• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নুমলীগড় শোধনাগাৰ আন্দোলন কৰি পোৱা নহয়, প্ৰয়াত ৰাজীৱ গান্ধীৰ অৱদান : তৰুণ গগৈ

নুমলীগড় শোধনাগাৰ ব্যক্তিগতকৰণৰ বিৰোধিতাৰে নুমলীগড়ত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ তীব্ৰ প্ৰতিবাদ

উত্তম শইকীয়া by উত্তম শইকীয়া
October 30, 2019 3:42 pm
Tarun gogoi

নুমলীগড়ত প্ৰতিবাদী কাৰ্য্যসূচীত তৰুণ গগৈ।

3.9k
VIEWS
Share on FacebookShare on Twitter

‘‘নুমলীগড় শোধনাগাৰ আন্দোলন কৰি পোৱা নহয়। এই শোধনাগাৰ প্ৰয়াত প্ৰধান মন্ত্ৰী ৰাজীৱ গান্ধীৰ অৱদান আছিল’’ নুমলীগড় তেল শোধনাগাৰ ব্যক্তিগতকৰণৰ বিৰোধিতাৰে বুধবাৰে নুমলীগড়ত প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে এনেদৰে মন্তব্য কৰে।

কেন্দ্ৰ চৰকাৰৰ নুমলীগড় শোধনাগাৰ ব্যক্তিগতকৰণৰ বিৰেধিতাৰে অসম প্ৰদেশ কংগ্ৰেছ কমিতিয়ে আজি বোকাখাত মহকুমাৰ নুমলীগড় তিনি আলিত দিন জোৰা ধৰ্ণা কাৰ্যসূচী পালন কৰে।

৩৭ নং আৰু ৩৯ নং ৰাষ্ট্ৰীয় পথৰ সংযোগ স্থলত অসম প্ৰদেশ কংগ্ৰেছ কমিতিয়ে সহস্ৰাধিক দলীয় সমৰ্থকৰ সৈতে ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ন কৰে।

প্ৰতিবাদী কাৰ্য্যসূচীত প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ, সাংসদ গৌৰৱ গগৈ, ৰিপুণ বৰা, প্ৰদ্যুত বৰদলৈ, বিধায়ক ৰকিবুল হুছেইন, দেবব্ৰত শইকীয়া, গোলাঘাটৰ বিধায়িকা অজন্তা নেওঁগ, অপূৰ্ব ভট্টাচাৰ্য্য, বৰাকৰ কংগ্ৰেছ নেত্ৰী সুস্মিতা দেৱৰ উপৰিও প্ৰদেশ কংগ্ৰেছৰ শতাধিক শীৰ্ষ স্থানীয় নেতা উপস্থিত থাকে।

অনুষ্ঠানত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ পৰা অহা কংগ্ৰেছ দলৰ সহস্ৰাধিক সমৰ্থকে অংশ গ্ৰহণ কৰি নুমলীগড় শোধনাগাৰ ব্যক্তিগত খণ্ডৰ হাতত গটোৱা পৰিকল্পনাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি পৰিৱেশ উত্তাল তৰি তোলে।

ধৰ্ণা কাৰ্য্যসূচীত দলীয় সমৰ্থকক উদ্দেশ্যি দিয়া ভাষণত প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ, প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন, প্ৰদ্যুৎ বৰদলৈ, গৌৰৱ গগৈ, অপূৰ্ব ভট্টচাৰ্য্য আৰু মহিলা কংগ্ৰেছৰ সুস্মিতা দেৱে কেন্দ্ৰৰ মোদী চৰকাৰ আৰু সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন অসম চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰে।

ভাৰতীয় মহিলা কংগ্ৰেছৰ নেত্ৰী সুস্মিতা দেৱে নুমলীগড় শোধনাগাৰ হিমন্ত বিশ্ব শৰ্মাৰ পৈত্ৰিক সম্পত্তি নহয় বুলি মন্তব্য কৰি ৰাজ্যৰ উন্নয়নৰ বাবে কংগ্ৰেছ দলেহে নুমলীগড় শোধনাগাৰ প্ৰতিষ্ঠা কৰিছিল বুলি কয়।

কংগ্ৰেছ নেত্ৰীগৰাকীয়ে নুমলীগড় শোধনাগাৰ বিক্ৰী কৰাৰ অধিকাৰ বিজেপি দলৰ নাই বুলিও মন্তব্য কৰে।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd