• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ব্ৰহ্মপুত্ৰৰ চাপৰিত কৰ্মৰত বনকৰ্মীলৈ আৰণ্যকৰ চাইকেল প্ৰদান

Uttam Saikia উত্তম শইকীয়া
বোকাখাত , December 10, 2020 8:25 pm

2 min read

IMG_20201210_141400~3
1.4k
VIEWS
Share on FacebookShare on Twitter

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বোকাখাত বনাঞ্চলৰ ভক্তে বনশিৱিৰত আয়োজিত এক বিশেষ অনুষ্ঠানত আজি দেশৰ আগশাৰীৰ প্ৰকৃতি সংগঠন আৰণ্যকে চাপৰি অঞ্চলত বন্যপ্ৰাণী সুৰক্ষাৰ কামত নিয়োজিত বনকৰ্মী সকলৰ বাবে চাইকেল প্ৰদান কৰে ৷

ব্ৰহ্মপুত্ৰৰ মাজত থকা বনাঞ্চলৰ শিশুবাৰী , গাভৰু , মৰিয়াহোলা আৰু ভক্তে বন শিৱিৰৰ বাবে আৰণ্যকে ৬ খন চাইকেল প্ৰদান কৰে ৷

এই উদ্দেশ্যে ভক্তে চাপৰিৰ বন শিৱিৰ প্ৰাঙ্গনত আয়োজিত বিশেষ অনুষ্ঠানত কাজিৰঙাৰ সঞ্চালক পি শিৱকুমাৰ , পুৱ অসম বন্যপ্ৰাণী সংমণ্ডলৰ ডি এফ অ’ ৰমেশ কুমাৰ গগৈ , আৰণ্যকৰ সচিব প্ৰধান ড৹ বিভৱ কুমাৰ তালুকদাৰ, উপ বন সংৰক্ষক , প্ৰদীপ বাৰ্মা আৰু খৰ্গ ৰাম ডেকাৰজা, সহকাৰী বন সংৰক্ষক ঋৃতুপৱন বৰা, বোকাখাতৰ বনাঞ্চলিক বিষয়া ডা৹ ইন্দ্ৰাণী বৰগোহাঁইৰ লগতে চাপৰিত থকা বনশিৱিৰবোৰৰ বনকৰ্মী সকল উপস্থিত থাকে ৷

গোলাঘাট জিলাৰ অনাৰেৰী ৱাইল্ড লাইফ ৱাৰ্ডেন উত্তম শইকীয়া আৰু খণ্ড বনবিষয়া তৰুণ গগৈয়ে আঁত ধৰা এই অনুষ্ঠানত চাইকেল প্ৰদান কৰি ড৹ বিভৱ কুমাৰ তালুকদাৰে কাজিৰঙাৰ পৰা ব্ৰহ্মপুত্ৰৰ চাপৰিলৈ ওলায় যোৱা গড়ঁৰ সুৰক্ষাৰ বাবে বনকৰ্মী সকলে আগবঢ়োৱা সেৱাৰ বাবে কৃতজ্ঞতা জনোৱাৰ লগতে আৰণ্যকে আগবঢ়োৱা চাইকেলৰ দ্বাৰা বনকৰ্মী সকল কৰ্তব্যৰ সময়ত উপকৃত হ’ব বুলি মন্তব্য কৰে ৷

অনুষ্ঠানত বক্তব্য আগবঢ়াই কাজিৰঙাৰ সঞ্চালক পি শিৱকুমাৰ আৰু ডি এফ অ’ ৰমেশ কুমাৰ গগৈয়ে বনকৰ্মীলৈ চাইকেল প্ৰদান কৰাৰ বাবে আৰণ্যকক ধন্যবাদ জনোৱাৰ লগতে বন্যপ্ৰাণী সংৰক্ষণৰ বাবে নিষ্ঠাৰে কাম কৰি যাবলৈ বনকৰ্মী সকলক আহ্বান জনায় ৷

Recent News

Jerenga Modi

ইতিহাস প্ৰসিদ্ধ জেৰেঙা পথাৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিবনে প্ৰধান মন্ত্ৰী মোদীয়ে?

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

Ajmal VS muminul

ৰং সলাইছে নেতাই! বদৰুদ্দিন আজমল এজন সাম্প্ৰদায়িক মানুহ :মুমিনুল আৱাল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd