• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ঢলপুৰৰ উচ্ছেদ: বিৰোধী দলপতিৰ আবেদনৰ ওপৰত উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তক আদৰণি প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 7, 2021 8:29 pm
Debabrat-Bhupen
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম চৰকাৰে চিপাঝাৰৰ ঢলপুৰত কৰা উচ্ছেদ অভিযানত দুগৰাকীকৈ ব্যক্তিক অসম আৰক্ষীয়ে গুলীয়াই হত্যা কৰা মৰ্মান্তিক ঘটনাৰ ওপৰত অসম বিধানসভাৰ বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াই দাখিল কৰা পি.আই.এল.ৰ ওপৰত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ যোগাত্মক সিদ্ধান্ত আৰু ন্যায়ালয়ে লোৱা ব্যৱস্থাক অসম প্ৰদেশ কংগ্রেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰাই আদৰণি জনাইছে।

প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষা ববিতা শৰ্মাই প্ৰেৰণ কৰা এক বিবৃতিত এইকথা সদৰী কৰে।

Apply Now

গুৱাহাটী উচ্চ ন্যায়ালয়ে সমগ্ৰ ঘটনাটোক “তেজেৰে ৰাঙলী ভূমি” আৰু সেয়ে “এয়া এক অত্যন্ত দুৰ্ভাগ্যজনক-মৰ্মান্তিক ঘটনা” আখ্যা দিয়া কাৰ্যক অসম প্ৰদেশ কংগ্রেছ কমিটিয়ে পূৰ্ণ সমৰ্থন জনাইছে।

অসম প্ৰদেশ কংগ্রেছ কমিটিয়ে এই ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা জনোৱাৰ লগতে মঙ্গলদৈত প্ৰদেশ কংগ্ৰেছৰ বৃহৎ সংখ্যক নেতা-কৰ্মীৰ উপস্থিতিত এক শক্তিশালী প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি দৰং জিলা উপায়ুক্তৰ জৰিয়তে ৰাজ্যপাললৈ এক স্মৰকপত্ৰ প্ৰেৰণ কৰিছে।

কংগ্রেছ নেতা সকলে এই ভুক্তভোগী পৰিয়াল সমূহক সাক্ষাৎ কৰি পৰিস্থিতিৰ বুজ লৈছে। এগৰাকী অকলশৰীয়া প্ৰতিবাদীক ৪০ গৰাকীতকৈ অধিক আৰক্ষীয়ে গুলীয়াই হত্যা কৰা আৰু মৃতদেহৰ ওপৰত এগৰাকী কেমেৰামেনে উপর্যুপৰি কৰা প্ৰহাৰ কাৰ্যই সমগ্ৰ বিশ্বৰ মানুহকে আচৰিত কৰি তুলিছে।

বিৰোধী দলপতি গৰাকীয়ে দাখিল কৰা পিআইএলত উল্লেখ কৰা অনুসৰি ডিব্ৰুগড় আৰু তিনিচুকীয়াত সংস্থাপনৰ ব্যৱস্থা নকৰাকৈ বিভিন্ন অনুসূচিত জাতি/অনুসূচিত জনজাতীয় লোকক উচ্ছেদ কৰা হৈছে আৰু উচ্ছেদিত লোকক সংস্থাপিত কৰা অঞ্চল সমূহক ৰাজ্য চৰকাৰে সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰিছে।

তদুপৰি, চৰকাৰখনে নগাঁও মিকিৰ বামুনি গাঁওৰ বহু অনুসূচিত জনজাতি/অনুসূচিত জাতি/অন্যান্য পিছপৰা জাতি-জনগোষ্ঠীয় লোকক প্ৰতাৰণা কৰি তেওঁলোকৰ পৰা ভূমি অধিকাৰ কাঢ়ি আনি ব্যক্তিগত কোম্পানীৰ হাতত গতাইছে বুলিও উল্লেখ কৰা হৈছে।

অসম প্ৰদেশ কংগ্রেছ কমিটিয়ে ন্যায়ালয়ৰ সিদ্ধান্তক প্ৰশংসা কৰিছে কিয়নো উচ্চ ন্যায়ালয়ে অসম চৰকাৰৰ পৰা এখন শপতনামা বিচাৰিছে আৰু অসমত ৰাষ্ট্ৰীয় সংস্থাপন নিয়মৰ ভিতৰত অন্তৰ্ভুক্ত হয় নে নহয় তাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে।

এনেকুৱা ঘটনা সভ্য সমাজৰ বাবে কেতিয়াও হব নোৱাৰে বুলি অসম প্ৰদেশ কংগ্রেছ কমিটিয়ে মত পোষণ কৰে।

অসম প্ৰদেশ কংগ্রেছ কমিটিয়ে দেশৰ আইনী ব্যৱস্থাৰ ওপৰত সম্পূৰ্ণ আস্থা আৰু বিশ্বাস ৰাখি আহিছে আৰু এখন গণতান্ত্ৰিক দেশত প্ৰতিগৰাকী নাগৰিকে প্ৰাপ্য ন্যায়ৰ বাবে ই আটাইতকৈ ডাঙৰ শক্তি বুলি গণ্য কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

October 12, 2026 9:15 pm
“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

October 12, 2026 8:00 pm
গণতন্ত্ৰৰ বাবে প্রতিষ্ঠানৰ ওপৰত আস্থা কিমান গুৰুত্বপূৰ্ণ?

গণতন্ত্ৰৰ বাবে প্রতিষ্ঠানৰ ওপৰত আস্থা কিমান গুৰুত্বপূৰ্ণ?

October 12, 2026 7:00 pm
সঞ্জীৱ নাৰায়ণৰ ভাইৰেল ফোনালাপক লৈ ৰহস্য অব্যাহত! স্পষ্টীকৰণক লৈ প্ৰশ্ন সাংবাদিক সুশীল পাটোৱাৰীৰ

সঞ্জীৱ নাৰায়ণৰ ভাইৰেল ফোনালাপক লৈ ৰহস্য অব্যাহত! স্পষ্টীকৰণক লৈ প্ৰশ্ন সাংবাদিক সুশীল পাটোৱাৰীৰ

October 12, 2026 6:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

October 12, 2026 9:15 pm
“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

October 12, 2026 8:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd