• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আদানী কেলেংকাৰীত নাম সাঙোৰ খোৱা এজুৰ পাৱাৰ প্রাইভেট লিমিটেড সন্দৰ্ভত তথ্য ৰাজহুৱা কৰিবলৈ অস্বীকাৰ এপিডিচিএলৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 21, 2024 9:42 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম চৰকাৰে বিতৰ্কিত “এজুৰ পাৱাৰ প্রাইভেট লিমিটেড” আৰু এজুৰ পাৱাৰৰ লগত অসম শক্তি বিতৰণ কোম্পানি ( এ. পি. ডি. চি. এল) ৰ সম্পর্কৰ বিষয়ত কোনো তথ্য ৰাজহুৱা কৰিবলৈ অস্বীকাৰ কৰে। ৰাজহুৱা বিষয় এটাৰ তথ্য ব্যৱসায়িক গোপনীয়তাৰ অজুহাত দেখুৱাই ৰাজহুৱা নকৰাটো অতি আশ্চর্যকৰ বিষয়।

নিশ্চিতভাবে কিবা খেলি – মেলি থাকিলেহে এনেদৰে তথ্যৰ গোপনীয়তা ৰখা হয় । এজুৰ পাৱাৰৰ লগতো অসম চৰকাৰৰ কিবা খেলি – মেলি সম্পর্ক আছে বুলি সন্দেহ হয় আৰু সেয়েহে তথ্য গোপনীয়ভাবে ৰখাৰ চেষ্টা কৰিছে – এই অভিযোগ সামাজিক অধিকাৰ আন্দোলনৰ কৰ্মী সুব্রত তালুকদাৰৰ।

Apply Now

উল্লেখযোগ্য যে যোৱা ১ ডিচেম্বৰ, ২০২৪ ইং তাৰিখে তথ্য জনাৰ অধিকাৰ আইনৰ জৰিয়তে মূলতঃ ৩ টা বিষয়ৰ ওপৰত সুব্রত তালুকদাৰৰ নামত এখন আৰ.টি.আই অসম শক্তি বিতৰণ কোম্পানিলৈ প্রেৰণ কৰা হৈছিল। বিষয়কেইটা আছিল এনেধৰণৰ : ১: এজুৰ পাৱাৰ কোম্পানিয়ে অসমত স্থাপন কৰা সৌৰশক্তি প্লান্টৰ সবিশেষ , যৰ পৰা এপিডিচিএলে বিদ্যুৎ ক্ৰয় কৰে, ২: এজুৰ পাৱাৰৰ দ্বাৰা স্থাপন কৰা সৌৰশক্তি প্লান্টৰ পৰা এপিডিচিএলে ক্ৰয় কৰি শক্তি/ বিদ্যুৎৰ সবিশেষ আৰু ৩: এজুৰ পাৱাৰ আৰু এপিডিচিএল ৰ মাজৰ শক্তি ক্ৰয় চুক্তি ( Power Purchase Agreement) । কিন্তু এপিডিচিএলে তথ্য জনাৰ অধিকাৰ আইনৰ অধীনৰ দফা ৮ (১) (d) ৰ অজুহাত দেখুৱাই এই তথ্যসমূহ দিয়াৰ পৰা বিৰত থাকে। তথ্য জনাৰ অধিকাৰ আইনৰ এই দফাটোৰ মতে ‘ব্যবসায়ীক গোপনীয়তা‘ থাকিলে তথ্যসমূহ ৰাজহুৱা কৰিব নোৱাৰি।

কিন্তু ৰাজহুৱা খণ্ডৰ সৈতে জড়িত বিষয় এটাৰ কি ব্যবসায়ীক গোপনীয়তা থাকিব পাৰে সেইটোহে আচৰিত বিষয়। আনহাতে এজুৰ পাৱাৰ আৰু এপিডিচিএলৰ মাজৰ শক্তি ক্ৰয় চুক্তি ( Power Purchase Agreement) খন এপিডিচিএলৰ লগত নাই বুলি আৰটিআইখনত উল্লেখ কৰে। এইটোও এটা আচৰিত বিষয়।

উল্লেখযোগ্য যে এই এজুৰ পাৱাৰ প্রাইভেট লিমিটেডৰ এটা প্লান্ট বহুওৱাৰ নামত নগাঁও মিকিৰ বামুণীত থলুৱা কৃষকৰ খেটি মাটি প্রশাসনৰ সহযোগত বলপূৰ্বক অধিগ্রহণ কৰা হৈছিল আৰু আদানী সৌৰ শক্তি কেলেংকাৰীৰ লগত এজুৰ পাৱাৰৰ নামো সাঙোৰ খাইছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সমসাময়িক প্ৰত‍্যাহ্বানৰ সন্মুখীন হোৱাত গান্ধীজীৰ দৰ্শন আমাৰ পাঠেয় হ’ব পাৰে

সমসাময়িক প্ৰত‍্যাহ্বানৰ সন্মুখীন হোৱাত গান্ধীজীৰ দৰ্শন আমাৰ পাঠেয় হ’ব পাৰে

October 2, 2026 8:30 pm
শিৱাজী পাৰ্কত ‘ককৰোচ জনতা পাৰ্টি’ৰ তীব্ৰ প্ৰতিবাদ, সমৰ্থন জনাবলৈ আহিল নাচিৰুদ্দিন শ্বাহ আৰু জাভেদ আখতাৰ

শিৱাজী পাৰ্কত ‘ককৰোচ জনতা পাৰ্টি’ৰ তীব্ৰ প্ৰতিবাদ, সমৰ্থন জনাবলৈ আহিল নাচিৰুদ্দিন শ্বাহ আৰু জাভেদ আখতাৰ

October 2, 2026 7:30 pm
তাৰিখ পে তাৰিখ! প্ৰণৱ দলেৰ গোচৰত পুনৰ তাৰিখ পিছুৱালে আদালতে

তাৰিখ পে তাৰিখ! প্ৰণৱ দলেৰ গোচৰত পুনৰ তাৰিখ পিছুৱালে আদালতে

October 2, 2026 6:40 pm
দিল্লীৰ যন্তৰ মন্তৰত প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত হতাহতি : আটক অসমৰ কেইবাগৰাকীও যুৱক-যুৱতী

দিল্লীৰ যন্তৰ মন্তৰত প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত হতাহতি : আটক অসমৰ কেইবাগৰাকীও যুৱক-যুৱতী

October 2, 2026 5:25 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সমসাময়িক প্ৰত‍্যাহ্বানৰ সন্মুখীন হোৱাত গান্ধীজীৰ দৰ্শন আমাৰ পাঠেয় হ’ব পাৰে

সমসাময়িক প্ৰত‍্যাহ্বানৰ সন্মুখীন হোৱাত গান্ধীজীৰ দৰ্শন আমাৰ পাঠেয় হ’ব পাৰে

October 2, 2026 8:30 pm
শিৱাজী পাৰ্কত ‘ককৰোচ জনতা পাৰ্টি’ৰ তীব্ৰ প্ৰতিবাদ, সমৰ্থন জনাবলৈ আহিল নাচিৰুদ্দিন শ্বাহ আৰু জাভেদ আখতাৰ

শিৱাজী পাৰ্কত ‘ককৰোচ জনতা পাৰ্টি’ৰ তীব্ৰ প্ৰতিবাদ, সমৰ্থন জনাবলৈ আহিল নাচিৰুদ্দিন শ্বাহ আৰু জাভেদ আখতাৰ

October 2, 2026 7:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd