• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

দুভাগত বিভক্ত হ’ব পাৰে বাংলাদেশ! পোহৰলৈ আহিছে চুবুৰীয়া দেশৰ ভয়ংকৰ পৰিকল্পনা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 6, 2025 5:05 pm
160
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সম্প্ৰতি দক্ষিণ এচিয়াৰ ৰাজনৈতিক পৰিস্থিতিত উদ্বেগজনক হৈ পৰিছে। বাংলাদেশৰ চুবুৰীয়া দেশ ম্যানমাৰৰ বিদ্ৰোহী সংগঠন অৰাকান সেনাই (Arakan Army) বাংলাদেশৰ ভূমি বিভাজনৰ ভয়ংকৰ পৰিকল্পনা কৰা বুলি স্থানীয় সংবাদপত্ৰ ‘নয়া দিগন্ত’ই এক চাঞ্চল্যকৰ সংবাদ প্ৰকাশ কৰিছে।

সূত্ৰ অনুসৰি, আৰাকান সেনাই ৰাখাইন ৰাজ্যৰ পৰা বাংলাদেশৰ পাহাৰীয়া জনজাতি অঞ্চলসমূহলৈ নিজৰ প্ৰভাৱ বিস্তাৰ কৰিবলৈ এক গুপ্ত অভিযান চলাই আছে। এই পৰিকল্পনাৰ অংশ হিচাপে জনজাতীয় যুৱক-যুৱতীসকলক অস্ত্ৰ-শস্ত্ৰৰ প্ৰশিক্ষণ দিয়া হৈছে। সংগঠনটোৱে তেওঁলোকক পৃথক জাতীয় মতাদৰ্শৰে উদ্বুদ্ধ কৰি তুলিছে।

Apply Now

প্ৰতিবেদন অনুসৰি, ম্যানমাৰৰ ৰাখাইন ৰাজ্যৰ কিছু অংশ আৰু বাংলাদেশৰ দক্ষিণ-পূবৰ অঞ্চল (বিশেষকৈ বান্দৰবন আৰু কক্সবাজাৰ) একত্ৰিত কৰি “স্বতন্ত্ৰ প্ৰদেশ” গঠন কৰাৰ লক্ষ্য থিৰ কৰিছে আৰাকান সেনাই। এই উদ্দেশ্যে সংগঠনটোৱে বৰ্তমান বাংলাদেশ সীমান্ত সংলগ্ন এলেকাত নিজৰ উপস্থিতি বৃদ্ধি কৰিছে।

অৰাকান সেনাৰ সংগঠনটো বৰ্তমান প্ৰায় ৪৫ হাজাৰ যোদ্ধা বিমান আছে। সংগঠনটোৱে সীমান্ত সংলগ্ন এলেকাত একাধিক গোপন শিবিৰ স্থাপন কৰিছে আৰু স্থানীয় জনজাতিসকলক নিজৰ সুৰক্ষাৰ বাহিনীৰ ৰূপত পৰিণত কৰিবলৈ চেষ্টা কৰি আহিছে।

ৰাখাইন হৈছে ম্যানমাৰৰ বৌদ্ধ সংখ্যাগৰিষ্ঠ অঞ্চল। আৰু এই অঞ্চলটোত আৰাকান সেনাই দীৰ্ঘদিন ধৰি স্বতন্ত্ৰ ৰাজ্য গঠনৰ দাবীত যুঁজ দি আহিছে। ২০১৭ চনত এই সংগঠন আৰু ৰোহিংগীয়াৰ মাজত তীব্ৰ সংঘৰ্ষৰ ফলত প্ৰায় ৭ লাখ ৰোহিংগীয়াই ঘৰ-বাৰী এৰি বাংলাদেশলৈ পলায়ন কৰিছিল।

নয়া দিগন্তৰ প্ৰতিবেদন মতে, আৰাকান সেনাই বাংলাদেশত নিজৰ প্ৰভাৱ বিস্তাৰ কৰিবলৈ ভিতি প্ৰদৰ্শনৰ আশ্ৰয় লৈছে। ইয়াৰো পৰি সংগঠনটোৱে মুছলমানবিৰোধী প্ৰচাৰৰ জৰিয়তে স্থানীয় জনজাতিসকলক আকৰ্ষণ কৰিবলৈ চেষ্টা কৰিছে।

আন হাতে সংগঠনটোৱে নিজৰ আৰ্থিক উৎস শক্তিশালী কৰাৰ বাবে সীমান্তৰ সিপাৰ চোৰাং ড্ৰাগছ ব্যৱসায় চলাই আছে বুলি অভিযোগ উঠিছে। বৰ্তমান ম্যানমাৰৰ প্ৰায় ২৭১ কিলোমিটাৰ ভূখণ্ড আৰাকান সেনাৰ নিয়ন্ত্ৰণত আছে বুলি সংবাদমাধ্যমটোৱে দাবী কৰিছে। বিশ্লেষকসকলে মতে, এই পৰিকল্পনা যদি ৰূপায়ন হয়, তেন্তে দক্ষিণ-পূব এচিয়াত এটা নতুন ভূ-ৰাজনৈতিক সংকটৰ সৃষ্টি হ’ব পাৰে। বাংলাদেশ চৰকাৰে এই সন্দৰ্ভত এতিয়ালৈকে কোনো মন্তব্য প্ৰকাশ কৰা নাই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জুবিন গাৰ্গক মৰণোত্তৰভাৱে ‘সংগীত সুধাকৰ’ উপাধি প্ৰদানৰ সিদ্ধান্ত অসম সাহিত্য সভাৰ

জুবিন গাৰ্গক মৰণোত্তৰভাৱে ‘সংগীত সুধাকৰ’ উপাধি প্ৰদানৰ সিদ্ধান্ত অসম সাহিত্য সভাৰ

July 12, 2026 9:15 pm
প্ৰণৱ দলেৰ তাৎক্ষণিক মুক্তিৰ দাবী ডি ৱাই এফ আইৰ! আৰক্ষী-প্ৰশাসনক ব্যৱহাৰ কৰি চৰকাৰে গণতান্ত্ৰিক আন্দোলন দমন কৰাৰ গুৰুতৰ অভিযোগ

প্ৰণৱ দলেৰ তাৎক্ষণিক মুক্তিৰ দাবী ডি ৱাই এফ আইৰ! আৰক্ষী-প্ৰশাসনক ব্যৱহাৰ কৰি চৰকাৰে গণতান্ত্ৰিক আন্দোলন দমন কৰাৰ গুৰুতৰ অভিযোগ

July 12, 2026 8:22 pm
গুৱাহাটীত পুনৰ কৃত্ৰিম বানৰ সংহাৰ! নেৰানেপেৰা বৰষুণত জলমগ্ন গুৱাহাটীৰ একাধিক প্ৰান্ত;

গুৱাহাটীত পুনৰ কৃত্ৰিম বানৰ সংহাৰ! নেৰানেপেৰা বৰষুণত জলমগ্ন গুৱাহাটীৰ একাধিক প্ৰান্ত;

July 12, 2026 7:45 pm
সাজেই-দগাঁও চ’কত ‘ৰিতুৰাজ আই কেয়াৰ’ আনুষ্ঠানিকভাৱে উদ্বোধন

সাজেই-দগাঁও চ’কত ‘ৰিতুৰাজ আই কেয়াৰ’ আনুষ্ঠানিকভাৱে উদ্বোধন

July 12, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জুবিন গাৰ্গক মৰণোত্তৰভাৱে ‘সংগীত সুধাকৰ’ উপাধি প্ৰদানৰ সিদ্ধান্ত অসম সাহিত্য সভাৰ

জুবিন গাৰ্গক মৰণোত্তৰভাৱে ‘সংগীত সুধাকৰ’ উপাধি প্ৰদানৰ সিদ্ধান্ত অসম সাহিত্য সভাৰ

July 12, 2026 9:15 pm
প্ৰণৱ দলেৰ তাৎক্ষণিক মুক্তিৰ দাবী ডি ৱাই এফ আইৰ! আৰক্ষী-প্ৰশাসনক ব্যৱহাৰ কৰি চৰকাৰে গণতান্ত্ৰিক আন্দোলন দমন কৰাৰ গুৰুতৰ অভিযোগ

প্ৰণৱ দলেৰ তাৎক্ষণিক মুক্তিৰ দাবী ডি ৱাই এফ আইৰ! আৰক্ষী-প্ৰশাসনক ব্যৱহাৰ কৰি চৰকাৰে গণতান্ত্ৰিক আন্দোলন দমন কৰাৰ গুৰুতৰ অভিযোগ

July 12, 2026 8:22 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd