• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

টোলগেট মুকলি,পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধি অসম চৰকাৰৰ প্ৰধান ব্যৰ্থতাঃ অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 22, 2020 7:19 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘টোলগেট মুকলি, পেট্ৰ’ল ডিজেলৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণহীণতা অসম চৰকাৰৰ প্ৰধান ব্যৰ্থতা।‘ নৰ্থ-ইষ্ট নাওলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে পেট্ৰ’ল-ডিজেলৰ মূল্য বৃদ্ধিৰ পাছতে এনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ সভাপতি ৰুবুল দাসে।

‘ল’কডাউনে সমগ্ৰ দেশৰ লগতে আমাৰ ৰাজ্যখনৰ অৰ্থনৈতিক ব্যৱস্থা বিধ্বস্ত কৰি যোৱাৰ সময়ত যি মূহুৰ্ত্বত অসমৰ বহুসংখ্যক জনসাধাৰণে এসাজ ভাতৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে। এনেসময়ত ৰাজ্য চৰকাৰে ল’কডাউনৰ সমস্যাৰ জোৰা তাপলি মাৰিবৰ বাবে পেট্ৰ’ল ডিজেলৰ মুল্যবৃদ্ধী কৰি দিয়া, ৰাজ্যৰ তিনিখনকৈ টোলগেট মুকলি কৰি দিয়া আদি বিষয়বিলাকে অসমৰ জনসাধাৰণক যথেষ্ট মনোকষ্ট দিয়াৰ লগতে খেতিয়কসকলক বিশেষকৈ খেতি পথাৰত পানি দিয়াৰ ক্ষেত্ৰত পেট্ৰ’ল ডিজেলৰ মুল্যবৃদ্ধি কৰি মাধমাৰ সোধাইছে।‘  বিজ্ঞপ্তিত কোৱা হয়।

Apply Now

ইপিনে, অসমৰ জনসাধাৰণে এই সংকটময় সময়ত মুখ্য মন্ত্ৰী সাহাৰ্য্য পুঁজি, আৰোগ্য নিধি পুঁজিলৈ কোটি-কোটি টকা বৰঙণি আগবঢ়াই অহাৰ পিছতো জনসাধাৰণৰ ওপৰত মাধমাৰ সোধাবৰ বাবেই নভবা নিচিন্তাকৈ পেট্ৰ’ল ডিজেলৰ ওপৰত মুল্যবৃদ্ধী কৰি আৰু টোলগেট খুলি দিয়া আদি কথাবিলাক অনুসূচীত জাতি যুৱ ছাত্ৰ পৰিষদে কেতিয়াও সহজভাবে গ্ৰহণ নকৰে বুলি তেওঁ কয়।

যদি টোলগেট বন্ধ কৰা নহয়, পেট্ৰ’ল ডিজেলৰ মূল্যবৃদ্ধী হ্ৰাস কৰা নহয় তেন্তে তলাবন্ধৰ সময়তো সংগঠনটোৰ সদস্যসকলৰ লগত জনসাধাৰণে নিজৰ নিজৰ ঘৰত থাকি ব্যাপকধৰণে ধৰ্মঘট, ধৰ্ণা আদি কাৰ্যসূচী ৰূপায়ণ কৰি আন্দোলন কৰিবলৈ বাধ্য হ’ব বূলি দাসে চৰকাৰক সকিয়াই দিয়ে।

আনহাতে বিজ্ঞপ্তিত পৰিষদৰ সাধাৰণ সম্পাদক কমলাকান্ত দাসে কয়, ‘বৰ্তমান সময়ত চৰকাৰে খাদ্য সামগ্ৰী যোগান ধৰিবৰ বাবে শাক পিচলি, মাছ মাংস, যোগান দিবৰ বাবে বিভিন্ন ব্যৱসায়ীকবিলাকক যদিও অনুমতি প্ৰদান কৰিছে, যোগান বিভাগৰ নিয়ন্ত্ৰণহীণতাৰ বাবেই বজাৰসমূহত এতিয়া জনসাধাৰণে বয় বস্তু ক্ৰয় কৰিব গ’লে আকাশলংঘী মূল্যৰ সন্মুখীন হ’ব লাগে ।‘

তদুপৰি ৰাজ্যত এতিয়াও প্ৰচুৰ পৰিমাণে চাউল দাঈল, আলু, পিয়াঁজ, কেচা শাক পাচলি মজুত আছে বুলি মুখ্য মন্ত্ৰীয়ে উল্লেখ কৰি অহাৰ পাছতো তেনে অবস্থাত কি কাৰণত বজাৰসমূহত প্ৰতিটো বয় বস্তুৰে আকাশলংঘী মুল্যবৃদ্ধী হৈছে বুলি প্ৰশ্ন কৰি এই ক্ষেত্ৰত ৰাজ্য চৰকাৰক কঠোৰ ব্যবস্থা গ্ৰহণ কৰিবলৈ পৰিষদৰ সাধাৰণ সম্পাদকে দাবী জনায়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

বিৰোধী জয়ী হ’লে প্ৰধানমন্ত্ৰীৰ পদ দাবী কৰিব পাৰে ৰাহুল গান্ধীয়ে; কি যুক্তি চিপিএমৰ এম এ বেবীৰ?

বিৰোধী জয়ী হ’লে প্ৰধানমন্ত্ৰীৰ পদ দাবী কৰিব পাৰে ৰাহুল গান্ধীয়ে; কি যুক্তি চিপিএমৰ এম এ বেবীৰ?

September 7, 2026 12:55 pm
লোমহৰ্ষক কাণ্ড! গুৱাহাটীৰ ফ্লেটত উদ্ধাৰ হোৱা মৃত মহিলাৰ স্বামীক গ্ৰেপ্তাৰ; ফ্ৰীজৰ পৰা উদ্ধাৰ ছিন্নমুণ্ড

লোমহৰ্ষক কাণ্ড! গুৱাহাটীৰ ফ্লেটত উদ্ধাৰ হোৱা মৃত মহিলাৰ স্বামীক গ্ৰেপ্তাৰ; ফ্ৰীজৰ পৰা উদ্ধাৰ ছিন্নমুণ্ড

September 7, 2026 12:04 pm
ৰাণৱেৰ পৰা উফৰি গৈ খুন্দা মাৰিলে ট্ৰাকত; মিয়ামিত আমাজনৰ কাৰ্গো বিমান দুৰ্ঘটনাত নিহত ৫ জন

ৰাণৱেৰ পৰা উফৰি গৈ খুন্দা মাৰিলে ট্ৰাকত; মিয়ামিত আমাজনৰ কাৰ্গো বিমান দুৰ্ঘটনাত নিহত ৫ জন

September 7, 2026 11:18 am
নেপালৰ পিছত এইবাৰ ছিকিমত ভয়ংকৰ ভূমিস্খলন! তীস্তাৰ সোঁত বন্ধ হৈ পৰাত ভয়াৱহ দুৰ্যোগৰ আশংকা

নেপালৰ পিছত এইবাৰ ছিকিমত ভয়ংকৰ ভূমিস্খলন! তীস্তাৰ সোঁত বন্ধ হৈ পৰাত ভয়াৱহ দুৰ্যোগৰ আশংকা

September 7, 2026 10:35 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিৰোধী জয়ী হ’লে প্ৰধানমন্ত্ৰীৰ পদ দাবী কৰিব পাৰে ৰাহুল গান্ধীয়ে; কি যুক্তি চিপিএমৰ এম এ বেবীৰ?

বিৰোধী জয়ী হ’লে প্ৰধানমন্ত্ৰীৰ পদ দাবী কৰিব পাৰে ৰাহুল গান্ধীয়ে; কি যুক্তি চিপিএমৰ এম এ বেবীৰ?

September 7, 2026 12:55 pm
লোমহৰ্ষক কাণ্ড! গুৱাহাটীৰ ফ্লেটত উদ্ধাৰ হোৱা মৃত মহিলাৰ স্বামীক গ্ৰেপ্তাৰ; ফ্ৰীজৰ পৰা উদ্ধাৰ ছিন্নমুণ্ড

লোমহৰ্ষক কাণ্ড! গুৱাহাটীৰ ফ্লেটত উদ্ধাৰ হোৱা মৃত মহিলাৰ স্বামীক গ্ৰেপ্তাৰ; ফ্ৰীজৰ পৰা উদ্ধাৰ ছিন্নমুণ্ড

September 7, 2026 12:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd