• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

China Aggression in India পুনৰ ভাৰতৰ ভূমিত চীনৰ আগ্ৰাসন; কি আছে অৰুণাচলৰ গাঁৱত নিৰ্মাণ কৰা এই এনক্লেভত?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 18, 2021 6:41 pm
FEeGuKWUYAM5xVs
7
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

China Aggression in India পুনৰ ভাৰতৰ ভূমিখণ্ডত চীনে নিৰ্মাণ কাৰ্য চলাই থকাৰ তথ্য পোহৰলৈ আহিছে। উপগ্ৰহীয় চিত্ৰত ধৰা পৰিছে ভাৰত-চীন সীমান্তৰ অৰুণাচল প্ৰদেশৰ এখন গাঁৱত চীনে নিৰ্মাণ কৰা দ্বিতীয়টো এনক্লেভৰ তথ্য।

পেন্টাগন সদৰী কৰা তথ্য অনুসৰি চীনে নিৰ্মাণ কৰা এই এনক্লেভত ৬০টা ঘৰ থকা বুলি কোৱা হৈছে।

বাতৰি অনুসৰি, চীনে নিৰ্মাণ কৰা এই দ্বিতীয়টো এনক্লেভ ভাৰত-চীন সীমান্তৰ পৰা ভাৰতীয় ভূমিখণ্ডৰ ৬ কিলোমিটাৰ ভিতৰত আছে।

Apply Now

এই তথ্য পোহৰলৈ অহাৰ পাছতেই ভাৰতে ইতিমধ্যে ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছে।

ইপিনে, ভাৰতীয় ভূখণ্ডত চীনে অবৈধ নিৰ্মাণ কাৰ্য চলোৱাৰ বাতৰি প্ৰকাশ পাই আহিছে যদিও ভাৰতীয় সেনাই সেয়া অস্বীকাৰ কৰি আহিছে।

তদুপৰি, অৰুণাচলৰ চৰকাৰ তথা প্ৰশাসনেও এই সম্পৰ্কত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই।

Also Read: Supreme Court: টেলিভিচনৰ নিউজ চেনেলৰ বিতৰ্কই আন কাৰকতকৈ সৃষ্টি কৰে প্ৰদূষণ ! কিয় ক’লে উচ্চতম ন্যায়ালয়ে!  

উল্লেখ্য যে চলিত নৱেম্বৰ মাহৰ প্ৰথম ভাগতে চীনৰ আগ্ৰাসনক লৈ পুনৰ চাঞ্চল্যৰ সৃষ্টি হৈছিল। অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী অঞ্চলত চীনে এখন গাঁও পাতি পেলোৱাৰ এক ভয়ংকৰ তথ্য মাৰ্কিন প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ৰ প্ৰতিবেদনত পোহৰলৈ আহিছিল।

ভাৰত আৰু চীনৰ মাজত ইয়াকে লৈ আকৌ এবাৰ সম্পৰ্কৰ অৱনতি ঘটাৰ আশংকা প্ৰকাশ কৰিছিল আমেৰিকাই।

বিডেন প্রশাসনৰ প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ৰ বাৰ্ষিক প্ৰতিবেদনত চীনৰ সামৰিক প্ৰস্তুতি তথা ভূমি আগ্ৰাসনৰ বিষয়ে বিতং ব্যাখ্যা আগবঢ়োৱা হৈছিল।

Also Read: Supreme Court: স্পৰ্শ নকৰিলেও POCSO আইনত গ্ৰহণযোগ্য যৌন নিৰ্যাতনৰ অভিযোগ; জনালে উচ্চতম ন্যায়ালয়ে

উক্ত প্ৰতিবেদনত উল্লেখ কৰা মতে ২০২০ চনৰ কোনো এটা সময়ত অৰুণাচলত গাওঁখন নিৰ্মাণ কৰা হৈছিল। গাঁওখনত কমেও ১০০টা ঘৰ আছে।

মাৰ্কিন প্ৰতিবেদন মতে গাওঁখন অসামৰিক কামকাজত ব্যৱহাৰ কৰা হৈছে। অৰুণাচলৰ সোৱণশিৰি  জিলাত ছাৰি চু নদীৰ পাৰত চীনে গাওঁখন নিৰ্মাণ কৰিছে।

Also Read:School girl Student suicide মহানগৰীৰ শিক্ষানুষ্ঠানৰ ছাত্ৰীৰ আত্মহত্যা; কিহৰ বাবে আত্মহনন একাদশ শ্ৰেণীৰ ছাত্ৰীগৰাকীৰ?

সূত্ৰসমূহৰ মতে এতিয়াও তাত উন্নয়নৰ কাম চলি আছে বুলি কোৱাৰ লগতে  অঞ্চলটোত বহুদিন ধৰি এটা চীনৰ চেকপ’ষ্ট আছিল বুলি প্ৰকাশ পাইছিল।

আনহাতে, বৰ্তমান যি স্থানত চীনে এই নিৰ্মান কাৰ্য চলোৱা বুলি পেন্টাগনে দেখুৱাইছে সেই স্থানখিনি অনলাইনত থকা মানচিত্ৰত ভাৰতৰ বুলিয়েই উল্লেখ কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

September 30, 2026 7:29 pm
বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

September 30, 2026 6:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd