DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 2, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

School girl Student suicide মহানগৰীৰ শিক্ষানুষ্ঠানৰ ছাত্ৰীৰ আত্মহত্যা; কিহৰ বাবে আত্মহনন একাদশ শ্ৰেণীৰ ছাত্ৰীগৰাকীৰ?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 18, 2021 4:49 pm
WhatsApp-Image-2020-12-08-at-8.36.28-AM-750x375

প্রতিনিধিত্বমূলক ফটো।

174
VIEWS
Share on FacebookShare on Twitter

School girl Student suicide গুৱাহাটী মহানগৰীৰ এখন আগশাৰীৰ ব্যক্তিগত শিক্ষানুষ্ঠানৰ এগৰাকী ছাত্ৰীয়ে আত্মহত্যা কৰাৰ ঘটনা সংঘটিত হৈছে।

চাউথ পইণ্ট স্কুলৰ একাদশ শ্ৰেণীত অধ্যয়নৰত এগৰাকী ছাত্ৰীৰ আত্মহত্যাৰ ঘটনাই কাহিলীপাৰা অঞ্চলৰ লগতে সমগ্ৰ মহানগৰীতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

ঘটনা অনুসৰি, বুধবাৰে সন্ধিয়া মহানগৰীৰ কাহিলীপাৰাৰ বিনোদ দাস নামৰ ব্যক্তিজনৰ কন্যা গৰাকীয়ে আত্মহত্যা কৰে।

বিনোদ দাস চতুৰ্থ অসম আৰক্ষীৰ টাস্ক ফ’ৰ্চৰ এম টি অ’। বৰ্তমানলৈকে ছাত্ৰী গৰাকীৰ আত্মহত্যাৰ কাৰণ জানিব পৰা হোৱা নাই।

Also Read: Supreme Court: স্পৰ্শ নকৰিলেও POCSO আইনত গ্ৰহণযোগ্য যৌন নিৰ্যাতনৰ অভিযোগ; জনালে উচ্চতম ন্যায়ালয়ে

আৰক্ষীৰ তদন্তৰ পাছতহে ছাত্ৰী গৰাকীয়ে কিয় আত্মহত্যা কৰিলে সেই বিষয়ে জানিব পৰা যাব।

শেহতীয়াকৈ ক’ভিড পৰিস্থিতিৰ মাজতে অসমৰ লগতে সমগ্ৰ দেশতে শিক্ষাৰ্থীৰ মাজত আত্মহত্যাৰ ঘটনা বৃদ্ধিয়ে উদ্বেগৰ সৃষ্টি কৰিছে। 

Recent News

অসম ছাত্ৰ পৰিষদৰ বঙাইগাঁও বিধান পৰিষদৰ উদ্যোগত ১৩৩ গৰাকী কৃতি ছাত্ৰ – ছাত্ৰীক সম্বৰ্ধনা

অসম ছাত্ৰ পৰিষদৰ বঙাইগাঁও বিধান পৰিষদৰ উদ্যোগত ১৩৩ গৰাকী কৃতি ছাত্ৰ – ছাত্ৰীক সম্বৰ্ধনা

Orang National Park

ওৰাং ৰাষ্ট্ৰীয় উদ্যানত বনৰক্ষীৰে সংঘৰ্ষত নিহত সন্দেহজনক চোৰাং চিকাৰী

Jasprit Bumrah

অদমনীয় বুমৰাহ! ভংগ কৰিলে কিংবদন্তী ব্ৰায়ান লাৰাৰ নামত থকা বিশ্ব ৰেকৰ্ড

মাতৃভূমিৰ পৰা বহু নিলগৰ চেন্নাইত পঞ্চভূতত বিলীন হ’ল অভিনেতা কিশোৰ দাসৰ নশ্বৰ দেহ

মাতৃভূমিৰ পৰা বহু নিলগৰ চেন্নাইত পঞ্চভূতত বিলীন হ’ল অভিনেতা কিশোৰ দাসৰ নশ্বৰ দেহ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd