• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

APCC Files Case Against Kangana পদ্মশ্ৰী কংগনা ৰানাৱটৰ বিৰুদ্ধে অসমত গোচৰ তৰিলে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে

কল্পজ্যোতি শইকীয়া, গুৱাহাটী by কল্পজ্যোতি শইকীয়া, গুৱাহাটী
November 18, 2021 7:15 pm
Kangana-Apcc
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

APCC Files Case Against Kangana ভাৰতৰ স্বাধীনতা আন্দোলনৰ বীৰ শ্বহীদসকলক কেন্দ্ৰ কৰি অপমানসূচক মন্তব্য কৰাৰ গুৰুতৰ অভিযোগ তুলি বলিউডৰ অভিনেত্ৰী কংগনা ৰানাৱটৰ বিৰুদ্ধে গোচৰ তৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে।

ইপিনে, কিছুদিন পূৰ্বে কংগনাই  কৈছিল যে ২০১৪ চনত নৰেন্দ্ৰ মোদীয়ে দেশৰ শাসনভাৰ লোৱাৰ পৰাহে ভাৰতে স্বাধীনতা লাভ কৰিছে। ইয়াৰ পূৰ্বে ১৯৪৭ চনৰ স্বাধীনতা আছিল ব্ৰিটিছৰ পৰা লোৱা এক ভিক্ষাহে!

তদুপৰি, কংগনাই কৈছিল যে কংগ্ৰেছ হৈছে ব্ৰিটিছৰাজৰেই এটা সম্প্ৰসাৰণ আৰু ২০১৪ চনতহে ভাৰতে প্ৰকৃত স্বাধীনতা লাভ কৰিছে।

Apply Now

ইয়াৰ পাছতে কংগনাৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে কংগ্ৰেছ। বৃহস্পতিবাৰে দিচপুৰ থানাত কংগনাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা মুখপাত্ৰ ৰমেন বৰঠাকুৰ, উপ সভাপতি দ্বীজেন শৰ্মা, মুখপাত্ৰ মীৰা বৰঠাকুৰ আৰু মনজিত মহন্তই।

Also Read: China Aggression in India পুনৰ ভাৰতৰ ভূমিত চীনৰ আগ্ৰাসন; কি আছে অৰুণাচলৰ গাঁৱত নিৰ্মাণ কৰা এই এনক্লেভত?

অসম আন্দোলনৰ শ্বহীদক অপমান কৰি কাৰাগাৰত কংগ্ৰেছী বিধায়ক শ্বেৰমান আলী। বিজেপি চৰকাৰে শ্বহীদক অপমান কৰা কংগনা ৰানাৱটৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ সাহস হ’ব নে?

এই প্ৰশ্ন প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ তথা সাধাৰণ সম্পাদক ৰমেন বৰঠাকুৰৰ।

উল্লেখযোগ্য যে, আজৱ আৰু পক্ষপাতদুষ্ট মন্তব্যৰে সততে চৰ্চাত থকা অভিনেত্ৰী কংগনা ৰানাৱটে পূৰ্বেও বহুকেইটা বিতৰ্কিত মন্তব্য কৰিছিল।

Also Read: পঞ্চতাৰকা যুক্ত হোটেলত বহি থকা সকলে প্ৰদূষণৰ বাবে দোষাৰোপ কৰে কৃষকক: উচ্চতম ন্যায়ালয়

ভাৰতৰ স্বাধীনতা আন্দোলনৰ বীৰ শ্বহীদক কেন্দ্ৰ কৰি কংগনাই কৰা শেহতীয়া এটা মন্তব্যৰ ওপৰত ভিত্তি কৰি তেওঁৰ বিৰুদ্ধে এখন অভিযোগ পত্ৰ দাখিল কৰিছে আম আদমী পাৰ্টিৰ নেত্ৰী প্ৰীতি মেননে।

মুম্বাই আৰক্ষীক দিয়া অভিযোগ পত্ৰখনত কংগনাৰ ওপৰত ৫০৪, ৫০৫ আৰু ১২৪এ ধাৰাৰ অধীনত এটা দেশদ্ৰোহীতাৰ গোচৰ ৰুজু কৰিবলৈ আবেদন কৰা হৈছে। 

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰিৰ অভিযোগ: হাৰিয়ানাৰ ট্ৰেভেল ভ্ল’গাৰৰ জামিন নাকচ উচ্চতম ন্যায়ালয়ৰ

পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰিৰ অভিযোগ: হাৰিয়ানাৰ ট্ৰেভেল ভ্ল’গাৰৰ জামিন নাকচ উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 3:40 pm
‘আমেৰিকাই আমাৰ গণতন্ত্ৰত হস্তক্ষেপ কৰিবলৈ চেষ্টা কৰিছে’; অভিযোগ ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ

‘আমেৰিকাই আমাৰ গণতন্ত্ৰত হস্তক্ষেপ কৰিবলৈ চেষ্টা কৰিছে’; অভিযোগ ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ

June 6, 2026 3:30 pm
অষ্ট্ৰেলিয়াত বৃহৎ অবৈধ পঁইতাচোৰাৰ ফাৰ্ম উৎখাত, জব্দ কোটি টকা মূল্যৰ ১ লাখ পঁইতাচোৰা

অষ্ট্ৰেলিয়াত বৃহৎ অবৈধ পঁইতাচোৰাৰ ফাৰ্ম উৎখাত, জব্দ কোটি টকা মূল্যৰ ১ লাখ পঁইতাচোৰা

June 6, 2026 3:11 pm
ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদ: হাতত গোলাপ লৈ প্ৰতিবাদস্থলীত উপস্থিত সোনম ৱাংচুক, শ্লোগানেৰে কঁপিল দিল্লী

ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদ: হাতত গোলাপ লৈ প্ৰতিবাদস্থলীত উপস্থিত সোনম ৱাংচুক, শ্লোগানেৰে কঁপিল দিল্লী

June 6, 2026 2:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰিৰ অভিযোগ: হাৰিয়ানাৰ ট্ৰেভেল ভ্ল’গাৰৰ জামিন নাকচ উচ্চতম ন্যায়ালয়ৰ

পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰিৰ অভিযোগ: হাৰিয়ানাৰ ট্ৰেভেল ভ্ল’গাৰৰ জামিন নাকচ উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 3:40 pm
‘আমেৰিকাই আমাৰ গণতন্ত্ৰত হস্তক্ষেপ কৰিবলৈ চেষ্টা কৰিছে’; অভিযোগ ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ

‘আমেৰিকাই আমাৰ গণতন্ত্ৰত হস্তক্ষেপ কৰিবলৈ চেষ্টা কৰিছে’; অভিযোগ ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ

June 6, 2026 3:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd