• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কৃষকৰ পৰা উৎকোচলৈ দৰঙত গ্ৰেপ্তাৰ মহিলা কৃষি বিষয়া জ্যোতিৰেখা দাস

ময়ূখ গোস্বামী by ময়ূখ গোস্বামী
August 4, 2021 5:32 pm
jj
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উৎকোচলৈ ধৰা পৰিল এগৰাকী মহিলা কৃষি বিষয়া।দৰং জিলাৰ কৃষি উন্নয়ন বিষয়া জ্যোতি ৰেখা দাসক আজি দুৰ্নীতি নিবাৰক শাখাই উৎকোচলৈ থকাৰ সময়তে হাতে-লোটে ধৰা পেলায়।

মহিলা কৃষি বিষয়া গৰাকীয়ে এগৰাকী ঘেঁহু খেতিয়কৰ পৰা উৎকোচ গ্ৰহণ কৰি আছিল।

Apply Now

দলগাঁৱৰ খাৰুপেটীয়াত কৰ্মৰত মহিলা কৃষি বিষয়াগৰাকীৰ বিৰুদ্ধে ইয়াৰ পূৰ্বেও উৎকোচ গ্ৰহণৰ ভালেমান অভিযোগ উত্থাপন হৈছিল।

শেহতীয়াকৈ তেওঁ জয়নাল আবেদিন নামৰ ঘেঁহু খেতিয়ক গৰাকীৰ পৰা ১৫,০০০ টকা দাবী কৰিছিল।ইয়াৰ বিনিময়ত জ্যোতি ৰেখা দাসে আবেদিনে উৎপাদন কৰা ঘেঁহু এনএএফইডিকে ধৰি অন্যান্য সংস্থাক বিক্ৰী কৰি থকা বুলি ভুৱা প্ৰমাণপত্ৰ দিব বুলি প্ৰতিশ্ৰুতি দিছিল।

assaaaa

কিন্তু এই বিষয়ে দুৰ্নীতি নিবাৰক শাখাই আগতীয়াকৈ খবৰ পোৱাৰ পিছতে মহিলা কৃষি বিষয়াগৰাকীক জালত পেলোৱাৰ কৌশল ৰচনা কৰে।

সেই মৰ্মে আজি দুৰ্নীতি নিবাৰক শাখাই জ্যোতিৰেখা দাসক তেওঁৰ মঙলদৈৰ শান্তিপুৰত থকা ভাড়াঘৰৰ পৰাই গ্ৰেপ্তাৰ কৰে।ইপিনে জিলা কৃষি বিষয়া জ্যোতিষ নাথে নৰ্থ ইষ্ট নাওক জনোৱা মতে কোনো কৃষি উন্নয়ন বিষয়াই তেনে প্ৰমাণপত্ৰ দিব নোৱাৰে।

জ্যোতিৰেখা দাসে নীতিৰ বাহিৰলৈ গৈ তেনে কৰিব বিচাৰিছিল।উল্লেখ্য অসম লোক সেৱা আয়োগৰ কেলেংকাৰীৰ সৈতেও ধৃত জ্যোতিৰেখা দাসৰ নাম সাঙোৰ খাই আছে।

তেওঁৰ বিৰুদ্ধে গুৱাহাটীৰ ভঙাগড়ৰ থানাত 159/ 2017 নম্বৰত গোচৰ ৰুজু হৈ আছে।

ময়ূখ গোস্বামী

ময়ূখ গোস্বামী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

August 14, 2026 9:30 pm
চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

August 14, 2026 8:30 pm
এটা যুগৰ অৱসান! বিশিষ্ট কমিউনিষ্ট ইতিহাসবিদ সুমিত চৰকাৰৰ ৮৭ বছৰত মৃত্যু

এটা যুগৰ অৱসান! বিশিষ্ট কমিউনিষ্ট ইতিহাসবিদ সুমিত চৰকাৰৰ ৮৭ বছৰত মৃত্যু

August 14, 2026 7:30 pm
অসমীয়া প্ৰতিদিন কাকতক ন্যায়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : খাৰিজ হ’ল ১৬ বছৰ পুৰণি গোচৰ

অসমীয়া প্ৰতিদিন কাকতক ন্যায়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : খাৰিজ হ’ল ১৬ বছৰ পুৰণি গোচৰ

August 14, 2026 6:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

August 14, 2026 9:30 pm
চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

August 14, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd