• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কাজিৰঙাৰ আৰক্ষী চকী আৰু চিকিৎসালয় উন্নীতকৰণৰ বাবে মুখ্য মন্ত্ৰীক আৰণ্যকৰ স্মাৰক পত্ৰ

উত্তম শইকীয়া by উত্তম শইকীয়া
March 14, 2020 9:15 am
Kaziranga Story

কাজিৰঙাৰ আৰক্ষী চকী

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যৰ জৈৱ বৈচিত্ৰতা গৱেষণা আৰু সংৰক্ষণৰ অগ্ৰণী সংগঠন আৰণ্যকে কাজিৰঙাত এখন পূৰ্ণাংগ আৰক্ষী থানা আৰু অত্যাধুনিক চিকিৎসালয় স্থাপনৰ বাবে অসমৰ মুখ্য মন্ত্ৰীক অনুৰোধ জনাই এক স্মাৰক পত্ৰ প্ৰদান কৰিছে।

বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাৱে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ এখন চিকিৎসালয় আৰু আৰক্ষী নিৱেশৰ খুবেই প্ৰয়োজন বুলি মন্তব্য কৰে আৰণ্যকৰ সচিৱ প্ৰধান ড৹ বিভৱ কুমাৰ তালুকদাৰে ৷

Apply Now

‘‘কাজিৰঙাত এখন চিকিৎসালয় আৰু আৰক্ষী নিৱেশৰ প্ৰয়োজন যাৰ বাবে আৰণ্যকৰ তৰফৰ পৰা এখন স্মাৰকপত্ৰৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক আমি অনুৰোধ  জনাইছো,’’ বিভৱ কুমাৰ তালুকদাৰে কয় ৷

বৰ্তমান কহঁৰাত থকা আৰক্ষী চকীক উন্নীত কৰি পূৰ্ণাংগ থানা কৰিবৰ বাবে স্মাৰকপত্ৰত উল্লেখ কৰে আৰণ্যকে ৷

আনহাতে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত সংঘটিত দূৰ্ঘটনাত আহত হোৱা লোকসকলক সদায় চিকিৎসাৰ বাবে গোলাঘাট, যোৰহাট বা গুৱাহাটিলৈ প্ৰেৰণ কৰিব লাগে, এনে পটভূমিত কহঁৰাৰ চিকিৎসালয়খনক উন্নীত কৰি আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ কৰিবৰ বাবেও অনুৰোধ জনাইছে আৰণ্যকে ৷

পথ আৰু বনৰ ভিতৰত হোৱা দুৰ্ঘটনাৰ উপৰিও কাষৰীয়া অঞ্চলৰ জনসাধাৰণ আৰু বনকৰ্মীৰ লগতে তেওঁলোকৰ পৰিয়ালৰ বাবে তথা দেশী-বিদেশী পৰ্যটকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি বৰ্তমানৰ কাজিৰঙাৰ চিকিৎসালয় খনক উন্নীত কৰাৰ বাবে আৰণ্যকে মুখ্যমন্ত্ৰীক অনুৰোধ জনায়।

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

৪২ বছৰৰ অন্তত ভংগ পি টি উষাৰ অভিলেখ! এছিয়ান গেমছত ইতিহাস ৰচি ব্ৰঞ্জৰ পদক জয় বিদ্যা ৰামৰাজৰ

৪২ বছৰৰ অন্তত ভংগ পি টি উষাৰ অভিলেখ! এছিয়ান গেমছত ইতিহাস ৰচি ব্ৰঞ্জৰ পদক জয় বিদ্যা ৰামৰাজৰ

September 29, 2026 7:20 am
যোৰহাটত আলফাৰ সদস্য গ্ৰেপ্তাৰ, পিষ্টল-গুলী আৰু ৬খন ছিম কাৰ্ডসহ উদ্ধাৰ ২ টা ম’বাইল ফোন

যোৰহাটত আলফাৰ সদস্য গ্ৰেপ্তাৰ, পিষ্টল-গুলী আৰু ৬খন ছিম কাৰ্ডসহ উদ্ধাৰ ২ টা ম’বাইল ফোন

September 28, 2026 9:34 pm
ইউপিআই লেনদেনত মাচুল দিলে প্ৰকৃততে কোন লাভৱান হ’ব? কেন্দ্ৰলৈ উচ্চতম ন্যায়ালয়ৰ প্ৰশ্ন

ইউপিআই লেনদেনত মাচুল দিলে প্ৰকৃততে কোন লাভৱান হ’ব? কেন্দ্ৰলৈ উচ্চতম ন্যায়ালয়ৰ প্ৰশ্ন

September 28, 2026 9:07 pm
ছ’চিয়েল মিডিয়াত একাউণ্ট খোলাক লৈ উচ্চতম ন্যায়ালয়ৰ কঠোৰ বাৰ্তা, নাবালকে কৰিব নোৱাৰে কোনো আইনী চুক্তি

ছ’চিয়েল মিডিয়াত একাউণ্ট খোলাক লৈ উচ্চতম ন্যায়ালয়ৰ কঠোৰ বাৰ্তা, নাবালকে কৰিব নোৱাৰে কোনো আইনী চুক্তি

September 28, 2026 7:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৪২ বছৰৰ অন্তত ভংগ পি টি উষাৰ অভিলেখ! এছিয়ান গেমছত ইতিহাস ৰচি ব্ৰঞ্জৰ পদক জয় বিদ্যা ৰামৰাজৰ

৪২ বছৰৰ অন্তত ভংগ পি টি উষাৰ অভিলেখ! এছিয়ান গেমছত ইতিহাস ৰচি ব্ৰঞ্জৰ পদক জয় বিদ্যা ৰামৰাজৰ

September 29, 2026 7:20 am
যোৰহাটত আলফাৰ সদস্য গ্ৰেপ্তাৰ, পিষ্টল-গুলী আৰু ৬খন ছিম কাৰ্ডসহ উদ্ধাৰ ২ টা ম’বাইল ফোন

যোৰহাটত আলফাৰ সদস্য গ্ৰেপ্তাৰ, পিষ্টল-গুলী আৰু ৬খন ছিম কাৰ্ডসহ উদ্ধাৰ ২ টা ম’বাইল ফোন

September 28, 2026 9:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd