভিজিৎ দীপকেৰ চৰ্তসাপেক্ষে মুক্তি, তিহাৰ কাৰাগাৰত সৌৰভ-আশুতোষ

দিল্লীত প্ৰতিবাদৰ মাজতে অভিজিৎ দীপকেৰ চৰ্তসাপেক্ষে মুক্তি, তিহাৰ কাৰাগাৰত সৌৰভ-আশুতোষ

October 18, 2026 9:00 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পূজাৰ মাজতে ৩০০ হেক্টৰতকৈ অধিক বনভূমি বেদখলমুক্ত; ক্ষতিগ্ৰস্ত ৫০০ৰো অধিক পৰিয়াল

পূজাৰ মাজতে ৩০০ হেক্টৰতকৈ অধিক বনভূমি বেদখলমুক্ত; ক্ষতিগ্ৰস্ত ৫০০ৰো অধিক পৰিয়াল

October 18, 2026 11:30 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

October 18, 2026 10:40 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd