• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ স্মাৰক পত্ৰ প্ৰেৰণ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
April 20, 2020 8:55 pm
index.jpgljh
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ল’কডাউনৰ ফলত ৰাজ্যবাসীয়ে সন্মুখীন হোৱা বিভিন্ন সমস্যাৰ সমাধান বিচাৰি প্ৰদেশ কংগ্ৰেছৰ হৈ দলৰ সভাপতি ৰিপুন বৰা ডাঙৰীয়াই অসমৰ মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱাললৈ আজি এখন স্মাৰকপত্র প্ৰেৰণ কৰে ।

দেশৰ প্ৰধানমন্ত্ৰী আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ অসম প্ৰদেশ কংগ্ৰেছৰ পৰা তিনিখন স্মাৰকপত্র প্ৰেৰণ কৰা হৈছে।

Apply Now

‘৩ মে’ তাৰিখে যদিও ল’কডাউন উঠাই দিয়াৰ সম্ভাৱনা আছে কিন্তু ল’কডাউন উঠাই দিলেও সমস্যা সমাধান নহয়। যেতিয়ালৈ ক’ৰ’না নিৰ্মূল নহয় তেতিয়ালৈ ক’ৰ’নাৰ সংক্ৰমণ চলি থাকিব। ক’ৰ’নাৰ বিৰুদ্ধে যুঁজ দিঘলীয়া হ’ব সেয়ে চৰকাৰক কেইটামান পৰামৰ্শ দিব খুজিছো।’ সভাপতি বৰাই কয়।

সভাপতি বৰাই লগতে কয় আনহাতে চৰকাৰে বিতৰণ কৰা সাহায্যত ব্যাপক দূৰ্নীতি সংঘটিত হৈছে। যিখিনি সাহায্য ঘোষণা কৰিছে সেইখিনি সাহায্য সকলো শ্ৰেণীৰ ৰাইজৰ ওচৰত গৈ পোৱা নাই। কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনাৰ ভিত্তিত ৰাজ্যৰ সকলো শ্ৰেণীৰ লোকক সাহায্য দিবলৈ চৰকাৰক অনুৰোধ জনায়।

যিহেতু ল’কডাউনত সকলো লোক সমান ভাৱে ক্ষতিগ্ৰস্ত হৈছে। বহিঃৰাজ্যত আৱদ্ধ হৈ থকা শ্ৰমিক সকলকো খাদ্য সামগ্ৰী দিব লাগে বুলি অসম চৰকাৰক স্মাৰক পত্ৰ যোগে অনুৰোধ কৰিছে অসম প্ৰদেশ কংগ্ৰেছে।

চৰকাৰক অনুৰোধ জনায় তেওঁ আৰু কয় যে অসম প্ৰদেশ কংগ্ৰেছে প্ৰাথমিক শ্ৰেণীৰ পৰা বিশ্ববিদ্যালয় শ্ৰেণী পৰ্যন্ত ছাত্ৰ-ছাত্ৰীসকলৰ মাচুল ডিচেম্বৰ মাহলৈ মাফ কৰি দিব লাগে।

আনকি বাছ সেৱাৰ মাচুলো মাফ কৰি দিববলৈ অনুৰোধ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতিয়ে।

বেচৰকাৰী শিক্ষানুষ্ঠানসমূহৰ ক্ষতিসমূহ চৰকাৰে দিব লাগে। কৃষক আৰু আত্মসহায়ক গোটৰ ঋণ মাফ কৰি দিব লাগে। ল’কডাউনৰ ফলত ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহ ক্ষতিগ্ৰস্ত হৈছে সেয়ে উদ্যোগ সমূহক অৰ্থনৈতিক পেকেজৰ দিয়াৰ লগতে পুনৰোজ্জীৱিত কৰিবলৈ চৰকাৰক অনুৰোধ কৰে ।

দীপজ্যোতি শৰ্মা

দীপজ্যোতি শৰ্মা

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm
ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

June 5, 2026 7:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd