• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, February 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

“চেল্ফি ভিডিঅ’ৰে ৰাইজে দাঙি ধৰক নিজৰ সমস্যাসমূহ”: আহ্বান সাংসদ গৌৰৱ গগৈৰ

NE NOW NEWS জাহ্নৱী বৰুৱা
গুৱাহাটী , February 9, 2021 4:10 pm

2 min read

APCC Press meet

ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ সংবাদমেল। ফটো: নৰ্থইষ্ট নাও।

159
VIEWS
Share on FacebookShare on Twitter

চেল্ফি ভিডিওৰ জৰিয়তে ৰাইজক নিজৰ সমস্যাসমূহ দাঙি ধৰিবলৈ ৰাইজক আহ্বান জনাইছে প্ৰদেশ কংগ্ৰেছে।

এই সন্দৰ্ভত আজি ৰাজীৱ ভৱনত এক গুৰুত্বপূৰ্ণ সংবাদমেল সম্বোধন কৰে সাংসদ গৌৰৱ গগৈ আৰু প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাই।

সংবাদমেলত সাংসদ গৌৰৱ গগৈয়ে কয়, “এটা সমস্যাৰ সমাধানৰ পথত দিবলগীয়া প্ৰথমটো পদক্ষেপ হৈছে সমস্যাটোৰ কথা স্বীকাৰ কৰা আৰু সেইটো ভালকৈ বুজি লোৱা। এই অভিযান চলাব খোজা হৈছে সেই প্ৰথমটো পদক্ষেপৰ বাবেই।”

তেওঁ লগতে কয়, “এই অভিযানত ৰাইজে দিয়া মতামতে আমাক ক’ব আমাৰ ইস্তাহাৰত অন্তৰ্ভুক্ত কৰিবলগীয়া সবাতোকৈ জৰুৰী সমস্যা কোনবোৰ হ’ব। কংগ্ৰেছ দলৰ ইস্তাহাৰত ঠিক সেইবোৰ সমস্যাৰেই সমাধান আগবঢ়োৱা হ’ব।”

তেওঁ লগতে জানিবলৈ দিয়ে যে শ্ৰেষ্ঠ ভিডিঅ’ স্ৰষ্টাসকলক I-Phone ৰ পৰা আৰম্ভ কৰি আকৰ্ষণীয় উপহাৰ প্ৰদান কৰা হ’ব।

ইপিনে, ৰাইজে ভিডিঅ’বোৰ ফেচবুক, টুইটাৰ ইত্যাদি অগ্ৰণী ছ’চিয়েল মেডিয়াত #AssamBachao ৰ সৈতে পোষ্ট কৰি সেই পোষ্টৰ লিংক www.AssamBachao.in ৱেবচাইটৰ জৰিয়তে দাখিল কৰিব লাগিব বুলি গগৈয়ে জনায়।

আনহাতে, এই উদ্যমৰ শলাগ লৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই কয়, “এইটো মাত্ৰ প্ৰথম পদক্ষেপ। কংগ্ৰেছ দল এতিয়া সাজু হৈছে এটা উদ্ভাৱনমূলক প্ৰচাৰ অভিযানৰ বাবে, যিটো অভিযানে বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ৰাইজৰ অসন্তুষ্টিৰ প্ৰকাশ সম্ভৱ কৰি তুলিব।”

“ভীতি প্ৰদৰ্শন আৰু আতংকৰ এটা পৰিবেশ সৃষ্টি কৰি ৰাইজৰ কণ্ঠ চেপি ধৰিবলৈ বিজেপিয়ে চলোৱা প্ৰচেষ্টাসমূহ ভোটগ্ৰহণৰ দিনলৈকে চলি থাকিব নোৱাৰে। #AssamBachao অভিযানৰ জৰিয়তে ৰাইজে দেখুৱাব কিমান অধীৰ আগ্ৰহেৰে অসমে অপেক্ষা কৰিছে এই পৰিস্থিতিৰ পৰিৱৰ্তন ঘটালৈ,” ৰিপুন বৰাই লগতে কয়।

Recent News

index.jpgb

২০২১ৰ নিৰ্বাচন : ৪,৪৭,২৬১ গৰাকী ভোটাৰে ৯০২ টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান কৰিব মৰিগাঁৱত

নাৰীক ধন-সম্পত্তিৰ স’তে তুলনা কেন্দ্ৰীয় মন্ত্ৰী বাবুল সুপ্ৰিয়ৰ, সমুখীন হ’ল ব্যাপক সমালোচনাৰ

নাৰীক ধন-সম্পত্তিৰ স’তে তুলনা কেন্দ্ৰীয় মন্ত্ৰী বাবুল সুপ্ৰিয়ৰ, সমুখীন হ’ল ব্যাপক সমালোচনাৰ

index.jpgaa

বিজেপি কৰ্মীৰ গুণ্ডাগিৰী আৰম্ভ : নলবাৰীত এজেপিৰ সভাপতিক লুৰীণজ্যোতি গগৈক আক্ৰমণ

আইচিচি টেষ্ট ৰেংকিং : কেৰিয়াৰৰ শীৰ্ষতম স্থানত উপনীত ৰোহিত শৰ্মা, আগুৱালে অশ্বিন-অক্ষৰো

আইচিচি টেষ্ট ৰেংকিং : কেৰিয়াৰৰ শীৰ্ষতম স্থানত উপনীত ৰোহিত শৰ্মা, আগুৱালে অশ্বিন-অক্ষৰো

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd