• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অসম চৰকাৰে ষড়যন্ত্ৰ কৰি জিগনেছ মেৱানীক গ্ৰেপ্তাৰ কৰাইছে: ভূপেন বৰা

জাহ্নৱী বৰুৱা, গুৱাহাটী by জাহ্নৱী বৰুৱা, গুৱাহাটী
April 21, 2022 5:10 pm
165
VIEWS
Share on FacebookShare on Twitter

বৃহস্পতিবাৰে এক সংবাদমেল যোগে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই অসম চৰকাৰে ষড়যন্ত্ৰ কৰি জিগনেছ মেৱানীক গ্ৰেপ্তাৰ কৰাইছে বুলি মন্তব্য প্ৰকাশ কৰে।

তেওঁ কয়, “অসম আৰক্ষীৰ দলে বুধবাৰে নিশা প্ৰায় ১১:৩০ বজাত দলিত নেতাজনক পালনপুৰ চাৰ্কিট হাউচৰ পৰা গ্ৰেপ্তাৰ কৰে। অসম আৰক্ষীয়ে তেওঁক এতিয়ালৈকে এজাহাৰৰ প্ৰতিলিপি প্ৰদান কৰা নাই। কেৱল এইটো কয় যে, জিগনেশ মেৱানীৰ বিৰুদ্ধে অসমত কিছুমান গোচৰ ৰুজু কৰিছে।”

তেওঁ পুনৰ কয়, “জিগনেশ মেৱানী আৰম্ভণিৰে পৰা বিজেপিৰ এজন কঠোৰ সমালোচক। গুৱাহাটীত ১২ দিনত ১৩ টা হত্যাকাণ্ড তথা ঘৰৰ ওচৰত মানুহ গুলিয়াই মৰা সেইবোৰত কিন্তু অসম পুলিচে তৎকালীন পদক্ষেপ ল’ব পৰা নাই । অথচ এটা টুইটৰ বাবে এজন বিধায়কক অসমৰ পৰা গৈ গ্ৰেপ্তাৰ কৰিছে। সেয়েহে অসম পুলিচক ৰাজনীতিৰ হাতিয়াৰ হিচাপে কাম নকৰিবলৈ অনুৰোধ জনাইছো।”

লগতে পঢ়ক: প্রতিবছৰে অসম জাতীয় পৰিষদে পালন কৰিব ভাষা গৌৰৱ দিৱস

“গুজৰাট নিৰ্বাচন সমাগত, তাত জিগনেশ মেৱানীৰ এটা প্ৰভাৱ আছে আৰু সেই প্ৰভাৱ অক্ষুণ্ণ থাকিব। কেইবাজনো কংগ্ৰেছৰ অধিবক্তা কোকৰাঝাৰলৈ গৈছে জিগনেশ মেৱানীৰ বাবে। অসম কংগ্ৰেছেও যি কোনো প্ৰকাৰে সহায় কৰিব। লাগিলে অসম পুলিচৰ বিৰুদ্ধে আমি আন্দোলন গঢ়ি তুলিম। কংগ্ৰেছক ভয় খুৱাব বিচাৰিছে কিন্তু কংগ্ৰেছে ভয় নাখায়। ভয় খোৱা হ’লে ভাৰতবৰ্ষই স্বাধীনতাই নাপালেহেঁতেন,’’-ভূপেন বৰাই লগতে কয়।” 

Recent News

ইংলেণ্ডৰ মাটিত কঁপনি তুলি নতুন টিম ইণ্ডিয়াৰ দপদপনি; এজবাষ্টনত ইতিহাস সলনি কৰি ছিৰিজত সমতা স্থাপন

ইংলেণ্ডৰ মাটিত কঁপনি তুলি নতুন টিম ইণ্ডিয়াৰ দপদপনি; এজবাষ্টনত ইতিহাস সলনি কৰি ছিৰিজত সমতা স্থাপন

টোপনিৰ অভাৱেও অৱনতি ঘটাই মানসিক স্বাস্থ্যৰ! জানক বিশেষজ্ঞৰ পৰামৰ্শ…

টোপনিৰ অভাৱেও অৱনতি ঘটাই মানসিক স্বাস্থ্যৰ! জানক বিশেষজ্ঞৰ পৰামৰ্শ…

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd