• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, February 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কৃষি আইনৰ বিৰুদ্ধে অসম প্ৰদেশ কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , September 28, 2020 6:22 pm

1 min read

কৃষি আইনৰ বিৰুদ্ধে অসম প্ৰদেশ কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ

ফটো : নৰ্থ-ইষ্ট নাও

108
VIEWS
Share on FacebookShare on Twitter

কৃষি আইন ২০২০ৰ বিৰুদ্ধে সমগ্ৰ দেশজুৰি প্ৰতিবাদত উত্তাল হৈ থকাৰ মাজতে এই কৃষক বিৰোধী আইন বাতিলৰ দাবীৰে আজি কান্ধত নাঙল-যুঁৱলী লৈ প্ৰতিবাদ সাব্যস্ত কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে।

শতাধিক লোকৰ উপস্থিতিত চচলত প্ৰতিবাদ সাব্যস্ত কৰে APCC য়ে।

প্ৰতিবাদস্থলীত উপস্থিত থাকি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই এই আইনক ক’লা আইন আখ্যা দি এই আইন বাতিল নোহোৱা পৰ্য্যন্ত আন্দোলন-প্ৰতিবাদ চলাই নিব বুলি হুংকাৰ প্ৰদান কৰে।

ইয়াৰ উপৰি বিৰোধীৰ প্ৰতিবাদ বা মন্তব্যক গুৰুত্ব নিদি ৰাষ্ট্ৰপতিৰ স্বাক্ষৰ প্ৰদান কৰা কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰে ৰিপুন বৰাই।

“বিশ্বৰ সমগ্ৰ গণতান্ত্ৰিক দেশে মোদীৰ গণতন্ত্ৰ বিৰোধী নীতিৰ একেমুখে ধিক্কাৰ দিছে। তেওঁ মানৱ অধিকাৰ খৰ্ব কৰিছে। বিৰোধীৰ মতক উপেক্ষা কৰি অগণতান্ত্ৰিকভাৱে বিধেয়ক আইনত পৰিণত কৰিছে”, মোদীক কটাক্ষ কৰি ৰিপুন বৰাই কয়।

দেশৰ গণতন্ত্ৰ একেবাৰে খৰ্ব হৈছে বুলিও বৰাই উল্লেখ কৰে।

ইপিনে, এই অৱস্থান ধৰ্মঘটৰ পাছতেই ৰাজ্যপালক সাক্ষাৎ কৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নেতৃত্বই এই কৃষি আইনৰ বিৰোধিতা কৰি ৰাষ্ট্ৰপতিলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

Recent News

bhaba

হাজোত বনদস্যুৰ বুকুত কঁপনি তুলিছে এগৰাকী মহিলা বন বিষয়াই

Sibsagar

আৰ্থিকভাৱে দুৰ্বল ছাত্ৰ-ছাত্ৰীৰ বাবে যুৱ উদ্ভাৱক অভিজিত দুৱৰাৰ আন এক উদ্ভাৱন ‘মনোৰথ’

IMG_20210225_150244

নির্বাচনৰ বাবে বুথ পৰ্য্যায়ৰ বিষয়া আৰু চুপাৰভাইজাৰসকলক বোকাখাত মহকুমা প্রশাসনৰ প্রশিক্ষণ

a cylin

জনতাৰ মূৰত ৰামটাঙোন চৰকাৰৰ! ফেব্ৰুৱাৰী মাহতে তৃতীয়বাৰৰ বাবে বৃদ্ধি ৰন্ধন গেছৰ ছিলিণ্ডাৰৰ মূল্য

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd